জোনাক কবিতা |
জোনাক
শৰতৰ মায়াবী ৰাতি
তোমাৰ বুকুত,
হেঁপাহৰ উচপিচ বাঁহী
শেৱালিৰ শুভ্ৰতাৰে
ভৰুণ সপোনৰ মোক ।
চন্দ্ৰাৱলী,
ওৰণিখন আঁতৰাই দিয়া
চাওঁ মই স্নিগ্ধ জোনাক ।
✍🏻 ৰূপালী ডেকা ।
Conclusion
💖 I this post i have made a post জোনাক. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
Poem ,
অসমীয়া কবিতা ,