কেঁচা জলকীয়াৰ ঔষধি গুণ

কেঁচা জলকীয়াৰ ঔষধি গুণ ১) কেঁচা জলকীয়াত প্রচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট বিটা কেৰটিন থাকে যিয়েনেকি মানুহৰ কাৰ্ডিঅ’ভাষ্কোলাৰ চিষ্টেম সৰ্বদা কর্মক্ষম কৰি ৰখাত সহায় কৰে। ২) কেঁচা জলকীয়া নিয়মিত খালে হাৰ্টৰ বিভিন্ন সমস্যাৰ পৰা বাচি থাকিব পৰা যায়। ৩) কেঁচা জলকীয়াত প্রচুৰ পৰিমাণে ভিটামিন চি থকাৰ বাবে ই চাল আৰু চুলিৰ সুৰক্ষাত বিশেষ ভূমিকা লয়। ৪) নিয়মিত কেঁচা জলকীয়া খালে নার্ভৰ বিভিন্ন সমস্যা কমে। ৫) ঠাণ্ডাৰ দিনবোৰত হোৱা জ্বৰ,কাঁহ, চৰ্দিৰ নিৰাময়ৰ ক্ষেত্ৰতো কেচা জলকীয়াত থকা উপাদান বোৰে অগ্ৰণী ভূমিকা লব পাৰে। ৬) শৰীৰৰত হোৱা সামান্য কটা-চিঙা,ঘা আদি শুকুৱাৰ ক্ষেত্ৰতো ই বৰ উপকাৰী। ৭) কেঁচা জলকীয়াত থকা উপাদান বোৰে শৰীৰৰ মেটাব’লিজিম বৃদ্ধি কৰাৰ লগতে অলাগতিয়াল
কেঁচা জলকীয়াৰ ঔষধি গুণ
কেঁচা জলকীয়াৰ ঔষধি গুণ

কেঁচা জলকীয়াৰ ঔষধি গুণ

১) কেঁচা জলকীয়াত প্রচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট বিটা কেৰটিন থাকে যিয়েনেকি মানুহৰ কাৰ্ডিঅ’ভাষ্কোলাৰ চিষ্টেম সৰ্বদা কর্মক্ষম কৰি ৰখাত সহায় কৰে।
২) কেঁচা জলকীয়া নিয়মিত খালে হাৰ্টৰ বিভিন্ন সমস্যাৰ পৰা বাচি থাকিব পৰা যায়।
৩) কেঁচা জলকীয়াত প্রচুৰ পৰিমাণে ভিটামিন চি থকাৰ বাবে ই চাল আৰু চুলিৰ সুৰক্ষাত বিশেষ ভূমিকা লয়।
৪) নিয়মিত কেঁচা জলকীয়া খালে নার্ভৰ বিভিন্ন সমস্যা কমে।
৫) ঠাণ্ডাৰ দিনবোৰত হোৱা জ্বৰ,কাঁহ, চৰ্দিৰ নিৰাময়ৰ ক্ষেত্ৰতো কেচা জলকীয়াত থকা উপাদান বোৰে অগ্ৰণী ভূমিকা লব পাৰে।
৬) শৰীৰৰত হোৱা সামান্য কটা-চিঙা,ঘা আদি শুকুৱাৰ ক্ষেত্ৰতো ই বৰ উপকাৰী।
৭) কেঁচা জলকীয়াত থকা উপাদান বোৰে শৰীৰৰ মেটাব’লিজিম বৃদ্ধি কৰাৰ লগতে অলাগতিয়াল কলেষ্টেৰল বোৰ বাৰ্ণ কৰে।
৮)কেঁচা জলকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ পোৱা যায় যিয়েনেকি মানুহৰ হাঁড়,দাঁত ও মিউকাচ মেমব্ৰেন বোৰ সুস্থ কৰি ৰখাত সহায় কৰে।
৯) কেঁচা জলকীয়াত থকা উপাদান বোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
সেয়েহে বন্ধুবৰ্গ আপোনাৰ দৈনিক খাদ্য তালিকাত অন্ততঃ এটি হলেও কেঁচা জলকীয়া ৰাখি প্ৰাকৃতিক ভাৱে উপকৃত হওক। অৱশ্যে মাত্ৰাধিক সেৱনৰ পৰা বিৰত থাকিব।

ধন্যবাদ। সংগ্ৰহীত। ডিজিটেল তিনিচুকীয়া DIGITAL TINSUKIA
Read more:

Conclusion

💖 I this post i have made a post কেঁচা জলকীয়াৰ ঔষধি গুণ. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

Post a Comment

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.