Assamese people title

অসমীয়া মানুহৰ উপাধি, উপাধিসমুহ
Assamese people title
Assamese people title

অসমৰ অসমীয়া মানুহৰ উপাধিসমূহ:
১. অগ্নিবৰা
২. অধিকাৰী
৩. অধ্যাপক
৪. আচাও
৫. আর্চায
৬. আঠপৰীয়া
৭. আৰন্ধৰা
৮. আলে (মি)
৯. আহোম
১০. ইংজাল (স্ত্রী.)
১১. ইংজালপি (কা)
১২. ইংতি (স্ত্রী.)
১৩. ইংতিপি (কা)
১৪. উজীৰ
১৫. উলুপ
১৬. ওজা
১৭. ওৱাৰী (ব)
১৮. কছাৰী
১৯. কটকী
২০. কন্দলি
২১. কর্মকাৰ
২২. কলিতা
২৩. কাকতী
২৪. কাগয়ুং (মি)
২৫. কাঠকটীয়া
২৬. কাঠাৰ (স্ত্রী.)
২৭. কাঠাৰপি
২৮. কাথবৰা
২৯. কাথবৰুৱা
৩০. কাথহাজৰিকা
৩১. কামান (মি)
৩২. কার্কী
৩৩. কার্জী
৩৪. কাটনি
৩৫. কাশ্যপ
৩৬. কুটুম
৩৭. কুমাৰ
৩৮. কুর্মি (চা)
৩৯. কেওট
৪০. কৈৰী (চা)
৪১. কৈৱর্ত
৪২. কোঁচ
৪৩. কোঁৱৰ
৪৪. খঙীয়া
৪৫. খণ্ডাইত (চা)
৪৬. খনিকৰ
৪৭. খাওন্দ
৪৮. খাকলাৰী (ব)
৪৯. খাটনিয়াৰ
৫০. খাৰঘৰীয়া
৫১. খাৰঘৰীয়া-ফুকন
৫২. খেৰকাটাৰী (ব)
৫৩. গগৈ
৫৪. গঢ়াইত (চা)
৫৫. গন্ধীয়া
৫৬. গয়াৰী (ব)
৫৭. গাজলু (চা)
৫৮. গাম (মি)
৫৯. গোৱালা (চা)
৬০. গোস্বামী
৬১. গোহাঁই,
৬২. গোহাঞি
৬৩. গোহাঁইবৰুৱা,
৬৪. গোহাঞিবৰুৱা
৬৫. গৌতম
৬৬. ঘৰফলীয়া
৬৭. ঘাটোৱাৰ (চা)
৬৮. চক্রধৰা
৬৯. চক্রৱর্তী
৭০. চমুৱা
৭১. চলিহা
৭২. চলিহা-কাকতী
৭৩. চহৰীয়া
৭৪. চাউদাং
৭৫. চাওৰক
৭৬. চাংকাকতী
৭৭. চাংমাই
৭৮. চাবুকধৰা
৭৯. চায়েঙীয়া
৮০. চাৰিঙীয়া ফুকন
৮১. চাৰিঙীয়া বৰদলৈ
৮২. চিৰিং-ফুকন
৮৩. চুতীয়া
৮৪. চেতিয়া
৮৫. চেতিয়া-পাতৰ
৮৬. চেতিয়া-ফুকন
৮৭. চেলেং
৮৮. চৌধুৰী
৮৯. চৌধাৰী
৯০. জালভাৰী-ফুকন
৯১. টকবি (স্ত্রী.)
৯২. টকবিপি (কা)
৯৩. টাইদ (মি)
৯৪. টিপমীয়া
৯৫. টিমুং (কা)
৯৬. টুংখুঙীয়া
৯৭. টুডু (চা)
৯৮. টুমুং (কা)
৯৯. টেৰণ, টেৰণপি (কা)
১০০. টেৰাং (স্ত্রী.)
১০১. টেৰাংপি (কা)
১০২. ঠাকুৰ
১০৩. ঠাকুৰীয়া
১০৪. ঠেঙাল
১০৫. ডেকা
১০৬. ডেকাফুকন
১০৭. ডেকাৰজা (তি)
১০৮. ঢেকিয়াল-ফুকন
১০৯. তহবিলদাৰ
১১০. তাঁতী (চা)
১১১.তামুলী
১১২. তামুলী-ফুকন
১১৩. তায়ুং (মি)
১১৪. তায়ে (মি)
১১৫. তালুকদাৰ
১১৬. তাছা (চা)
১১৭. তির্কী (চা)
১১৮. তেলী (চা)
১১৯. দত্ত
১২০. দত্তচৌধুৰী
১২১. দত্তবৰুৱা
১২২. দৰবধৰা
১২৩. দলবৰুৱা
১২৪. দলে (মি)
১২৫. দহোটিয়া
১২৬. দলৈ
১২৭. দস্তিদাৰ
১২৮. দাউলাগপু (ডি)
১২৯. দাধৰা
১৩০. দাস
১৩১. দাসবড়ো
১৩২. দিহিঙীয়া
১৩৩. দীপ (চা)
১৩৪. দুৱৰা
১৩৫. দুৱৰা-কাকতী
১৩৬. দুলীয়া
১৩৭. দুলীয়া-বৰুৱা
১৩৮. দেউৰী
১৩৯. দেউৰীভঁৰালী
১৪০. দেওৰজা (তি)
১৪১. দেৱ-অধিকাৰী
১৪২. দেৱগোস্বামী
১৪৩. দেৱচৌধুৰী
১৪৪. দেৱনাথ
১৪৫. দেৱৰায়
১৪৬. দেৱশর্মা
১৪৭. দেৱান
১৪৮. দৈমাৰী (ব)
১৪৯. দোলাকাষৰীয়া
১৫০. দোলাকাষৰীয়া-বৰুৱা
১৫১. দোৱনীয়া
১৫২. ধনদিয়া
১৫৩. ধানোৱাৰ (চা)
১৫৪. নবিচ,
১৫৫. নবীশ
১৫৬. নৰহ (মি)
১৫৭. নাওবৈচা-ফুকন
১৫৮. নাগবংশী (চা)
১৫৯. নাজিৰ
১৬০. নাথ
১৬১. নামতিয়াল-বৰুৱা
১৬২. নামপুই (ডি)
১৬৩. নায়ক (চা)
১৬৪. নার্জাৰী (ব)
১৬৫. নার্জী (ব)
১৬৬. নাহৰডেকা
১৬৭. নির্মলীয়া
১৬৮. নেওগ
১৬৯. পদ্মপতি,
১৭০. পদ্মাৱতী
১৭১. পাইত (মি)
১৭৩. পাংগিং (মি)
১৭৪. পাগবন্ধা
১৭৫. পাচনি
১৭৬. পাটগিৰী
১৭৭. পাটোৱাৰী
১৭৮. পাঠক
১৭৯. পাঠৰি
১৮০. পাতৰ (তি)
১৮১. পাতিৰ
১৮২. পাতিৰ-গাম (মি)
১৮৩. পাত্র
১৮৪. পাদুন (মি)
১৮৫. পানীফুকন
১৮৬. পাম (ৰা)
১৮৭. পামেগাম (মি)
১৮৮. পায়েং (মি)
১৮৯. পূজাৰী/পূজাৰি
১৯০. পেগু
১৯১. প্রজা (চা)
১৯২. ফাংচু (কা)
১৯৩. ফাটোৱালী (ব)
১৯৪. ফাদাংগাৰী (ব)
১৯৫. ফুকন
১৯৬. বণিক্য
১৯৭.বণিয়া
১৯৮. বৰকটকী
১৯৯. বৰকাকতী
২০০. বৰগোহাঁই
২০১. বৰগোহাঞি
২০২. বৰঠাকুৰ
২০৩. বৰতামুলী
২০৪. বৰদলৈ
২০৫. বৰপাত্রগোহাঁই
২০৬. বৰপাত্রগোহাঞি
২০৭. বৰপূজাৰী
২০৮. বৰবৰা
২০৯. বৰবৰুৱা
২১০. বৰমুদৈ
২১১. বৰশইকীয়া
২১২. বৰা
২১৩. ব’ৰাগী
২১৪. বৈৰাগী
২১৫. বৰি (মি)
২১৬. বৰুৱা
২১৭. বসুমতাৰী (ব)
২১৮. বাইলুং
২১৯. বাউৰী (চা)
২২০. বাগলাৰী (ব)
২২১. বাচিং (মি)
২২২. বৰ্মন
২২৩. বাঢ়ৈ
২২৪. বাপুবৰুৱা
২২৫. বাৰিক
২২৬. বাৰুকিয়াল
২২৭. বাৰৃৱতী
২২৮. বায়ন
২২৯. বাহেক
২৩০. বিছমুতিয়াৰী (ব)
২৩১. বিলতীয়া
২৩২. বিশ্বাসী
২৩৩. বুজবৰুৱা
২৩৪. বুঢ়াগোহাঁই
২৩৫. বুঢ়াগোহাঞি
২৩৬. বেই (স্ত্রী.)
২৩৭. বেইপি (কা)
২৩৮. বেজ
২৩৯. বেজবৰুৱা
২৪০. বৈছমুথিয়াৰী (ব)
২৪১. বৈদ্য
২৪২. বৈশ্য
২৪৩. ব্রহ্ম (ব)
২৪৪. ব্রহ্মচৌধুৰী (ব)
২৪৫. ভঁৰালী
২৪৬. ভঁৰালী-বৰুৱা
২৪৭. ভক্তা (চা)
২৪৮. ভট্রাচার্য
২৪৯. ভট্র
২৫০. ভাগৱতী
২৫১. ভাজনি
২৫২. ভূঞা
২৫৩. ভূঞা-বৰা
২৫৪. ভূমিজ (চা)
২৫৫. মজিন্দাৰবৰুৱা
২৫৬. মজুমদাৰ
২৫৭. মটক
২৫৮. মন্ত্রী
২৫৯. মৰল
২৬০. মৰাং (মি)
২৬১. মৰাণ
২৬২. মহন
২৬৩. মহন্ত
২৬৪. মাঝি (চা)
২৬৫. মান্তা
২৬৬. মালাকাৰ
২৬৭. মালী
২৬৮. মাহাতো
২৬৯. মাহাত্ব
২৭০. মিচন (মি)
২৭১. মিচিং (মি)
২৭২. মিৰি (মি)
২৭৩. মিলি (মি)
২৭৪. মিশ্র
২৭৫. মিশ্র-ভাগৱতী
২৭৬. মুক্তিয়াৰ
২৭৭. মুচাহাৰী (ব)
২৭৮. মূঢ়া (চা)
২৭৯. মুণ্ডা (চা)
২৮০. মুদিয়াৰ
২৮১. মুদৈ
২৮২. মুর্মু (চা)
২৮৩. মেচ
২৮৪. মেদক (মি)
২৮৫. মেধি
২৮৬. মেনা
২৮৭. য-খৰীয়া
২৮৮. ৰংপি (স্ত্রী.)
২৮৯. ৰংপিপি (কা)
২৯০. ৰংফাৰ (স্ত্রী.)
২৯১. ৰংফাৰপি (কা)
২৯২. ৰংহাং (স্ত্রী.)
২৯৩. ৰংহাংপি (কা)
২৯৪. ৰহাং (স্ত্রী.)
২৯৫. ৰহাংপি (কা)
২৯৬. ৰাইডঙীয়া
২৯৭. ৰাজকুমাৰ
২৯৮. ৰাজকুমাৰী(স্ত্রী.)
২৯৯. ৰাজকোঁৱৰ
৩০০. ৰাজখোৱা
৩০১. ৰাজগুৰু
৩০২. ৰাজপুত (চা)
৩০৩. ৰাজবংশী
৩০৪. ৰাজা (তি)
৩০৫.লৰাদুকাকতী (তি)
৩০৬. ৰামচিয়াৰী (ব)
৩০৭. ৰাভা
৩০৮. ৰায়
৩০৯. ৰায়চৌধুৰী
৩১০. ৰায়বৰুৱা
৩১১. ৰায়মেধি
৩১২. ৰেগন (মি)
৩১৩. ৰৌমূৰীয়া
৩১৪. লস্কৰ
৩১৫. লহকৰ
৩১৬. লাংথাচা (ডি)
৩১৭. লাগাচু
৩১৮. লালুং
৩১৯. লাহন
৩২০. লাহাৰী (ব)
৩২১. লিকচন
৩২২. লিগিৰা
৩৩৩. লুখুৰাখন
৩৩৪. লেখাৰু
৩৩৫. লেচাইৰাম ফুকন
৩৩৬. শইকীয়া
৩৩৭. শৰণীয়া
৩৩৮. শর্মা
৩৩৯. শর্মা-খাটনিয়াৰ
৩৪০. শর্মা-তামুলী
৩৪১. শর্মা-পাঠক
৩৪২. শর্মা-বৰুৱা
৩৪৩. শর্মা-মেধি
৩৪৪. শর্মা-হাজৰিকা
৩৪৫. শালৈ
৩৪৬. শীল
৩৪৭. শেনচোৱা
৩৪৮. শ্যাম
৩৪৯. শ্রুতিকৰ
৩৫০. সদাৰ
৩৫১. সন্দিকৈ
৩৫২. সভাপণ্ডিত
৩৫৩.সসাউদ
৩৫৪. সিংহ
৩৫৫. সিংহ-ফুকন
৩৫৬. সূত
৩৫৭. সূতাৰ
৩৫৮. সূত্রধাৰ
৩৫৯. সেনাপতি
৩৬০. সোণোৱাল
৩৬১. সৌকাধৰা
৩৬১. স্বর্গীয়াৰী
৩৬২. স্বর্ণকাৰ
৩৬৩. হৰ’ (চা)
৩৬৪. হাওবৰা
৩৬৫. হাকাচাম (ৰা)
৩৬৬. হাগজেৰ
৩৬৭. হাজৰিকা
৩৬৮. হাজোৱাৰী (ব)
৩৬৯. হাঞ্চে
৩৭০. হাটীমূৰীয়া
৩৭১. হাতীকাকতী
৩৭২. হাতীবৰুৱা
৩৭৩. হালৈ
৩৭৪. হিলৈদাৰী
৩৭৫. হোজাই (কা)
৩৭৮. জিয়ামৰীয়া
৩৭৯. ভেৰুৱা
৩৮০. ডাউকা
………………………ll
কা-কার্বি
চা-চাহবনুৱা
ব-বড়ো
মি-মিচিং
তি-তিৱা
ডি-ডিমাচা
ৰা-ৰাভা
………………
আৰু যদি কোনো উপাধি লিখিবলৈ বাকী পৰি গৈছে¸ তেন্তে জনাব….
ধন্যবাদ। সংগ্ৰহীত। ডিজিটেল তিনিচুকীয়া DIGITAL TINSUKIA
Read more:

Conclusion

💖 I this post i have made a post Assamese people title. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

إرسال تعليق

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.