ইন্টাৰনেটত কেনেকৈ অসমীয়া লিখিব

ইন্টাৰনেটত কেনেকৈ অসমীয়া লিখিব, ডিজিটেল তিনিচুকীয়া, Digital Tinsukia

ইন্টাৰনেটত কেনেকৈ অসমীয়া লিখিব?


ইন্টাৰনেটত অসমীয়া ইউনিকোডত লিখিবলৈ বহু ধৰণৰ লিখন সঁজুলি পোৱা যায়।তলত ইয়াৰে কেইবিধমানৰ কথা উল্লেখ কৰা হ’ল

ৰ’দালি

এই সংযোগটোৰ পৰা ৰ'দালি ডাউনল'ড কৰক
ৰ'দালি ডাউনল'ড কৰাৰ আগতে অনুগ্ৰহ কৰি তলৰ নিৰ্দেশনাবিলাক পঢ়ি লয় যেন।
Windows XP ৰ বাবে
ৰ'দালিৰ পৰ্টেবল সংস্কৰণটো ডাউনল'ড কৰক। পৰ্টেবল সংস্কৰণটো চলিবৰ বাবে আপোনাৰ কম্পিউটাৰত .net framework 2.0 বা তাৰ শেহতীয়া সংস্কৰণ থকাতো প্ৰয়োজনীয়।কিন্তু Windows XP ত .net framework ৰ প্ৰয়োজনীয় সংস্কৰণটো নাথাকিব পাৰে। সেয়েহে ৰ'দালিৰ পৰ্টেবল সংস্কৰণটো যদি আপোনাৰ কম্পিউটাৰত চলাব পৰা নাই, তেন্তে বুজিব লাগিব যে আপোনাৰ কম্পিউটাৰত .net framework ৰ আৱশ্যকীয় সংস্কৰণটো নাই। গতিকে .net framework 2.0 সংস্কৰণটো আপুনি এই সংযোগৰপৰা ডাউনল'ড কৰক আৰু আপোনাৰ কম্পিউটাৰত install কৰি লওক। ইয়াৰ পিছত আপুনি আপোনাৰ কম্পিউটাৰত ৰ'দালি ছফ্‌টৱেৰটো চলাব পাৰিব।ৰ'দালিৰ পৰ্টেবল সংস্কৰণটো ডাউনল'ড কৰাৰ পিচত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক জানিবলৈ এই নিৰ্দেশাৱলী চাওক
মন কৰিব: Windows XP থকা কম্পিউটাৰত অসমীয়া আখৰ ভালকৈ দেখা পাবলৈ আৰু লিখিবলৈ হ'লে আপুনি আপোনাৰ কম্পিউটাৰটো কিছু সজাই-পৰাই ল'ব লাগে। সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক
Windows Vista ৰ বাবে
ৰ'দালিৰ পৰ্টেবল সংস্কৰণটো ডাউনল'ড কৰক। পৰ্টেবল সংস্কৰণটো চলিবৰ বাবে আপোনাৰ কম্পিউটাৰত .net framework 2.0 বা তাৰ শেহতীয়া সংস্কৰণ থকাতো প্ৰয়োজনীয়। Windows Vista অপাৰেটিং চিষ্টেমটোৰ লগত .net framework ৰ প্ৰয়োজনীয় সংস্কৰণটো সংলগ্ন হৈ থাকে. গতিকে windows Vista ত ৰ'দালি ছফ্‌টৱেৰটোৰ পৰ্টেবল সংস্কৰণটো চলাবৰ বাবে কোনো অতিৰিক্ত ছফ্‌টৱেৰ install কৰাৰ প্ৰয়োজন নাই। ৰ'দালিৰ পৰ্টেবল সংস্কৰণটো ডাউনল'ড কৰাৰ পিচত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক জানিবলৈ এই নিৰ্দেশাৱলী চাওক।
Windows 7 ৰ বাবে
Windows 7 অপাৰেটিং চিষ্টেমত অনায়াসে অসমীয়া আখৰ চাব আৰু লিখিব পাৰি। আপোনাৰ কম্পিউটাৰত যদি Windows 7 আছে, তেন্তে ৰ'দালিৰ যিকোনো সংস্কৰণ ডাউনল'ড কৰি ব্যৱহাৰ কৰিব পাৰে। তাৰ বাবে কোনো অতিৰিক্ত ছফ্‌টৱেৰ install কৰাৰ প্ৰয়োজন নাই; কাৰণ Windows 7 ত .net framework 3.5 সংস্কৰণটো থাকেই।ৰ'দালি ডাউনল'ড কৰাৰ পিচত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক জানিবলৈ এই নিৰ্দেশাৱলী চাওক
ভাষা প্ৰযুক্তি বিকাশ পৰিষদ, অসমৰ সৌজ্যনত

জাহ্নৱী

  • জাহ্নৱী লিখন সঁজুলি ডাউনলোড কৰিবলৈ এই সংযোগটোত টিপক: জাহ্নৱী
  • ইয়াত আপুনি অসমীয়া স্বপ্ৰৱাহিত শব্দসম্ভাৰ বানান পৰীক্ষক আৰু দ্ৰুত লিখন সঁজুলিৰ সহায় পাব।
  • জাহ্নৱী কেনেকৈ ইন্সটল কৰিব সেয়া জানিবলৈ এই ভিডিঅ'টো চাব পাৰে

মাইক্ৰ'ছফট ইণ্ডিক ইনপুটৰ বাবে

ইক্র’ছফট ভিস্তাৰ বাবে ইণ্ডিক চাপ’র্ট বিচৰা
এই ব্যৱস্থা বিলাক অনুসৰন কৰকঃ Start >> Control Panel >> Regional and Language option
ব্যৱস্থা-০১:“Location” অপচনটো ক্লীক কৰক।
ব্যৱস্থা-০২: ড্রপ ডাউন মেনুৰ পৰা “India” চিলেক্ট কৰক।
ব্যৱস্থা-০৩:“OK” বটন ক্লীক্‌ কৰক।
ব্যৱস্থা-০৪:“Keyboards and Language” বটন ক্লীক্‌ কৰক।
ব্যৱস্থা-০৫:“Change Keyboard” বটন ক্লীক্‌ কৰক।
ব্যৱস্থা-০৬:“Add” বটন ক্লীক্‌ কৰক।
ব্যৱস্থা-০৭:“Hindi বা আন যিকোনো ভাৰতীয় ভাষা” পছন্দ কৰক।
ব্যৱস্থা-০৮:“হিন্দী” অপচনৰ বাওঁফালে থকা + চিনটো ক্লীক্‌ কৰক।
ব্যৱস্থা-০৯: কী বোর্ড অপচনৰ বাওঁফালে থকা + চিনটো ক্লীক্‌ কৰক।
ব্যৱস্থা-১০: দুয়োটা অপচন পৰীক্ষা কৰক - “Devnagari Hindi (Inscript) আৰু “Hindi Traditional
ব্যৱস্থা-১০:“OK” বটনটো ক্লীক্‌ কৰক আৰু তাৰ পিছত “Apply” বটনটো ক্লীক্‌ কৰক।
ব্যৱস্থা-১১: তলত থকা বটন টাক্স বাৰতগৈ (সোঁফালৰ তলত) “EN” দেখা যাব।
ব্যৱস্থা-১২: যদি অপচন বটনটো দেখা নেযায়, তেতিয়া হলে আপোনাৰ মেচিনটো আকৌ ষ্টার্ট কৰক।
ব্যৱস্থা-১৩:“EN” বটনটো সোঁফালৰ তলত টাক্স বাৰত দেখা যাব।
ব্যৱস্থা-১২: ৱোর্ড পেজ খন খুলক।
ব্যৱস্থা-১৩:Alt + Shift” কী টো চেপি ভাষাটো সলনি কৰক।
ব্যৱস্থা-১৪: হিন্দী বা আন যিকোনো ভাষা টাইপ কৰক। ইয়াত আপুনি কী বোর্ডৰ আখৰৰ সাহায্য পাব।
ব্যৱস্থা-১৫: যদি আপুনি “Phonetic Keyboard” ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া হলে তলত দিয়া উপায় বিলাক অৱলম্বন কৰক।
ফোনেটিক কী বোর্ড ব্যৱহাৰ কৰিবৰ বাবে IME সাহায্যখিনি ডাউনলোড কৰক
ব্যৱস্থা-১: Bhashaindia ৱেব পেজ খিনি খুলি লওক।
ব্যৱস্থা-২:Download” মেনুত ক্লীক্‌ কৰক (বাঁও ফালত থকা “For End Users” হেডিংৰ অর্ন্তগত)
ব্যৱস্থা-৩: “Indic IME” ক্লীক্‌ কৰক।
ব্যৱস্থা-৪: ইণ্ডিক IME অপচনৰ অর্ন্তগতত, “Indic IME-1 (Hindi)” ত গৈ ডাউনলোদ কৰিবলৈ ক্লীক্‌ কৰক।
ব্যৱস্থা-৫: ডেক্সটপত গৈ ফাইলটো সেভ কৰক আৰু জিপ ফাইলৰ পৰা ওলাই আহক।
ব্যৱস্থা-৬:“Setup” তগৈ দুবাৰ ক্লীক্‌ কৰক।
ব্যৱস্থা-০৭: ইন্সটলেচন হৈ গলে, কম্পিউটাৰটো পুনৰায় আৰম্ভ কৰিলে ভাল হয়।
ব্যৱস্থা-০৮: এই উপায় বিলাক অনুসৰন কৰকঃ Start >> Control Panel >> Regional and Language Option >> “Keyboards and Language >> Change Keyboard >> Hindi Traditional >>Add >> Hindi >> Check the Box “Hindi Indic IME 1 [V 5.1]” >> Apply >> Ok
ব্যৱস্থা-০৯:ওয়ার্ড ডকুমেন্টখন খুলক আৰু ভাষাটো সলনি কৰক তাৰ বাবে “Alt + Shift” চেপক।
ব্যৱস্থা-১০:“Keyboard” ইমেজতগৈ ক্লীক্‌ কৰক আৰু “Hindi Transliteration/Hindi Indic IME” পছন্দ কৰক আৰু ফোনেটিক ভাষাত লিখা আৰম্ভ কৰক।

    উইনড’জ ২০০০ ৰ বাবে ইণ্ডিকৰ সাহাৰ্য্য বিচৰা

    এই উপায় বিলাক অনুসৰন কৰকঃ Start >> Setting/Control Panel >> Regional and Language option
    ব্যৱস্থা-০১:“General” বটনত গৈ ক্লীক্‌ কৰক
    ব্যৱস্থা-০২:“Language setting for the system” হেডিংৰ অর্ন্তগতত তলত থকা ড্রপ ডাউন মেনুৰ পৰা “Indic” অপচনটো ভালকৈ চাই লওক
    ব্যৱস্থা-০৩: “Indic” অপচনটো পৰীক্ষা কৰাৰ পিছত, আপোনাক কিছুমান ফাইল কপি কৰিবৰ বাবে “Windows 2000 Professional CD-ROM” খুলিবলৈ এটা নির্দেশ দিয়া হব। গতিকে চিডি এটা প্রবেশ কৰাই ফাইল বিলাক কপি কৰিবলৈ সাহায্য কৰক।
    ব্যৱস্থা-০৪:“OK” ক্লীক্‌ কৰক আকৌ তলত দিয়া উপায় বিলাক অনুসৰন কৰকঃ Start >>Setting/Control Panel >> Regional and Language option
    ব্যৱস্থা-০৫:“Input Locales” বটনটো ক্লীক্‌ কৰক
    ব্যৱস্থা-০৬:“Input language” হেডিংৰ তলত থকা ড্রপডাউন মেনু বক্সৰ পৰা ভাষাটো বাছি লওক
    ব্যৱস্থা-০৭:“OK” বটনটো ক্লীক্‌ কৰক
    ব্যৱস্থা-০৮: ইয়াৰ পিছত টাক্স বাৰত (সোঁ ফালৰ তলত) “EN” ওলাব।
    ব্যৱস্থা-০৯: যদি এই অপচনটো নুলায়, তেতিয়া হলে আপুনাৰ কম্পিউটাৰটো আকৌ নতুনকৈ
    চালু কৰক

    ব্যৱস্থা-১০: পুনৰ কম্পিউটাৰটো চালু কৰিলে সোঁ ফালে টাক্স বাৰৰ তলত থকা “EN” অপচনটো ওলাব
    ব্যৱস্থা-১১: ওয়ার্ড পেজটো খুলক
    ব্যৱস্থা-১২:“Alt আৰু Shift” কী চেপি ভাষাটো সলনি কৰক। যদি আপুনি হিন্দী লিখিব খুজিছে তেন্তে “HI” লিখা আখৰটো ওলাব।
    ব্যৱস্থা-১৩: হিন্দী বা আন যিকোনো ভাষা টাইপ কৰক। ইয়াত আপুনি কী বোর্ডৰ আখৰৰ সাহায্য পাব।
    ব্যৱস্থা-১৪:যদি আপুনি “Phonetic Keyboard” ব্যৱহাৰ কৰিব বিচাৰে তেন্তে তলত দিয়া উপায় বিলাক অনুসৰন কৰক
    ফোনেটিক কীবোর্ডৰ ব্যৱহাৰৰ বাবেIME সাহাৰ্য্য ডাউনলোড
    ব্যৱস্থা-১: ৱেব পেজ খন খুলকঃ Bhashaindia
    ব্যৱস্থা-২:“Download” মেনুত ক্লীক্‌ কৰক (“For End Users” হেডিংৰ বাওঁফালে তলত থকা)
    ব্যৱস্থা-৩: “Indic IME” ক্লীক্‌ কৰক
    ব্যৱস্থা-৪: ইণ্ডিক IME অপচন মেনুৰ অর্ন্তগতত থকা “Indic IME-1 (Hindi)” ত গৈ ডাউনলোদ কৰক
    ব্যৱস্থা-৫: ডেক্সটপত গৈ ফাইলটো সেভ কৰক আৰু জিপ ফাইলৰ পৰা ওলাই আহক
    ব্যৱস্থা-৬: “Setup” তগৈ দুবাৰ ক্লীক্‌ কৰক
    ব্যৱস্থা-৭: ইন্সটলেচন হৈ গলে, কম্পিউটাৰটো পিনৰায় চালু কৰিলে ভাল হয়
    ব্যৱস্থা-৮:এই উপায় বিলাক অনুসৰ্ন কৰকঃ Start >> Setting/Control Panel >> Regional and Language Option >> “Input Languages >> Select “Assamese Indic IME 1 [V 5.1]” ড্রপ ডাউন মেনুৰ বক্সত  “Keyboard layout/IME” হেডিংৰ অর্ন্তগতত  >> Ok >> Apply
    ব্যৱস্থা-৯: ওয়ার্ড ডকুমেন্টখন খুলক আৰু ভাষাটো সলনি কৰক তাৰ বাবে “Alt আৰু Shift”চেপক
    ব্যৱস্থা-১০:“Keyboard” ইমেজতগৈ ক্লীক্‌ কৰক আৰু “AssameseTransliteration/Hindi Indic IME” পছন্দ কৰক আৰু ফোনেটীক ভাষাত লিখা আৰম্ভ কৰক।
    এক্সপিৰ বাবে ইণ্ডিকৰ সাহাৰ্য্য বিচৰা
    তলত দিয়া উপায় বিলাক অনুসৰন “Regional Options” Start >> Control Panel >>


    থলুৱা আৰু ভাষাৰ পছন্দ

    উপায়-০১: “Regional Options” ত ক্লীক্‌ কৰক
    উপায়-০২: “Location”হেডিংৰ তলত থকা ড্রপ ডাউন বক্সৰ পৰা “India”  চিলেক্ট কৰক
    উপায়-০৩:“OK” বটন ক্লীক্‌ কৰক
    আকৌ, তলত দিয়া পদাংক খিনি অনুসৰন কৰকঃ Start >> Control Panel >> Regional and Language option
    উপায়-০৪: “Languages” বটন ক্লীক্‌ কৰক
    উপায়-০৫:“Supplemental language support” তলত থকা দুয়োটা বক্সত পৰীক্ষা কৰক। বক্স দুয়োটা পৰীক্ষ হৈ গলে, “চার্ভিচ পেক - ২” প্রবেশ কৰিবৰ বাবে লিখা এটা নির্দেশ ওলাব যাৰ দ্বাৰা আপুনি কিছুমা ফাইল কপি কৰিব পাৰিব।
    উপায়-০৬:“OK” ক্লীক্‌ কৰক
    উপায়-০৭:“Languages” বটনত ক্লীক্‌ কৰক
    উপায়-০৮:“Details” বটনত ক্লীক্‌ কৰক
    উপায়-০৯: “Add” বটনত ক্লীক্‌ কৰক, আৰু তলত “Installed services” টো দিয়ক
    উপায়-১০: “Input Language” হেডিংৰ তলত থকা ড্রপ দাউন বক্সৰ পৰা ভাষাটো পছন্দ কৰক, যেনে হিন্দী
    উপায়-১০: প্রথমে “OK” বটনটো ক্লীক্‌ কৰক, তাৰ পিছত “Apply” বটনটো ক্লীক্‌ কৰক
    উপায়-১১: টাক্স বাৰত (তলত সোঁফালে) “EN”  ওলাব।
    উপায়-১২: যদি সেই অপচনটো নুলায়, তেন্তে আপোনাৰ কম্পিউটাৰ আকৌ নতুনকৈ চালউ কৰক
    উপায়-১৩: পুনৰায় চালু কৰাৰ পিছত “EN”  অপচনটো টাক্সবাৰৰ সোঁফালে তলত ওলাব
    উপায়-১২: ওয়ার্ড পেজ খুলক
    উপায়-১৩: “Alt আৰু Shift” কী চেপি ভাষাটো সলনি কৰক। যদি আপুনি হিন্দী লিখিব খুজিছে তেন্তে “HI” লিখা আখৰটো ওলাব।
    ব্যৱস্থা-১৪: হিন্দী বা আন যিকোনো ভাষা টাইপ কৰক। ইয়াত আপুনি কী বোর্ডৰ আখৰৰ সাহায্য পাব।
    ব্যৱস্থা-১৫: যদি আপুনি “Phonetic Keyboard” ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া হলে তলত দিয়া উপায় বিলাক অৱলম্বন কৰক
    ফোনেটিক কী বোর্ড ব্যৱহাৰৰ বাবে IME সহায়িকা ডাউনলোড কৰক
    ব্যৱস্থা-১: ৱেব পেজ খন খুলকঃ Bhashaindia
    ব্যৱস্থা-0২: “Download” মেনুত ক্লীক্‌ কৰক (“For End Users” হেডিংৰ বাওঁফালে তলত থকা)
    ব্যৱস্থা-0৩: “Indic IME” ক্লীক্‌ কৰক
    ব্যৱস্থা-0৪: ইণ্ডিক IME অপচন মেনুৰ অর্ন্তগতত থকা “Indic IME-1 (Hindi)” ত গৈ ডাউনলোদ কৰক
    ব্যৱস্থা-0৫: ডেক্সটপত গৈ ফাইলটো সেভ কৰক আৰু জিপ ফাইলৰ পৰা ওলাই আহক
    ব্যৱস্থা-0৬: “Setup” তগৈ দুবাৰ ক্লীক্‌ কৰক
    ব্যৱস্থা-0৭: ইন্সটলেচন হৈ গলে, কম্পিউটাৰটো আকৌ চালু কৰিলে ভাল হয়
    ব্যৱস্থা-0৮:এই উপায় বিলাক অনুসৰ্ন কৰকঃ : Start >> Control Panel >> Regional and Language Option >> “Languages >> Details >> Hindi Traditional >> Add >> Select “Hindi”ইতিমধ্যে প্রবেশ কৰা ভাষা  >> পছন্দ কৰক “Hindi Indic IME 1 [V 5.1]” >> Ok >> Apply
    ব্যৱস্থা-0৯: ওয়ার্ড ডকুমেন্টখন খুলক আৰু ভাষাটো সলনি কৰক তাৰ বাবে “Alt আৰু Shift”চেপক
    ব্যৱস্থা-১০:“Keyboard” ইমেজতগৈ ক্লীক্‌ কৰক আৰু “Hindi Transliteration” অপচনটো পছন্দ কৰক আৰু ফোনেটীক ভাষাত লিখা আৰম্ভ কৰক।
    ইউনিকোড ফ্ৰন্টক ট্ৰু টাইপ ফ্ৰন্টলৈ পৰিৱর্ত্তন ?
    আপুনি এইসমূহ https://www.microsoft.com/en-in/bhashaindia/assamese.aspx ৰ পৰা ডাউনলোদ কৰিব পাৰিব
    ১) TBIL ৰূপান্তৰক ৩.০
    ২) .নেট ফ্রেমওয়ার্ক ৩.৫ এচপি১
    অনুগ্রহ কৰি তলত দিয়া উপায় বিলাক অনুসৰন কৰি চেটআপটো চলাওক আৰু ফাইলটোৰ ৰূপান্তৰ ঘটাওকঃ
    ব্যৱস্থা-১: .Net Framework 3.5 SP1 ত ক্লীক্‌ কৰি সেইটো ডাউনলোদ কৰক আৰু আপুনাৰ ডেক্সটপত সেইটো চেভ কৰক।
    ব্যৱস্থা-২:.NET Framework Version 3.5 SP1 প্রথমে চলাওক
    ব্যৱস্থা-৩: ইয়াৰ পিছত TBIL চেট আপ চলাওক (ইয়াৰ বাবে চেটআপ ইমেজত গৈ দুবাৰ ক্লীক্‌ কৰক আৰু নির্দেশ খিনি পালন কৰক।
    ব্যৱস্থা-৪: ইয়াৰ পিছত ডেক্সটপ্‌ আইকনটো ওলাব।
    ব্যৱস্থা-৫:ফন্ট সলনি কৰিবৰ বাবে দুবাৰ ক্লীক্‌ কৰক আৰু তলত দিয়া নির্দেশ খিনি পালন কৰক >> Check the Doc Files box >> Go >> Source Language (Hindi) >> Source format (Unicode) >> Source font (Mangal) >> Target language (Hindi) >> Target format (Ascii) >> Target font (Kruti dev 010 >> Next >> Browse >> Convert >> OK >> Exit >> Yes
    ব্যৱস্থা-৬: চ’র্ছ ফাইলটো য’ত ৰাখি থোৱা আছে, সেই ঠাইতেই এই ফাইলটো চেভ হ’ব।
    ব্যৱস্থা-৭: ৰূপান্তৰ হোৱাৰ পিছত আপুনি কিছুমান আখৰ নেদেখিব পাৰে বা হেৰাই যাব পাৰে, গতিকে সেই খিনিক আকৌ শুদ্ধকৈ আপুনাক লিখিব লাগিব।
    ৱোৰ্ড ডকুমেন্টক পিডিএফ লৈ পৰিৱর্ত্তন?
    PDF তৈয়াৰ কৰিবৰ বাবে বহুতো লাগতিয়াল সহায়ক সৰঞ্জাম আছে, ফলত আপুনি নিজৰ পছন্দ মতে সেই বিলাক সৰঞ্জামক ব্যৱহাৰ কৰিব পাৰিব। PDF 995 হ’ল PDF ৰ সৃষ্টিকর্তা।

    PDF 995 ৰ বিষয়ে



  • PDF 995 হ’ল PDF ৰ সৃষ্টিকর্তা যিটোয়ে ওয়ার্ড ডকুমেন্টক/এক্সেল চীট/পিপিটি ইত্যাদিক PDF লৈ সলনি কৰে।
  • চেটআপখিনি ডাউনলোদ কৰিবলৈ আৰু কোনো এটা ডকুমেন্টক PDF লৈ সলনি কৰিবলৈ তলত দিয়া উপাই বিলাক অনুসৰন কৰক।

    ব্যৱস্থা-১: ইয়াত ক্লীক্‌ কৰি PDF 995 ডাউনলোদ কৰক
    ব্যৱস্থা-২: PDF 995 Printer Driver (Version 9.2) ডাউনলোদ কৰক আৰু Free Converter Version 1.3, যিটো “Pdf995 2-Step Download” মেনুৰ অর্ন্তগতত পোৱা যায়।
    ব্যৱস্থা-৩: দুয়োটা চেটআপ ডাউনলোদ কৰক আৰু ডেক্সটপত তাক চেভ কৰক।
    ব্যৱস্থা-৪: এটাৰ পিছত এটাকৈ দুয়োটা প্রগ্রাম চলাওক
    ব্যৱস্থা-৫: যিকোনো এটা ওয়ার্ড ডকুমেন্ট/এক্সলে চীট  বা পিপিটি খুলক
    ব্যৱস্থা-৫:তলত দিয়া উপায় বিলাক অনুসৰন কৰি সেই বিলাকক PDF >> File >> Print >> PDF Creator >> OK >> Save ৰূপান্তৰ কৰক।
    সংগ্ৰহীত
    Read more:

    Conclusion

    💖 I this post i have made a post ইন্টাৰনেটত কেনেকৈ অসমীয়া লিখিব. I hope you have liked it and Please do share with your friends and follow our blog for more

    if you have any questions please feel free to ask in comments section

    Rate this Article

    About the Author

    Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

    Post a Comment

    অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
    Cookie Consent
    We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
    Oops!
    It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
    AdBlock Detected!
    We have detected that you are using adblocking plugin in your browser.
    The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
    Site is Blocked
    Sorry! This site is not available in your country.