জলফাইৰ ঔষধি গুণ

জলফাইৰ ঔষধি গুণ জলফাই আমাৰ সকলোৰে এটি সুপৰিচিত ফল। সাধাৰণতে শীতকালতে প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা এই ফলটি দীর্ঘদিন ধৰি নানান ভাৱে আমাৰ মাজত ব্যৱহাৰ হৈ আহিছে। বহু পুষ্টিগুণেৰে সমৃদ্ধ এই ফলটিৰ অনেক স্বাস্থ্য উপকাৰিতা আছে। অজস্ৰ পুষ্টিকৰ তত্ববোৰৰ লগতে জলফাইত ভিটামিন চি, ফাইবাৰ, এন্টিঅক্সিডেন্ট সৰ্বাধিক পোৱা যায়।
জলফাইৰ ঔষধি গুণ
জলফাইৰ ঔষধি গুণ

জলফাই

জলফাই আমাৰ সকলোৰে এটি সুপৰিচিত ফল। সাধাৰণতে শীতকালতে প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা এই ফলটি দীর্ঘদিন ধৰি নানান ভাৱে আমাৰ মাজত ব্যৱহাৰ হৈ আহিছে। বহু পুষ্টিগুণেৰে সমৃদ্ধ এই ফলটিৰ অনেক স্বাস্থ্য উপকাৰিতা আছে। অজস্ৰ পুষ্টিকৰ তত্ববোৰৰ লগতে জলফাইত ভিটামিন চি, ফাইবাৰ, এন্টিঅক্সিডেন্ট সৰ্বাধিক পোৱা যায়। 


জলফাইৰ ঔষধি গুণ:- 

১) গেষ্ট্ৰিকৰ সমস্যাত দীর্ঘদিন ধৰি ভূগি থকা জনে প্রতিদিনে এটাকৈ জলফাই খালে সুফল পাব। 
২) কলা বৰণৰ জলফাই ভিটামিন-ই ৰ ভাল উৎস। ই শৰীৰৰ ফ্রি ৰেডিকেল বোৰ ধ্বংস কৰে। 
৩) শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাত ইয়াৰ মাজত থকা উপাদান বোৰে সহায় কৰে। 
৪) নিয়মিত জলফাই খালে পিত্তথলিৰ পিত্তৰসে অন্ত্ৰত ঠিকমতে কাৰ্য্য কৰে। ফলত পিত্তথলিত পাথৰ হোৱাৰ সম্ভাৱনাও অনেক কমি যায়। 
৫) প্ৰচুৰ পৰিমাণে ভিটামিন-C ৰে ভৰপূৰ জলফাই খালে চর্দি, কাঁহৰ দৰে শীতকালীন ৰোগ বোৰৰ পৰা বাছি থাকিব পৰা যায়। 
৬) জলফাইত থকা উপাদানবোৰে শৰীৰত শৰ্কৰা নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ফলত ডায়েবেটিচ ৰোগীৰ বাবে ই বৰ উপকাৰী ফল। 
৭) আমি সকলোৱে জানো জলফাইৰ পৰা যি তেল উৎপন্ন কৰা হয় সেই তেলক অলিভ অইল বুলি কোৱা হয়।আৰু এই তেল মানুহৰ স্কিন আৰু চুলিৰ বাবে বৰ উপকাৰী। 
৮) বহু ঠাইৰ মানুহে অলিভ অইল খাবলৈকো উৎপাদন কৰে। আৰু এই তেল হাৰ্টৰ বাবে উপকাৰী। 
৯)জলফাইত থকা উপাদান বোৰে দেহত কেঞ্চাৰৰ কোষ গঠনত বাধা দিয়ে। 
১০)জলফাইত থকা বহু চমৎকাৰী তত্ববোৰে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 
সেয়েহে এই ঋতুৰ বিশেষ ফল জলফাই খাওক আৰু সুস্থ থাকক। 




ধন্যবাদ। সংগ্ৰহীত। ডিজিটেল তিনিচুকীয়া DIGITAL TINSUKIA
Read more:

Conclusion

💖 I this post i have made a post জলফাইৰ ঔষধি গুণ. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

3 comments

  1. First Test Comment
    1. Test Comment Reply Thanks for your comment.
  2. Welcome To New Website.
অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.