চাহ গছৰ বিননী - অসমীয়া কবিতা |
চাহ গছৰ বিননী
শ্ৰীমণ্টু ডেকা
এটি কলিৰ দুটি পাত
ডাঙৰ হবলৈ নাপায়,
চিঙো চিঙো কৈ মাথো
আমাৰ হাতখনেই যায়.....।
দুখ লাগে কেতিয়াবা
চাহ গছৰ বিননী শুনি
মানুহ নামৰ প্ৰাণীবোৰ
আমি যে ইমান নিৰ্দয়ী।
📌Written by Montu Deka & Priyanshu Deka
Conclusion
💖 I this post i have made a post চাহ গছৰ বিননী - কবিতা - Assamese Poem - By Montu Deka. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
Poem ,
অসমীয়া কবিতা ,