দিল্লী ষ্টেচন
দিল্লি ষ্টেচনত মহিলা এগৰাকী দৌৰি দৌৰি কোনোমতে ট্ৰেইনত উঠিলগৈ ।
তাকে দেখি দুজনমানে ক'লে
" কামাল কী ঔৰত হে য়ে ।
কামাল কী ঔৰত ! "
সেইতো শুনি মহিলাজনীয়ে চিঞৰি চিঞৰি ক'লে ……
" আবে চুপ কৰ চালে !
কামাল তো মেৰী দেবৰ কা নাম হে ।
মে তো জামাল কী ঔৰত হু ।"
Conclusion
💖 I this post i have made a post দিল্লী ষ্টেচন Delhi Station. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
Jokes ,
অসমীয়া কৌতুক ,