কৌতুক | Joke 3

 ৰজনীকান্ত---মই যেতিয়া ২৫ বছৰৰ অাছিলো মই এজন বাছ কনডাক্টৰ অাছিলো ।

নৰেন্দ মোদী--মই এসময়ত হোটেল়ত চাহ বনাইছিলো

শচীন তেন্ডুলকাৰ---মইমেট্ৰিক পৰিক্ষা পাছ কৰিব পৰা নাছিলো ।

ধিৰুভাই অাম্বানী--মই এটা পেট্ৰল পাম্পত কাম কৰিছিলো ।

বিল গেট্চ--মই মোৰ কলেজৰ পঢ়া শেষ কৰাৰ সুবিধা পোৱা নাছিলো ।

লিয়নেল মেছি-- মই এখন চাহৰ দুকানত কাম কৰিছিলো মোৰ ফুটবল প্ৰশিক্ষনৰ বাবে লগা খৰছ ওলিয়াবলৈ ।

শ্বাহৰুক খান --- মই মোৰ বন্ধুৰ পৰা ২০ টকা ধাৰলৈ লৈছিলো , চিনেমা জগতলৈ বাছেৰে যাবলৈ ।

অাব্ৰাহিম লিংকন ---- মই জোতা চাফা কৰিছিলো কিন্তু মোৰ এজোৰো জোতা নাছিল ।

তুমি অাৰু মই চিনি পোৱা এই সকল ব্যক্তিৰ জীবন তেনেই সাধাৰণ অাছিল ।

তাক অসাধাৰণ কৰিলে তেওঁলোকৰ নিজা শক্তি অাৰু সাধনাৰ বলত । তুমি এতিয়া কি সেইটো দৰকাৰী নহয় , তুমি কি কৰিব পাৰিবা সেইটো হে প্ৰয়োজন ।

কোনোবাই কৈছিল

তুমি দুখিয়া হৈ জন্মগ্ৰহণ কৰিছা তাত তুমাৰ ভূল নাই ,

কিন্তু তুমি দুখিয়া হৈ মৰি গৈছা তাত তুমাৰ ভূল , কাৰণ তুমি তুমাৰ অবস্থা ভাল কৰিবৰ বাবে কোনো চেষ্টা নকৰিলা ।

Read more:

Conclusion

💖 I this post i have made a post কৌতুক | Joke 3. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

Post a Comment

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.