এটা ল’ৰাই এজনী ছোৱালীক প্রথমবাৰ দেখিয়েই ভাল পাই পেলাইছিল. ল’ৰাটোৱে ছোৱালীজনীক প্রপ’জ কৰিলে..
ছোৱালী :- তোমাৰ একমাহৰ যিমান উপার্জন , সিমান মোৰ এসপ্তাহৰ খৰচ, সেয়েহে মই তোমাক ভাল পাব নোৱাৰো..
তথাপিও ল’ৰাটোৱে তাইক মনত ভাল পায়েই থাকিল ...
20 বছৰ পাছত কিবা সংযোগত দুয়ো এটা mall (দোকান)ত লগ হ’ল , কথাৰ মাজতে ছোৱালীজনীয়ে ক’লে মোৰ স্বামীয়ে এটা বহুত ডাঙৰ কোম্পানীত ছাকৰি কৰে.
তেখেতৰ salary এমাহত ৮০ হাজাৰ .তেখেত বহুত intelligent… এতিয়া তুমিয়েই কোৱা,
... সেইদিনা মই তোমাৰ লগত সম্পর্ক নকৰি বেয়া কৰিলো নেকি..?
ল’ৰাটোৰ চকু চলচলীয়া হৈ পৰিল,...
ল’ৰাটোৱে কিবা ক’বলেই লওতেই..
ছোৱালীজনীৰ গিৰিয়েক আহিল আৰু তেওঁ ল’ৰাজনক দেখি সুধিলে –ছাৰ, আপুনি ইয়াত ?
দুই এষাৰ কথাৰ পাছত দুয়ো এৰা এৰি হ’ল। পাছত ছোৱালীজনীৰ গিৰিয়েকে জনালে যে :- তেখেত আমাৰ কোম্পানীৰ মালিক আৰু এবছৰত ৫০০ কোটি টকাৰ টার্নঅভাৰ আছে ,ছাৰে এজনী ছোৱালী ভাল পাইছিল ,তাই অস্বীকাৰ কৰিলে, সেইকাৰণে আজিলৈকে বিয়াই নাইপতা ...
তাকে শুনি ছোৱালীজনী Emotional হৈ পৰিল । জীৱনত কেতিয়া কি হয় কোনেও নাজানে , সময়ে কাৰোবাক খালত পেলাবও পাৰে কাৰোবাক আকাশত তুলি দিব পাৰে...
."ভালপোৱাক বুজিবলে চেষ্টা কৰক আৰু মহত্ব দিয়ক,ইয়াক ধনৰ লগত তুলনা নকৰিব...
কাৰণ প্রেম স্বর্গীয়"
Conclusion
💖 I this post i have made a post ভালপোৱাৰ মহত্ব. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
Jokes ,
অসমীয়া কৌতুক ,