এটা পাৰ চৰাই পোহক। প্রথমেই পাৰটি পাল্লাত ওজন কৰি লওক।
এইবাৰ ১ কিলো চাউল লওক। আপোনাৰ লক্ষ্য হ'ব ১০ দিনৰ ভিতৰত ১ কিলো চাউল পাৰটোক খুৱাই দিয়া।
পাৰটোৱে যিমানে খাব, সিমানে পটি কৰিব। ১০ দিনৰ সমস্ত পটি যত্নেৰে এটা বাটিত জমা কৰি ৰাখক।
১০ দিনৰ পাছত পাৰটোৱে যেতিয়া ১ কিলো চাউল খাই পেলাইছে, আৰু পটি কৰি পেলাইছে, তেতিয়া সব পটি একেলগে ওজন কৰক।চাওক ১ কিলো চাউলৰ বদলি আপুনি কিমান পটি পালে।
আপুনি দেখিব মাত্র ২০০ গ্রাম পটি পাইছে !
আৰু দেখিব, এই ১০ দিনত ১ কিলো চাউল খাই পাৰটিৰ ওজন ১০০ গ্রাম বাঢ়িছে।
তাৰমানে ৩০০ গ্রামৰ (২০০ গ্রাম পটি + ১০০ গ্রাম ওজন বৃদ্ধি) হিচাব পোৱা গৈছে।
আপুনি বুজিব পাৰিলে নে, ৭০০ গ্রাম চাউলৰ ওজন ক'ত গ'ল?
?
?
?
?
?
বুজি নাপালে ?!?
তেনেহ'লে আপুনি GST ঘেন্টা বুজিব।
Conclusion
💖 I this post i have made a post পাৰ চৰাই. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section