Rexona নামৰ ধুনীয়া ছোৱালী জনী



এখন গাঁৱত Rexona নামৰ বৰ সুন্দৰী ছোৱালী এজনীয়ে বাস কৰিছিল ৷ তাই সেই গাঁৱৰে Cinthol নামৰ ল'ৰা এজনক ভাল পাইছিল ৷ Margo আৰু Hamam Cinthol ৰ দেউতাক মাক আৰু Nirma আৰু Wheel Rexonaৰ মাক দেউতাক আছিল ৷ Cinthol মোৰ Lifeboy ',,এই কথা কল্পনা কৰি Rexonaiই বহুত সুখ অনুভৱ কৰিছিল ৷ 501 নামৰ Rexonaৰ পেহীয়েক এজনীৰ মধ্যস্থতাত এদিন Rexona আৰু Cintholor বিয়া মহা ধুম ধামেৰে আয়োজন হয় য'ত নেকি সেই বিবাহ অনুষ্ঠানত উপস্থিত থাকে সন্মানিয় Lux, Dove, Dettol, Savlon,Tide ,Fa, Jo ইত্যাদি ইত্যাদি ৷৷

নৱবিবাহিতা দম্পতিয়ে বিয়াৰ পিছত Pondsনগৰত থকা নিজৰ Pears বাংল'ত খুওব আৰামেৰে জীৱন নিৰ্বাহ কৰে ৷
25
বছৰৰ পাছত দুয়োৰে এজনী ধুনিয়া কন্যাৰ জন্ম দিয়ে যি জনী জন্ম হোৱাৰ পাছৰ পৰাই সকলোৱে জিনা হাৰাম কৰি দিয়ে ৷ সেই ছোৱালী জনীৰ নাম হ'
.
.
.
.
.
.
.
.
.
.
.
.
পতঞ্জলী

Conclusion

💖 I this post i have made a post Rexona নামৰ ধুনীয়া ছোৱালী জনী. I hope you have liked it and Please do share with your friends and follow our blog for more

if you face any problems in code or have any questions please feel free to ask in comments section or Contact us

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

Post a Comment

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.