হাইৱেত পুলিচে এখন গাড়ী ৰখালে আৰু ক'লে……
পুলিচ : এইটো চেফটি উইক !
আপুনি চিট বেল্ট পিন্ধি চলোৱা বাবে লাভ কৰিছে ১০০০ টকাৰ এক পুৰস্কাৰ ।
চালক : থেংক ইউ!
পুলিচ : কি কৰিব কওকচোন এই টকাৰে?
চালক : মই প্ৰথমে ……… . . দ্ৰাইভিং লাইচেনচ বনাম ! ……
পুলিচ : হোৱাট ? সেই সময়তে……
চালকৰ মাক : বিশ্বাস নকৰিব ছাৰ ইয়াৰ কথা ! ই অলপ দ্ৰিংকচ কৰিলে যি তি বকে। …… পুলিচৰ মাত শুনি ……
চালকৰ দেউতাক : মই জানিছোলেই চুৰিৰ গাড়ী বেছি দূৰ নিব নোৱাৰিম বুলি !……
পুলিচ : ব'ল তহত আজি চব জেলত ! … ঠিক তেনেতে……
গাড়ীৰ দিকিৰ পৰা…… . . . . .
মা আমি বৰ্ডাৰ পাৰ হ'লো নে ?
Conclusion
💖 I this post i have made a post চেফটি উইক safty week. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
Jokes ,
অসমীয়া কৌতুক ,