তিনিটা এন্দুৰ - অসমীয়া কৌতুক - Three Rat - Assamese Joke
"আব্বে ভাইঁ তহঁতে জাননে, আজিকালি সদায় বৰুৱাৰ ঘৰত জেহেৰ সানি থোৱা বিস্কুট খোৱাতো মোৰ এটা আদতেই হৈ গল৷ চাল্লা বৰুৱাৰ জেহেৰে মোৰ একো ঘান্টা হিলাব পৰা নাই ৷"
- - -প্ৰথমটো এন্দুৰে বাকি দুটাক ফিতাহী মাৰি কলে৷
."ধ্যুৰ সেইটোনো কি সাংঘাতিক কথাটো হল ৷ মোৰ কথাতো শুনিলে তহঁতে আচৰিত হবি ! হাজৰিকাৰ মানুহ জনিয়ে মোক ধৰিবলৈ সদায় পিঞ্জৰাৰ ভিতৰত পনিৰ অলপ ভৰাই থয় ৷ সেই পনিৰ খিনি খাই আৰামত পিঞ্জৰাৰ ভিতৰৰ পৰা ওলাই অহাতো মোৰ এটা আদতেই হৈ গৈছে ৷ চাল্লা হাজৰিকাৰ মানুহ জনিয়ে পাত্তাই পোৱা নাই কিনো হৈ আছে৷"
দ্বিতৃয়টো এন্দুৰে কলে৷ . . সিহঁত দুটাৰ ফিতাহী মৰা কথাবোৰ শুনি তৃতিয়টো এন্দুৰে তাৰ পৰা যাবলৈ ওলাল ৷ তাক যাবলৈ ওলোৱা দেখি বাকি দুটা এন্দুৰে ইতিকিং কৰি কলে-- "আব্বে এই ভয়পাদুৰা পলাইছ কেলে? কিবা এটাতো কৈ যা! .
সিহঁত দুটাৰ কথাতো শুনি তৃতিয়টো এন্দুৰে হাঁহি এটা মাৰিলৈ কলে-- "আহিছো ভাই, এইমাত্ৰ আহিছো ৷
ঘৰৰ মেকুৰী জনিৰ কিচ এটা লোৱাৰ টাইমটো হৈছেতো৷ কি কৰিম ভাই, টাইম পৰিলে আৰু ৰৈ থাকিবই নোৱাৰো ,তাইক কিচ এটা লোৱাতো আজিকালি আদতেই হৈ গল যে!!!
Conclusion
💖 I this post i have made a post তিনিটা এন্দুৰ - অসমীয়া কৌতুক - Three Rat - Assamese Joke. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
Jokes ,
অসমীয়া কৌতুক ,