কপিৰাইট কি? What Is Copyright?

কপিৰাইট কি? What Is Copyright?
কপিৰাইট কি? What Is Copyright?
কপিৰাইট কি? What Is Copyright?

 কপিৰাইট কি? What Is Copyright?

কপিৰাইট (ইংৰাজী: Copyrightএটা আইনী সংজ্ঞা স্ৰষ্টাৰ নিজৰ সৃষ্টিৰ (যেনেলেখাসংগীত বা শিল্প-কলা), ছপাপ্ৰচাৰবিতৰণআৰু প্ৰদৰ্শনসংৰক্ষণৰ ওপৰত স্ৰষ্টাৰ আৰু অকল স্ৰষ্টাৰ আইনী অধিকাৰ থাকে এই আইনী অধিকাৰকে কপিৰাইট (স্বত্ত্ববোলা হয় এই আইনী অধিকাৰ অনুযায়ী স্ৰষ্টাই নিজৰ কৰ্মক কেনেকৈ কি চৰ্তত আনক ব্যৱহাৰ কৰিবলৈ দিবতাৰ সম্পূৰ্ণ অধিকাৰ নিজেই বহন কৰে সাধাৰণতে ৰচয়িতাৰ সমগ্ৰ জীৱনকাল আৰু তেখেতৰ মৃত্যুৰপৰা নিৰ্দিষ্ট এক কালৰ ভিতৰত ৰচয়িতাৰ নামত এই আইনী অধিকাৰ থাকে দেশৰ আইন ব্যৱস্থাই কপিৰাইটৰ কাল আৰু অন্যান্য চৰ্ত নিৰ্ধাৰণ কৰে

এই সৃষ্টি সাহিত্যিকসাংগীতিক বা আন কলাৰ ক্ষেত্ৰত ' পাৰে। কপিৰাইটৰ ধৰণ সৃষ্টিৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে। কপিৰাইটে সৃষ্টিকৰ্তাক কেতবোৰ অৰ্থনৈতিক আৰু নৈতিক অধিকাৰ প্ৰদান কৰে। অৰ্থনৈতিক অধিকাৰে সৃষ্টিৰ মূল্যৰ সুৰক্ষা দিয়ে আৰু সৃষ্টিকৰ্তাৰ অনুমতি অবিহনে প্ৰতিলিপি বা পুনৰ্ব্যৱহাৰ বাৰণ কৰে। নৈতিক অধিকাৰে সৃষ্টিকৰ্তাক তেওঁৰ সৃষ্টিৰ লগত সংযোগক সুৰক্ষা দিয়েযেনে লেখকে তেওঁৰ কৰ্ম বেনামীকৈ বা ছদ্মনামত প্ৰকাশ কৰিব পাৰে।

 কপিৰাইট 'বৌদ্ধিক সম্পত্তিৰ অধিকাৰ' (Intellectual Property Right) অন্তৰ্গত এই আইনৰ অধীনতে ট্ৰেডমাৰ্কপেটেণ্ট আদিও আছে কিন্তু কপিৰাইটৰ ভিতৰতে মূলতে মূল কৰ্মৰ প্ৰতিলিপি কৰাৰ অধিকাৰক লোৱা হৈছে সেয়ে ইয়াক 'প্ৰতিলিপি স্বত্ব'ওবোলা হয় কি কি কৰ্মক কপিৰাইট আইনৰ ভিতৰত ধৰা ' সেইটো দেশৰ সংশ্লিষ্ট আইনত নিৰ্ধাৰণ কৰা হয়

 

কপিৰাইটৰ ইতিহাস

ছপাশাল আৱিষ্কাৰৰ আগলৈ ৰচয়িতাৰ স্বত্ব সম্বন্ধে আইনী ব্যৱস্থাৰ কথা ভবা হোৱা নাছিল ছপাশালে ৰচনা আৰু শিল্পৰ প্ৰতিলিপি কৰাটো সহজলভ্য কৰি তোলাৰ পাছত সপ্তদশ শতিকাত "Licensing of the Press Act 1662" ইংলেণ্ডৰ সংসদত গৃহীত হয় সেই দিনত প্ৰকাশকে নিজৰ ইচ্ছা অনুসৰি কিতাপৰ প্ৰতিলিপি প্ৰস্তুত কৰি বিক্ৰী কৰিব পাৰিছিল উক্ত আইনৰ জৰিয়তে প্ৰকাশকৰ সকলো কিতাপ এক নিকায়ৰ দ্বাৰা অনুমোদিত কৰিবলগীয়া হৈছিল আৰু আৰু নিকায়ৰ হাতত থকা পুৰণি তথ্যৰ আলমত একেখন কিতাপৰ প্ৰতিলিপি প্ৰস্তুত কৰা হৈ আছে নেকি জানিব পৰা গৈছিল

 

কপিৰাইটৰ প্ৰকাৰঃ-

কপিৰাইট: বিভিন্ন ক্ষেত্ৰৰ লোকৰ প্ৰদান কৰা এক সন্মিলিত অধিকাৰ যিয়ে কেৱল সৃষ্টিকৰ্তাক নিজৰ কামৰ পুনৰ্ব্যৱহাৰ আৰু আন আন কাৰ্যৰ বাবে সুৰক্ষা দিয়ে।

উমৈহতীয়া কৰ্ম: কোনো কৰ্ম যাক দুজন বা অধিক লোকে মিলি সম্পন্ন কৰে আৰু তেওঁলোকে কৰা কামৰ মাজত বেমেজালি নহয়।

ভাৰতত কি কি কামৰ বাবে কপিৰাইট আছে:

মৌলিক সাহিত্যিকনাটকীয়সাংগীতিক বা আন কলাত্মক কাৰ্য;
চিনেমাট'গ্ৰাফ চলচ্চিত্ৰ আৰু
শব্দ বাণীবন্ধন

কলাত্মক কাম:

পেইণ্টিংভাস্কৰ্যৰেখাচিত্ৰ (নক্সামানচিত্ৰচাৰ্ট আদিকে ধৰি)আলোকচিত্ৰখোদাই কৰ্ম
স্থাপত্যকৰ্ম
কলাত্মক আন যিকোনো কৰ্ম

সাংগীতিক কৰ্মসংগীত থকা কৰ্ম ' তাৰ গ্ৰাফিকেল 'টেচন থাকিব পাৰে কিন্তু সংগীতৰ লগত গাবলগীয়া একো শব্দ বা সঁজুলি নাথাকে। লিখা নাথাকিলেও সাংগীতিক কামত কপিৰাইট থাকে।

বাণীবন্ধন: বাণীবন্ধন কৰা কাম ' পৰা শব্দ উলিয়াব পাৰি। বাণীবন্ধন কৰা সঁজুলি বা শব্দ উলিওৱা প্ৰক্ৰিয়াই ইয়াত প্ৰভাৱ নেপেলায়।

চিনেমাট'গ্ৰাফ চলচ্চিত্ৰ: যিকোনো মিডিয়ামত কৰা দৃশ্যগত ৰেকৰ্ডিং ' গতিশীল ছবি থাকে আৰু দৃশ্যৰ লগতে বাণীবন্ধনো থাকে।

চৰকাৰী কৰ্ম: যিকোনো কৰ্ম যি তলত দিয়া গোটে কৰি উলিয়ায় বা প্ৰকাশ কৰে বা নিয়ন্ত্ৰণ কৰে
চৰকাৰ বা চৰকাৰৰ কোনো বিভাগ
যিকোনো বিধানমণ্ডলী
যিকোনো ন্যায়ালয়ন্যায়াধীকৰণ বা ভাৰতৰ আন আইনী সংস্থা

ভাৰতীয় কৰ্ম: সাহিত্যিকনাটকীয় বা সাংগীতিক কৰ্ম যাৰ
সৃষ্টিকৰ্তা এগৰাকী ভাৰতীয় নাগৰিকবা
যি প্ৰথম ভাৰতত প্ৰকাশ হৈছিলবা
অপ্ৰকাশিত কৰ্মৰ ক্ষেত্ৰত সৃষ্টিৰ সময়ছোৱাত তেওঁ ভাৰতীয় নাগৰিক আছিল

 

কপিৰাইট পৰীক্ষা

আমি জানো যে মুকলিকৈ ব্যৱহাৰ কৰিব পৰা ছবিভিডিঅআদিবোৰ ৱিকিমিডিয়া কমন্সত (https://commons.wikimedia.org/আপল' কৰিব লাগে। কিন্তু ৱিকিউৎসৰ বাবে সাহিত্যিক কৰ্মছবিভিডিঅআদি কমন্সত আপল' কৰাৰ আগতে সেয়া দুখন দেশত মুক্ত অনুজ্ঞাপত্ৰৰ অধীন হয়নে নাই চাব লাগিব।

  • কিতাপখন ' প্ৰকাশ হৈছেভাৰতীয় ভাষাত বেছিভাগ কিতাপৰ বাবে ভাৰতআৰু
  • কমন্সৰ চাৰ্ভাৰ থকা দেশআমেৰিকা যুক্তৰাষ্ট্ৰ

ভাৰতত প্ৰকাশিত কৰ্মৰ বাবে

মুকলিকৈ প্ৰতিলিপিবিতৰণপুনৰ্প্ৰকাশ কৰিব পৰা বস্তুবোৰ ৰাজহুৱা 'মেইনত (public domain) থকা বুলি কোৱা হয়।। ভাৰতত কোনো কৰ্ম ৰাজহুৱা 'মেইনত আছেনে নাই পৰীক্ষা কৰিবৰ বাবে ভাৰতীয় কপিৰাইট আইন১৯৫৭ৰ নিয়ম চাব লাগিব।

  • ইয়াত কোৱা মতে অজ্ঞাত লোকৰ কৰ্ম যেনেফটোগ্ৰাফচিনেমাট'গ্ৰাফিক কামবাণী বন্ধনচৰকাৰী কাম আৰু কৰ্প'ৰেট মূলৰ বা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ কাম প্ৰথম প্ৰকাশৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ পাৰ 'লে ৰাজহুৱা 'মেইনত সোমায় (উদাহৰণস্বৰূপে ২০১৯ চনত ১৯৫৯ চনৰ  জানুৱাৰীৰ আগলৈকে প্ৰকাশ হোৱা কৰ্ম ৰাজহুৱা 'মেইনত আছে)
  • ওপৰৰ দিয়াবোৰৰ বাহিৰে মৃত্যুৰ পাছত প্ৰকাশ হোৱা কৰ্ম প্ৰকাশৰ তাৰিখৰ পৰা ৬০ বছৰ পাৰ 'লে ৰাজহুৱা 'মেইনত সোমায়।
  • আন যিকোনো কাম সৃষ্টিকৰ্তাৰ মৃত্যুৰ ৬০ বছৰ পাৰ 'লে ৰাজহুৱা 'মেইনত সোমায়। ১৯৪১ চনৰ আগতে মৃত্যু হোৱা ব্যক্তিৰ সৃষ্টি ৫০ বছৰৰ পাছত ৰাজহুৱা 'মেইনত সোমায়।
  • যিকোনো চৰকাৰী গেজেটত প্ৰকাশিত পাঠ্যআইনৰায় বা আইনী সংস্থাৰ আদেশবিধায়িনীত দাখিল কৰা চৰকাৰী প্ৰতিবেদন আদি কপিৰাইটৰ পৰা মুক্ত যদিহে নিৰ্দিষ্ট কৰ্তৃপক্ষই সেইবোৰৰ বিতৰণ আৰু প্ৰকাশ বাৰণ কৰা নাই।

কোনো কিতাপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজহুৱা 'মেইনত আছেনে নাই চাবৰ বাবে আপুনি তলৰ কথাকেইটালৈ মন কৰিব লাগিব-

  • এইখন ১৯২৩ চনৰ  জানুৱৰীৰ আগতে প্ৰকাশ পাইছিল বা U.S. কপিৰাইট কাৰ্যালয়ত পঞ্জীয়ন কৰা হৈছিল।
  • এইখন প্ৰথমে ভাৰতত প্ৰকাশ হৈছিল আৰু তাৰ ৩০ দিনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশ হোৱা নাছিল।i
  • এইখন কপিৰাইট জাননী অবিহনে প্ৰথম ১৯৮৯ চনৰ  মাৰ্চৰ আগতে প্ৰকাশ পাইছিল বা কপিৰাইট নবীকৰণ নকৰাকৈ ১৯৬৪ চনৰ আগতে প্ৰকাশ পাইছিল বা ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত কপিৰাইট সম্পৰ্ক আৰম্ভ কৰাৰ আগতেই  ভাৰতত ৰাজহুৱা 'মেইনত আছিল।

লেখকগৰাকীৰ মৃত্যু ১৯৬০ চনৰ  জানুৱাৰীৰ আগতে 'লে বা অজ্ঞাত লেখকৰ ক্ষেত্ৰত এই তাৰিখৰ আগলৈকে প্ৰকাশ হোৱা কৰ্ম বৰ্তমান (২০২০ চনৰাজহুৱা 'মেইনত।

 

ভাৰতত কপিৰাইট দিৱস কেতিয়াৰ পৰা পালন কৰা হয়?

বিশ্ব গ্ৰন্থ দিৱস বা বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস ১৯৯৫ চনৰ ২৩ এপ্ৰিল দিনাৰ পৰা পালন কৰি আহিছে।

 


Read more:

Conclusion

💖 I this post i have made a post কপিৰাইট কি? What Is Copyright?. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

Post a Comment

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.