এশ এবিধ শাকৰ তালিকা - আৰু চিনাকী 101 Vegitable for Assamese Bihu

এশ এবিধ শাকৰ তালিকা - আৰু চিনাকী 101 Vegitable for Assamese Bihu




এশ এবিধ শাকৰ তালিকা

অসমত প্ৰচলিত নিয়ম অনুসৰি বহাগ বিহুত ১০১ এবিধ শাক ৰান্ধি খোৱা হয় ৷ গতিকে, ১০১টা শাক ৰান্ধিবলৈ প্ৰথমে শাকবোৰৰ নাম জানিব লাগিব ৷ জানো আহক ১০১ শাকৰ নাম ৷ অৱশ্যে ইয়াত ১০১ বিধতকৈ অলপ বেছিকৈ দিবলৈ যত্ন কৰা হৈছে যাতে সকলোৰে সুবিধা হয় ৷


১/মাটি কাঁদুৰী, বৈজ্ঞানিক নাম Alternanthea Sessilis)



মাটি কাঁদুৰী

২/বৰ মানিমুনি, বৈজ্ঞানিক নাম Centella asiatica.




বৰ মানিমুনি



(৩) সৰু মানিমুনি, বৈজ্ঞানিক নাম Hydrocotyle sibthorpioides.




সৰু মানিমুনি


(৪) টিকনি বৰুৱা, বৈজ্ঞানিক নাম Smilax ovalifolia


টিকনি বৰুৱা

(৫) ভেদাই লতা, বৈজ্ঞানিক নাম Paederia foetida.



ভেদাই লতা

(৬) টেঙেচি শাক, বৈজ্ঞানিক নাম Oxalis corniculata.


টেঙেচি শাক

(৭) দ্ৰোণ বন, বৈজ্ঞানিক নাম Aspera.



দ্ৰোণ বন




(৮) মছোন্দৰী, বৈজ্ঞানিক নাম Houthuynia cordata.



মছোন্দৰী



(৯)ঢেকীয়া শাক , বৈজ্ঞানিক নাম Diplezium esculentum.



ঢেকীয়া শাক



(১০) লাইজাবৰি, বৈজ্ঞানিক নাম Drymaria cordata.



লাইজাবৰি



(১১) মধুসোলেং, বৈজ্ঞানিক নাম Polygonum chinense.



মধুসোলেং



(12) দুপৰটেঙা, বৈজ্ঞানিক নাম Bryophyllum pinnatum.



দুপৰটেঙা



(১৩) জিলমিল শাক, বৈজ্ঞানিক নাম Chenopodium album.



জিলমিল শাক



(১৪) ব্ৰাহ্মী শাক, বৈজ্ঞানিক নাম Bacopa monnieri.



ব্ৰাহ্মী শাক



(১৫) কেঁহৰাজ , বৈজ্ঞানিক নাম Eclipta alba.



কেঁহৰাজ



(১৬) খুটৰা শাক, বৈজ্ঞানিক নাম Amaranthus viridis.



খুটৰা শাক



(১৭) পনৌনৱা , বৈজ্ঞানিক নাম Peperomia pellucida.



পনৌনৱা




(১৮) পচতীয়া, বৈজ্ঞানিক নাম Vitex agnus castus.

পচতীয়া



(১৯) কলমৌ শাক , বৈজ্ঞানিক নাম Ipomoea aquatica.

কলমৌ শাক





(২o) চেংমৰা, বৈজ্ঞানিক নাম Lasia spinosa.



চেংমৰা





(২১) নৰসিংহ পাত, বৈজ্ঞানিক নাম Murraya koenigii.



নৰসিংহ পাত





(২২) তিতাফুল/তিতাবাহক, বৈজ্ঞানিক নাম Phlogocanthus thyrsiflorus.

তিতাফুল/তিতাবাহক





(২৩) দুৱৰি বন, বৈজ্ঞানিক নাম Cynodon dactylon.

দুৱৰি বন





(২৪) কঁণা শিমলু, বৈজ্ঞানিক নাম Commelina benghalensis/Commelina tuberosa.



কঁণা শিমলু







(২৫) বিহলঙনি, বৈজ্ঞানিক নাম Amphineuron opulantum/ Dryopteris filix.

বিহলঙনি







(২৬) কপৌ ঢেকীয়া , বৈজ্ঞানিক নাম Lygodium flexuosum.

কপৌ ঢেকীয়া





(২৭) কপৌ লতা, বৈজ্ঞানিক নাম Lygodium microphyllum.



কপৌ লতা



(২৮) গৰুখিচ, বৈজ্ঞানিক নাম Fragaria indica.

গৰুখিচ







(২৯) লাজুকি বন/নিলাজী বন, বৈজ্ঞানিক নাম Mimosa Pudica.



লাজুকি বন/নিলাজী বন





(৩০) ভেঁকুৰি তিতা, বৈজ্ঞানিক নাম Solanum indicum.



ভেঁকুৰি তিতা



(৩১) মহানিম, বৈজ্ঞানিক নাম Azadirachta indica.

মহানিম





(৩২) শগুনীলতা, বৈজ্ঞানিক নাম Tinospora cordifolia.

শগুনীলতা








(৩৩) শুকলতি , বৈজ্ঞানিক নাম Pogostemon benghalensis.

শুকলতি







(৩৪) নেফাফু পাত, বৈজ্ঞানিক নাম Clerodendrum colebrookianum.

নেফাফু পাত







(৩২) মালভোগ খুটৰা শাক , বৈজ্ঞানিক নাম Portulaca oleracea.

মালভোগ খুটৰা শাক







(৩৩)হাতী খুতৰা, বৈজ্ঞানিক নাম Amaranthus Iangeticuslinn.

হাতী খুতৰা

(৩৪) থুঠনী বা মৰলীয়া শাক , বৈজ্ঞানিক নাম Stellaria media.

থুঠনী বা মৰলীয়া শাক



৩৫)বন আমলখি/মাটি আমলখি, বৈজ্ঞানিক নাম Phyllanthus niruri.



বন আমলখি/মাটি আমলখি





(৩৬) বন জালুক, বৈজ্ঞানিক নাম Hedyotis corymbosa.



বন জালুক





(৩৭) শোহনি বন, বৈজ্ঞানিক নাম Acmella oleracea/Spilanthes acmella /acmella ciliata.



শোহনি বন





(৩৮) গাখীৰতী বন, বৈজ্ঞানিক নাম Euphorbia hirta.

গাখীৰতী বন



(৩৯) কেঞাবন, বৈজ্ঞানিক নাম Kyllinga monocephala.

কেঞাবন







(৪০) টুবুকি লতা, বৈজ্ঞানিক নাম Cissampelos sympodialis.

টুবুকি লতা





(৪১) জেতেলী পকা পাত, বৈজ্ঞানিক নাম Rubus moluccanus.

জেতেলী পকা পাত




(৪২) পদিনা, বৈজ্ঞানিক নাম Mentha piperita .



পদিনা





(৪৩) চালকুঁৱৰী, বৈজ্ঞানিক নাম Aloe vera.

চালকুঁৱৰী






(৪৪) পিৰালি পালেং, বৈজ্ঞানিক নাম Talinum.

পিৰালি পালেং




(৪৫)পকমৌ, বৈজ্ঞানিক নাম Physalis minima.



পকমৌ


(৪৬) লৰ বৰুৱা, বৈজ্ঞানিক নাম Rumex obtusifolius.

লৰ বৰুৱা


(৪৭) কল পুলি বা পচলা, বৈজ্ঞানিক নাম Musa balbisiana.

কলপুলি



(৪৮) আম কলি, বৈজ্ঞানিক নাম Mangifera indica.

আম কলি




(৪৯) কঠাল মূচী, বৈজ্ঞানিক নাম Artocarpus heterophyllus.

কঠাল মূচী





(৫০) বেত গাজ , বৈজ্ঞানিক নাম Calamus floribundus.

বেত গাজ





(৫১) বাঁহ গাজ বা পাতৰ গজালি , বৈজ্ঞানিক নাম Bambusa tulda.




বাঁহ গাজ





(৫২) অকালবিহ, বৈজ্ঞানিক নাম Clerodendrum indicum.

অকালবিহ




(৫৩) লাচকচি, বৈজ্ঞানিক নাম Solanum nigrum.

লাচকচি





(৫৪) গোন্ধোৱা বন, বৈজ্ঞানিক নাম ageratum Conyzoides/ageratina adenophora.



গোন্ধোৱা বন



(৫৮) চেনি বন/মধুমেহাৰী/বনধনিয়া, বৈজ্ঞানিক নাম Scoparia dulcis.



চেনি বন/মধুমেহাৰী/বনধনিয়া


(৫৯) বিয়নি সাবটা, বৈজ্ঞানিক নাম Desmodium sp.

বিয়নি সাবটা




(৬০) মান-ধনীয়া, বৈজ্ঞানিক নাম Eryngium foetidum

মান-ধনীয়া





(৬১) মধুৰিৰ কুমলীয়া পাত , বৈজ্ঞানিক নাম Psidium guajava.

মধুৰিৰ কুমলীয়া পাত


(৬২) ৰঙালাউ আগ, বৈজ্ঞানিক নাম Cucurbita maxima.

ৰঙালাও আগ




(৬৩) জাতিলাউ আগ, বৈজ্ঞানিক নাম Lagenaria siceraria.

জাতিলাউ আগ




(৬৪) চজিনা পাত, বৈজ্ঞানিক নাম Moringa oleifera.

চজিনা পাত





(৬৯) কাচি-দঁৰীয়া, বৈজ্ঞানিক নাম Lindernia ruellioides.

কাচি-দঁৰীয়া




(৭০) লিহিৰি পতীয়া/সৰ্পজিভা, বৈজ্ঞানিক নাম Hedyotis diffusa.



লিহিৰি পতীয়া/সৰ্পজিভা




(৭১) সোণবৰিয়াল, বৈজ্ঞানিক নাম Sida cordifolia.

সোণবৰিয়াল






(৭২) ভাং পাত, বৈজ্ঞানিক নাম Canabis sativa.

ভাং পাত




(৭৩) চিৰতা তিতা বা কালমেঘ, বৈজ্ঞানিক নাম Andrographis paniculata.

চিৰতা তিতা বা কালমেঘ




(৭৪) বগা বাহক, বৈজ্ঞানিক নাম Justicia adhatoda.

বগা বাহক




(৭৫) আমগন্ধি, বৈজ্ঞানিক নাম Limnophila chinensis.

আমগন্ধি




(৭৬) বৰথেকেৰা, বৈজ্ঞানিক নাম Garcinia pedunculata

বৰথেকেৰা





(৭৭) কেৰেলা, বৈজ্ঞানিক নাম Momordica charantia

কেৰেলা



(৭৮) বেঙেনা, বৈজ্ঞানিক নাম Solanum melongena

বেঙেনা



(৭৯) টেঙামৰা কুমলীয়া কোঁহ, বৈজ্ঞানিক নাম Hibiscus sabdariffa.

টেঙামৰা কুমলীয়া কোঁহ




(৮০) মৰিছা, বৈজ্ঞানিক নাম Amaranthus caudatus

মৰিছা








(৮১) জাতিলাউ, বৈজ্ঞানিক নাম Lagenaria siceraria

জাতিলাও



(৮২) নেফাফু, বৈজ্ঞানিক নাম Clerodendrum colebrookianum

নেফাফু





(৮৩)অমৰা ফুল বা কুমলীয়া পাত, বৈজ্ঞানিক নাম Spondias pinnata.

অমৰা



(৮৪) দহি কচু থুৰী, বৈজ্ঞানিক নাম Alocasia odora.

দহি কচু থুৰী





(৮৫)মাটিকঠালৰ কুমলীয়া কুঁহ, বৈজ্ঞানিক নাম Ananas comosus.

মাটিকঠাঁল



(৮৬) অগৰাৰ কুমলীয়া পাত, বৈজ্ঞানিক নাম Xanthium stramarium .

অগৰাৰ কুমলীয়া পাত





(৮৭) বৰালী বকুৱা, বৈজ্ঞানিক নাম Pouzolzia zeylanica.





বৰালী বকুৱা



(৮৮) হাঁচিয়া বা হাঁচিয়তি বন, বৈজ্ঞানিক নাম Centipeda minima.



হাঁচিয়া বা হাঁচিয়তি বন





(৮৯) বৰহমথুৰি, বৈজ্ঞানিক নাম Garcinia Sphenocarpa

বৰহমথুৰি





(৯০) লাই শাক , বৈজ্ঞানিক নাম Brassica juncea

লাই শাক




(৯১) বৃন্দাবনী শাক, বৈজ্ঞানিক নাম Alternanthera denticulata.



বৃন্দাবনী শাক



(৯২) ওলকচু Amorphophallus paeoniifolius

ওলকচু





(৯৩) টোলোঠা পকাৰ কুমলীয়া পাত, বৈজ্ঞানিক নাম Ardisia arborea.

টোলোঠা পকাৰ কুমলীয়া পাত





(৯৪) অমিতা ফুল, বৈজ্ঞানিক নাম Carica papaya.

অমিতা ফুল




(৯৫) চুকা শাক, বৈজ্ঞানিক নাম Rumex acetosa

চুকা শাক




(৯৬) লফা, বৈজ্ঞানিক নাম Malva verticillata

লফা শাক




(৯৬) পুৰৈ শাক, বৈজ্ঞানিক নাম Basella rubra





(৯৭) পালেং, বৈজ্ঞানিক নাম Spinacia oleracea

পালেং শাক




(৯৮) নুনি পাত, বৈজ্ঞানিক নাম Morus alba

নুনি পাত




(৯৯) পিঁয়াজপাত, বৈজ্ঞানিক নাম Allium cepa

পিয়াজ পাত




(১০০) বকফুল, বৈজ্ঞানিক নাম Sesbania grandiflora

বকফুল



(১০১) ধতুৰা , বৈজ্ঞানিক নাম Datura stramonium

ধতুৰা



(১০২) হেলচী/ হেলেঞ্চি, বৈজ্ঞানিক নাম Enhydra fluctuans

হেলচী শাক




(১০৩) চজিনা পাত, বৈজ্ঞানিক নাম Moringa oleifera.

চজিনা



(১০৪) তুলসী পাত, বৈজ্ঞানিক নাম Ocimum sanctum

তুলসী



(১০৫) বিশল্যকৰণি, বৈজ্ঞানিক নাম Jasticia gendarussa SynGendarussa vulgaris

বিশল্যকৰণি




(১০৬) মিঠামৰা, বৈজ্ঞানিক নাম Corchorus olitorius

মিঠামৰা



(১০৭) মেটেকা, বৈজ্ঞানিক নাম Eichhornia crassipes

মেটেকা





(১০৮) শেৱালি ফুলৰ পাত, বৈজ্ঞানিক নাম Nyctanthes arbor-tristis.

শেৱালী





তথ্য সংগ্ৰহ
(১) ইন্টাৰনেট
(২) উইকিপিডিয়া
(৩) ডিজিটেল তিনিচুকীয়া

বিঃদ্রঃ :-- ফটো সমুহ ইন্টাৰনেটৰ পৰা সংগৃহীত
Read more:

Conclusion

💖 I this post i have made a post এশ এবিধ শাকৰ তালিকা - আৰু চিনাকী 101 Vegitable for Assamese Bihu. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

Post a Comment

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.