1900+ অসমীয়া বিপৰীত শব্দ তালিকা - Antonyms in Assamese -Opposite Word in Assamese

1900+ অসমীয়া বিপৰীত শব্দ তালিকা - Antonyms in Assamese -Opposite Word in Assamese
1900+ অসমীয়া বিপৰীত শব্দ তালিকা - Antonyms in Assamese -Opposite Word in Assamese
1900+ অসমীয়া বিপৰীত শব্দ তালিকা - Antonyms in Assamese -Opposite Word in Assamese

 
In this post, you will get a list of Antonyms in Assamese (Biparit Shabda). There more than 1900+ antonyms for Assamese words in this list. These Antonyms will be very useful for class 5, class 6, class 7 class 8 class 9 and class 10 students of Assamese medium for their Assamese grammar.  ইয়াত অসমীয়া বিপৰীত শব্দ বা বিপৰীতাৰ্থক শব্দৰ এখন তালিকা দিয়া হৈছে। তালিকাখনত 1900+ ৰো অধিক বিপৰীত শব্দ সংযোগ কৰা হৈছে। আশা কৰো সকলো শিক্ষাত্ৰীয়ে ইয়াৰ পৰা উপকৃত হব। এই তালিকা খনৰ পৰা বাদ পৰা বিপৰীত শব্দসমূহ কমেন্ট বাকচত জনাব দিবলৈ অনুৰোধ জনালোঁ লগতে ভূলবশত বানান ভূল হোৱাখিনি আঙুলিয়াই দিব বুলি আশা কৰিলো। Opposite Word in Assamese.

1900+ বিপৰীত শব্দ তালিকা - অসমীয়া ভাষাত - 1900+ Antonyms in Assamese- Opposite Word in Assamese

 

বিপৰীত শব্দ

1) অংগচ্ছেদন - অংগসংস্থাপন

2) অংগসংস্থাপন - অংগচ্ছেদন

3) অংশকালীন - পূৰ্ণকালীন

4) অঋণী - ঋণী

5) অকঠিন - কঠিন

6) অকথনীয় - কথনীয়

7) অকথিত - কথিত

8) অকথ্য - কথ্য

9) অকপট - কপট

10) অকপটীয়া - কপটীয়া

11) অকম্পিত - কম্পিত

12) অকৰণীয় - কৰণীয়

13) অকৰ্তব্য - কৰ্তব্য

14) অকৰ্তৃত্ব - কৰ্তৃত্ব

15) অকৰ্ম - কৰ্ম

16) অকৰ্মক - সকৰ্মক

17) অকৰ্মী - কৰ্মী

18) অকল - লগ

19) অকলসৰে - একগোট

20) অকল্পনীয় - কল্পনীয়

21) অকল্যাণ - কল্যাণ

22) অকাজী - কাজী

23) অকামিলা - কামিলা

24) অকাৰণ - কাৰণ

25) অকাৰ্যকৰী - কাৰ্যকৰী

26) অকীৰ্তি - কৃতি

27) অকুমাৰ - কুমাৰ

28) অকৃতকাৰ্য - কৃতকাৰ্য

29) অকৃতকাৰ্যতা - কৃতকাৰ্যতা

30) অকৃতঘ্ন - কৃতঘ্ন

31) অকৃতজ্ঞ - কৃতজ্ঞ

32) অকৃতজ্ঞতা - কৃতজ্ঞতা

33) অকৃত্য - কৃত্য

34) অকৃত্ৰিম - কৃত্ৰিম

35) অকৃপণ - কৃপণ

36) অক্ৰূৰ - ক্ৰূৰ

37) অক্লান্ত - ক্লান্ত

38) অক্লেশ - ক্লেশ

39) অক্ষম - সক্ষম

40) অক্ষমণীয় - ক্ষমণীয়

41) অখণ্ড - খণ্ড

42) অখণ্ডনীয় - খণ্ডনীয়

43) অখণ্ডিত - খণ্ডিত

44) অখাদ্য - খাদ্য

45) অখ্যাত - বিখ্যাত

46) অগতানুগতিক - গতানুগতিক

47) অগভীৰ - সুগভীৰ

48) অগম্য - গম্য

49) অগৰ্বী - গৰ্বী

50) অগৰ্হিত - গৰ্হিত

51) অগোপনীয় - গোপনীয়

52) অগৌৰৱ - গৌৰৱ

53) অগ্ৰ - পশ্চ

54) অগ্ৰগামী - পশ্চাদগামী

55) অগ্ৰজ, অগ্ৰদজ - অনুজ

56) অগ্ৰসৰ - অনগ্ৰসৰ

57) অগ্ৰাহ্য - গ্ৰাহ্য

58) অঘোষ - ঘোষ

59) অচল - সচল

60) অচিনাকি - চিনাকি

61) অচিনাক্ত - চিনাক্ত

62) অচিন্তনীয় - চিন্তনীয়

63) অচিন্তিত - চিন্তিত

64) অচুম্বকীয় - চুম্বকীয়

65) অচেতন - সচেতন

66) অচৈতন্য - চৈতন্য

67) অচৈত্য - চৈতন্য

68) অছেদ্য - ছেদ্য

69) অজনপ্ৰিয় - জনপ্ৰিয়

70) অজৰ-অমৰ - মৃত্যুশীল

71) অজলা - বুধিয়ক

72) অজীৰ্ণ - জীৰ্ণ

73) অজৈৱ - জৈৱ

74) অজৈৱিক - জৈৱিক

75) অজোখ - জোখ

76) অজ্ঞ - বিজ্ঞ

77) অজ্ঞাত - জ্ঞাত

78) অজ্ঞান - বোধ

79) অজ্ঞানী - জ্ঞানী, জ্ঞানৱন্ত

80) অজ্ঞেয় - জ্ঞেয়

81) অণু - বৃহং

82) অতল - বাম

83) অতিক্ৰম - অনতিক্ৰম

84) অতিবৃষ্টি - অনাবৃষ্টি

85) অতীত - বৰ্তমান, ভৱিষ্যত

86) অতীৱ - সীমিত

87) অতুলনীয় - তুলনীয়

88) অতৃপ্ত - তৃপ্ত

89) অতৃপ্তি - তৃপ্তি

90) অত্যধিক - অনধিক

91) অত্যাৱশ্যকীয় - অনাৱশ্যকীয়

92) অত্যুটকৃষ্ট - বেয়া

93) অদক্ষ - সুদক্ষ

94) অদগ্ধ - দগ্ধ

95) অদমনীয় - দমনীয়

96) অদম্য - দম্য

97) অদৰকাৰ - দৰকাৰ

98) অদৰকাৰী - দৰকাৰী

99) অদাহ্য - দাহ্য

100) অদুৰদৰ্শী - দূৰদশী

101) অদূৰ্দষিতা - দূৰদৰ্ষিতা

102) অদূৰ্ষণী - দূৰ্ষণী

103) অদৃশ্য - দৃশ্য

104) অদেহী - দেহী

105) অদৈৱ - দেৱ

106) অদ্ৰৱণীয় - দ্ৰৱণীয়

107) অধঃ - উধঃ

108) অধম - উত্তম

109) অধমৰ্ণ - উত্তমৰ্ণ

110) অধমাংগ - উত্তমাংগ

111) অধৰ্ম - ধৰ্ম

112) অধৰ্মী - ধৰ্মী

113) অধাতু - ধাতু

114) অধাৰ্মিক - ধাৰ্মিক

115) অধিকাৰ - অনধিকাৰ

116) অধীন - স্বাধীন

117) অধৈৰ্য - ধৈৰ্য

118) অধোগতি - ঊৰ্ধ্বগতি

119) অধোগামী - ঊৰ্ধগামী

120) অধোন্নতি, অৱনতি, অনুন্নতি - উন্নতি

121) অধোমুখ - ঊৰ্ধ্বমুখ

122) অধ্যৱসায় - এলাহ

123) অধ্যাপক - অধ্যায়ী

124) অধ্যায়ী - অধ্যাপক

125) অনগ্ৰসৰ - অগ্ৰসৰ

126) অনতিক্ৰম - অতিক্ৰম

127) অনধিক - অত্যধিক

128) অনধিকাৰ - অধিকাৰ

129) অননুকৰণ - অনুকৰণ

130) অনন্ত, আদি - অন্ত

131) অনবদ্য - নিন্দনীয়

132) অনভিজ্ঞ - অভিজ্ঞ

133) অনভিপ্ৰেত - অভিপ্ৰেত

134) অনভ্যন্ত - অভ্যন্ত

135) অনভ্যস্ত - অভ্যস্ত

136) অনভ্যাষ - অভ্যা,

137) অনভ্যাস - অভ্যাস

138) অনমনীয় - নমনীয়া,সহজ

139) অনৰ্থক - সদৰ্থক

140) অনাগত - গত

141) অনাচাৰ - সদাচাৰ

142) অনাচ্ছাদিত - আচ্ছাদিত

143) অনাটন - সূলভ

144) অনাড়ম্বৰ - আড়ম্বৰপূৰ্ণ

145) অনাত্মীয় - আন্তীয়

146) অনাদৰ - আদৰ

147) অনাদায় - আদায়

148) অনাদি - আদি

149) অনাদৃত - আদৃত

150) অনানুষ্ঠানিক - আনুষ্ঠানিক

151) অনাবাদী - আবাদী

152) অনাবৃত - আবৃত

153) অনাবৃষ্টি - অতিবৃষ্টি

154) অনাৱশ্যক - আৱশ্যক

155) অনাৱশ্যকীয় - অত্যাৱশ্যকীয়

156) অনাশক্তি - আসক্তি

157) অনাসক্ত - আসক্ত

158) অনাস্থা - আস্থা

159) অনাহুত - আহুত

160) অনিচ্ছা - ইচ্ছা

161) অনিচ্ছুক - ইচ্ছুক

162) অনিত্যতা - নিত্যতা

163) অনিমন্ত্ৰিত - নিমন্ত্ৰিত

164) অনিয়ন্ত্ৰণ - নিয়ন্ত্ৰণ

165) অনিয়ন্ত্ৰিত - নিয়ন্ত্ৰিত

166) অনিয়ম - নিয়ম

167) অনিয়মিত - নিয়মিত

168) অনিৰ্দিষ্ট - নিৰ্দিষ্ট

169) অনিৰ্নিত - নিৰ্মিত

170) অনিৰ্বাণ - নিৰ্বাণ

171) অনিৰ্মিত - নিৰ্মিত

172) অনিশ্চিত - নিশ্চিত

173) অনিষ্ট - উপকাৰ,হিত

174) অনিষ্টকাৰী - উপকাৰী

175) অনীতি - নীতি

176) অনীহা - স্পৃহা

177) অনুকৰণ - অননুকৰণ

178) অনুকূল - প্ৰতিকূল, নিৰাশা

179) অনুক্ত - উক্ত

180) অনুগত - অবাধ্য

181) অনুগ্ৰ - উগ্ৰ

182) অনুগ্ৰহ - নিগ্ৰহ

183) অনুচিত - উচিত

184) অনুজ - অগ্ৰজ

185) অনুজ্জল - উজ্জল

186) অনুত্তীৰ্ণ - উত্তীৰ্ণ

187) অনুদ্দিষ্ট - উদ্দিষ্ট

188) অনুদ্ধত - উদ্ধত

189) অনুদ্ধৃত - উদ্ধদৃত

190) অনুদ্বিগ্ন - উদ্বিগ্ন

191) অনুদ্যত - উদ্যত

192) অনুদ্যমী - উদ্যমী

193) অনুন্নত - উন্নত

194) অনুপম - উপযোগী

195) অনুপযুক্ত - উপযুক্ত

196) অনুপলব্ধি - উপলব্ধি

197) অনুপস্থিত - উপস্থিত

198) অনুৰাগ - বিৰাগ

199) অনুৰূপ - বিৰূপ

200) অনুৰ্ধ্ব - উৰ্ধ্ব

201) অনুৰ্বৰ - উৰ্বৰা,সাৰুৱা

202) অনুসৰ্গ - উপসৰ্স

203) অনৈক্য - ঐক্য

204) অনৈচ্ছিক - ঐচ্ছিক

205) অনৈতিক - নৈতিক

206) অনৈতিহাসিক - ঐতিহাসিক

207) অনৈষ্ঠিক - নৈষ্ঠিক

208) অনৌচিত্য - ঔচিত্য

209) অন্ত - আৰম্ভ

210) অন্তমুৰ্খী - বহিৰ্মুখী

211) অন্তৰ - বাহিৰ

212) অন্তৰ্গত - বৰ্হিগত

213) অন্তৰ্ভাগ - বহিৰ্ভাগ

214) অন্তৰ্ভুক্ত - বহিৰ্ভুক্ত

215) অন্তৰ্মুখী - বহিৰ্মুখী

216) অন্ধ - চাক্ষুস,দৃষ্টিসম্পন্ন

217) অন্যায় - ন্যায়

218) অপকৰ্ম - সুকৰ্ম

219) অপকৰ্ষ - উতকৰ্ষ

220) অপকাৰ - উপকাৰ

221) অপকেন্দ্ৰিক - অভিকেন্দ্ৰিক

222) অপচন্দ - পচন্দ

223) অপচয় - সঞ্চয়

224) অপথ্য - পথ্য

225) অপমান - সন্মান

226) অপযশ - যশ

227) অপৰাজিত - পৰাজিত

228) অপৰাহ্ণ - পূৰ্বাহ্ণ

229) অপৰিকল্পিত - পৰিকল্পিত

230) অপৰিচিত - পৰিচিত

231) অপৰিত্যক্ত - পৰিত্যক্ত

232) অপৰিপক্ক - পৰিপক্ক

233) অপৰিপাটি - পৰিপাটি

234) অপৰিপুষ্ট - পৰিপুষ্ট

235) অপৰিমিত - পৰিমিত

236) অপৰিশ্ৰমী - পৰিশ্ৰমী

237) অপৰিশ্ৰমীা - পৰিশ্ৰমীা

238) অপৰিষ্কাৰ - পৰিষ্কাৰ

239) অপৰিষ্কাৰ, লেতেৰা - পৰিষ্কাৰ

240) অপৰিসীম - সসীম

241) অপৰিহাৰ্য - পৰিহাৰ্য

242) অপৱিত্ৰ - প্ৰৱিত্ৰ

243) অপাঠ্য - পাঠ্য

244) অপাত্ৰ - পাত্ৰ

245) অপাৰ্থিৱ - পাৰ্থিৱ

246) অপুত্ৰক - পুত্ৰক

247) অপুষ্টি - পুষ্টি

248) অপুষ্পক - সুপুষ্পক

249) অপূৰ্ণ - পূৰ্ণ

250) অপেস্বৰী - ফেদেলী

251) অপৈণত - পৈণত

252) অপ্ৰকৃত - প্ৰকৃত

253) অপ্ৰকৃতিস্থ - প্ৰকৃতিস্থ

254) অপ্ৰচলিত - প্ৰচলিত

255) অপ্ৰচেষ্টা - প্ৰচেষ্টা

256) অপ্ৰধান - প্ৰধান

257) অপ্ৰমাদ - প্ৰমাদ

258) অপ্ৰয়োগ - প্ৰয়োগ

259) অপ্ৰৰোচিত - প্ৰৰোচিত

260) অপ্ৰাকৃতিক - প্ৰাকৃতিক

261) অপ্ৰাসংগিক - প্ৰাসংগিক

262) অবতৰণিকা - উপসংহাৰ

263) অবাঞ্ছিত - বাঞ্ছিত

264) অবাধ্য - বাধ্য

265) অবাস্তৱ - বাস্তৱ

266) অবিচলিত - বিচলিত

267) অবিচ্ছেদ্য - বিচ্ছেদ্য

268) অবিদ্যমান - বিদ্যমান

269) অবিদ্যা - বিদ্যা

270) অবিধি - বিধি

271) অবিন্যন্ত - সুবিন্যন্ত

272) অবিবাহিত - বিবাহিত

273) অবিবেচক - বিবেচক

274) অবিভক্ত - বিভক্ত

275) অবিশ্বাস - বিশ্বাস

276) অবিশ্বাসী, বিশ্বাসঘাতক - বিশ্বাসী

277) অবিশ্ৰান্ত - বিশ্ৰান্ত

278) অবিসম্বাসী - বিসম্বাসী

279) অবৈতনিক - বৈতনিক

280) অবৈদিক - বৈদিক

281) অবৈধ - বৈধ

282) অব্যভিচাৰী - ব্যভিচাৰী

283) অব্যৰ্থ - ব্যৰ্থ

284) অব্যাহত - ব্যাহত

285) অভদ্ৰ - ভদ্ৰ

286) অভব্য - ভব্য

287) অভাৱ - উভৈনদী

288) অভিকেন্দ্ৰিক - অপকেন্দ্ৰিক

289) অভিজ্ঞ - অনভিজ্ঞ

290) অভিন্ন - ভিন্ন

291) অভিপ্ৰেত - অনভিপ্ৰেত

292) অভিমানী - নিৰভিমানী

293) অভিলাষ - অনিচ্ছা

294) অভিশাপ - আশীৰ্বাদ

295) অভেদ্য - ভেদ্য

296) অভেদ্য১৫২৮ - ভেদ্য

297) অভ্যন্ত - অনভ্যন্ত

298) অভ্যন্তৰ - বাহিৰ

299) অভ্যস্ত - অনভ্যস্ত

300) অভ্যাস - অনভ্যাস

301) অভ্ৰষ্ট - ভ্ৰষ্ট

302) অমংগল - মংগল

303) অমত - মত

304) অমনোযোগ - মনোযোগ

305) অমান্য - মান্য

306) অমাৰ্জিত - মাৰ্জিত

307) অমাৱশ্যা - পূৰ্ণিমা

308) অমাৱস্যা - পূৰ্ণিমা

309) অমিতব্যয়ী - মিতব্যয়ী

310) অমিল - মিল

311) অমূল্য - মূল্যহীন

312) অমৃত - গৰল

313) অমেধ্য - মেধ্য

314) অমেৰুদণ্ডী - মেৰুদণ্ডী

315) অম্ল - ক্ষাৰ

316) অম্লান - ম্লান

317) অযুক্তি - যুক্তি

318) অযুগুত - যুগুত

319) অযুগ্ম - যুগ্ম

320) অযৌগিক - যৌগিক

321) অয়ত্ন - ষত্ন

322) অৰাজনৈতিক - ৰাজনৈতিক

323) অৰুচি - ৰুচি

324) অৰূমোদয় - সূৰ্যাস্ত

325) অৰ্থপূৰ্ণ - অৰ্থহীন

326) অৰ্থহীন - অৰ্থপূৰ্ণ

327) অৰ্বাচীন - প্ৰাচীন

328) অলংঘনীয় - লংঘনীয়

329) অলপ - বেছি

330) অলীক - বাস্তৱ

331) অলৌকিক - লৌকিক

332) অল্প - প্ৰচুৰ

333) অল্পায়ু - দীৰ্ঘায়ু

334) অৱজ্ঞা - আদৰ

335) অৱতল - উত্তল

336) অৱতীৰ্ণ - উত্তীৰ্ণ

337) অৱনতি - উন্নতি

338) অৱৰোহণ - আৰোহণ

339) অৱলম্বন - অসহায়

340) অৱসাদ - উদ্যম

341) অশক্ত - শক্ত

342) অশৰীৰী - শৰীৰী

343) অশান্ত - শান্ত

344) অশান্তি - শান্তি

345) অশালীন - শালীন

346) অশিষ্ট - শিষ্ট

347) অশুচি - শুচি

348) অশুভ - শুভ

349) অশুৱনি - শুৱনি

350) অশ্ৰদ্ধা - শ্ৰদ্ধা

351) অশ্ৰাব্য - শ্ৰাব্য

352) অশ্লীল - শ্লীল

353) অশ্লীলতা - শ্লীলতা

354) অসংযত - সংযত

355) অসংযম - সংযম

356) অসংৰক্ষিত - সংৰক্ষিত

357) অসংলগ্ন - সংলগ্ন

358) অসজ - সজ

359) অসত্য - সত্য

360) অসন্তোষ - সন্তোষ

361) অসমৰ্থ - সমৰ্থ

362) অসমান - সমান

363) অসম্পূৰ্ণ - সম্পূৰ্ণ

364) অসম্ভৱ - সম্ভব

365) অসহায় - সহায়

366) অসহিষ্ণু - সহিষ্ণু

367) অসাধু - সাধু

368) অসান্ত - প্ৰশান্ত

369) অসান্তি - সান্তি

370) অসামৰিক - সামৰিক

371) অসামান্য - সামান্য

372) অসাম্য - সাম্য

373) অসাৰুৱা - সাৰুৱা

374) অসাৰ্থক - সাৰ্থক

375) অসীম - সসীম

376) অসুবিধা - সুবিধা

377) অসুস্থ - সুস্থ

378) অস্ত - উদয়

379) অস্তমিত - উদিত

380) অস্তাচল - উদয়াচল

381) অস্থায়ী - স্থায়ী

382) অস্থাৱৰ, জংগম - স্থাৱৰ

383) অস্থিৰ, অস্পষ্ট - স্থিৰ

384) অস্বাভাৱিক - স্বাভাৱিক

385) অস্বাস্থ্যকৰ - স্বাস্থ্যকৰ

386) অস্বিধা - সুৱিধা

387) অহংকাৰ - নিৰহংকাৰ

388) অহিংসা, প্ৰেম - হিংসা

389) অহিত - হিত

390) অহোপূৰুষাৰ্থ - অনুদ্যমী

391) আঁউসী - পূৰ্ণিমা

392) আঁতৰ - ওচৰ

393) আংশিক - পূৰ্ণ

394) আই - পিতাই

395) আওকাঠী - সুকাঠী

396) আওকাণ - মনোযোগ

397) আওপটীয়া - পোনপটীয়া

398) আকৰ্ষণ - বিকৰ্ষণ

399) আকাশ - পাতাল

400) আগ - পিছ, পাছ, গুৰি

401) আগঢ়ী - সুগঢ়ী

402) আগমণ - প্ৰত্যাদমণ

403) আগমন - প্ৰত্যাগমন

404) আগুৱা - পিচোৱা

405) আচল - নকল

406) আচামী - ফৰিয়াদী

407) আচাৰ - অনাচাৰ

408) আচ্ছাদিত - অনাচ্ছাদিত

409) আজি - কালি

410) আটকধুনীয়া - কুন্ধচ

411) আটিল - সোলোক-ঢোলোক

412) আটোম-টোকাৰী - বিশৃংশল

413) আড়ম্বৰপূৰ্ণ - অনাড়ম্বৰ

414) আঢ্যৱন্ত - ডালদৰিদ্ৰ

415) আত্মগ্লানি - আত্মশ্লাঘা

416) আত্মনিৰ্ভৰশীল - পৰনিৰ্ভৰশীল

417) আত্মশ্লাঘা - আত্মগ্লানি

418) আদৰ - অনাদৰ

419) আদৰণি - বিদায়

420) আদান - প্ৰদান

421) আদায় - অনাদায়

422) আদৃত - অনাদৃত

423) আধৰুৱা - সম্পূৰ্ণ

424) আধুনিক - নতুন, প্ৰাচীন, পৌৰাণিক

425) আনন্দ - বিষাদ,নিবানন্দ, বেজাৰ

426) আনুষ্ঠানিক - অনানুষ্ঠানিক

427) আন্তীয় - অনাত্মীয়

428) আন্ধাৰ - পোহৰ

429) আপইঁতা - পূৰঠ

430) আপোন - পৰ

431) আবতৰ - বতৰ

432) আবতৰীয়া - বতৰীয়া

433) আবাদী - অনাবাদী

434) আবুৰ - মুকলি

435) আবৃত - অনাবৃত

436) আব্যন্তৰিন - বাহ্যিক

437) আভ্যন্তৰিণ - বাহ্যিক

438) আমদানি - ৰপতানি

439) আমদানী - ৰপ্তানি

440) আমিৰ - গৰীব

441) আমিষ - নিৰামিষ

442) আমিষহাৰী - নিৰামিষহাৰী

443) আয় - ব্যয়

444) আয়তী - বিধৱা

445) আৰম্ভ - শেষ

446) আৰম্ভনি - সমাপ্তি

447) আৰৈ - উখোৱা

448) আৰোহণ - অৱৰোহণ

449) আৰোহন - অৱৰোহন

450) আৰ্দ্ৰ - শুষ্ক

451) আৰ্ৱিভাৱ - তিৰোভাৱ

452) আৱদ্ধ - উন্মুক্ত

453) আৱশ্যক - অনাৱশ্যক

454) আৱাহণ - বিসৰ্জন

455) আৱিৰ্ভাৱ - তিৰোভাৱ

456) আশা - নিৰাশা

457) আশীবাদ - অভিশাপ

458) আসক্ত - অনাসক্ত

459) আসক্তি - অনাশক্তি

460) আসা - নিৰাশা

461) আস্তিক - নাস্তিক

462) আস্থা - অনাস্থা

463) আহুকাল - সুচল

464) আহুত - অনাহুত

465) আহ্লাদ - বিষাদ

466) ইচ্ছা - অনিচ্ছা

467) ইচ্ছুক - অনিচ্ছুক

468) ইতিবাচক - নেতিবাচক

469) ইদানীত্ন - তদানীন্তন

470) ইদানীন্তন - তদানীন্তন

471) ইপাৰ - সিপাৰ

472) ইয়াত - তাত

473) ইষ্ট - অনিষ্ট

474) ইহকাল - পৰকাল

475) ইহলোক - পৰলোক

476) উংকৃষ্ট - নিকৃষ্ট

477) উক্ত - অনুক্ত

478) উক্তি - প্ৰত্যুক্তি

479) উখল - উৰুঙা

480) উখোৱা - আৰৈ

481) উগ্ৰ - অনুগ্ৰ

482) উচিত - অনুচিত

483) উচ্চ - নীচ, অনুচ্চ, নিম্ন

484) উচ্চতা - নিম্নতা

485) উচ্চাত্মিকা - নীচাত্মিকা

486) উচ্ছাহ - নিৰুতসাহ

487) উজনি - নামনি

488) উজু - টান

489) উজ্জল - অনুজ্জল

490) উণ্থান - পতন

491) উণ্থিত - শায়িত

492) উতকৰ্ষ - অপকৰ্ষ

493) উতকৃষ্ট - নিকৃষ্ট

494) উতপতিয়া - শান্ত

495) উতসাহী - নিৰুতসাহী

496) উত্তম - অধম

497) উত্তমৰ্ণ - অধমৰ্ণ

498) উত্তমাংগ - অধমাংগ

499) উত্তৰ - দক্ষিণ

500) উত্তৰ - প্ৰশ্ন

501) উত্তৰপূৰুষ - পূৰ্বপূৰুষ

502) উত্তৰায়ণ - দক্ষিণায়ন

503) উত্তল - অৱতল

504) উত্তীৰ্ণ - অৱতীৰ্ণ

505) উদগতি, ঊৰ্ধ্বগতি - অধোগতি

506) উদগ্ৰীৱ - নিৰুদ্বেগ

507) উদয় - অস্ত

508) উদয়াচল - অস্তাচল

509) উদাৰ - সংকীৰ্ণ

510) উদাস - বিষয়ী

511) উদিত - অস্তমিত

512) উদ্দিষ্ট - অনুদ্দিষ্ট

513) উদ্ধদৃত - অনুদ্ধৃত

514) উদ্বিগ্ন - অনুদ্বিগ্ন

515) উদ্ভিদ - প্ৰাণী

516) উদ্যত - অনুদ্যত

517) উদ্যম - অৱসাদ

518) উদ্যমী - অনুদ্যমী

519) উদ্যোগপ্ৰধান - কৃষিপ্ৰধান

520) উধঃ, উৰ্দ্ধ - অধঃ

521) উন্নত - অনুন্নত

522) উন্নতি - অধোন্নতি, অৱনতি, অনুন্নতি

523) উন্মুক্ত - আৱদ্ধ

524) উপকাৰ - অপকাৰ

525) উপকাৰ,হিত - অনিষ্ট

526) উপকাৰী - অনিষ্টকাৰী

527) উপপথ - ঘাইপথ

528) উপযুক্ত - অনুপযুক্ত

529) উপযোগী - অনুপম

530) উপলব্ধি - অনুপলব্ধি

531) উপসংহাৰ - অবতৰণিকা

532) উপসৰ্গ - অনুসৰ্গ

533) উপস্থিত - অনুপস্থিত

534) উভৈনদী - অভাৱ

535) উমৈহতিয়া - গাইগুটিয়া

536) উৰুঙা - উখল

537) উৰ্ধ্ব - অনুৰ্ধ্ব

538) উৰ্বৰ - অনুৰ্বৰ

539) উৰ্বৰা,সাৰুৱা - অনুৰ্বৰ

540) উল্লিখিত - নিম্নলিখিত

541) উশাহ - নিশাহ

542) উষ্ণ - শীতল

543) উষ্ণতা - শীতলতা

544) ঊৰ্ধগামী - অধোগামী

545) ঊৰ্ধ্বচাপ - নিম্নচাপ

546) ঊৰ্ধ্বমুখ - অধোমুখ

547) ঋণী - অঋণী

548) ঋনাত্মক - ধনাত্মক

549) এঁৱা - দৈ

550) এককোষী - বহুকোষী

551) একগোট - অকলসৰে

552) একত্ব - বহুত্ব

553) একমুখী - বহুমুখী

554) এতিয়া - তেতিয়া

555) এনাইদেও - পোথাদেও

556) এন্ধাৰ - পোহৰ

557) এলাগী - লাগী

558) এলাহ - অধ্যৱসায়

559) ঐকমত্য - মতদ্বৈধ

560) ঐক্য - অনৈক্য

561) ঐচ্ছিক - অনৈচ্ছিক

562) ঐতিহাসিক - অনৈতিহাসিক

563) ঐহিক - পাৰলৌকিক

564) ওখ - চাপৰ

565) ওচৰ - দূৰ

566) ওপঙ - বুৰ

567) ওপৰ - তল

568) ওপৰত - তলত

569) ওলোৱা - সোমোৱা

570) ঔচিত্য - অনৌচিত্য

571) কইনা - বৰ

572) ককৰ্থনা - প্ৰশংসা

573) কঙালী - ভূগালী

574) কঠিন - সহজ

575) কথকী - চামোন

576) কথনীয় - অকথনীয়

577) কথাচহকী - নিবোকা

578) কথিত - অকথিত

579) কথ্য - অকথ্য

580) কদৰ্য - ধুনীয়া

581) কদাচাৰ - সদাচাৰ

582) কদাচাৰী - সদাচাৰী

583) কনিষ্ঠ - জ্যেষ্ট

584) কন্টকাকীৰ্ণ - নিকন্টকীয়া

585) কন্দা - হঁহা

586) কন্যা - পুত্ৰ

587) কপট - অকপট

588) কপটীয়া - অকপটীয়া

589) কম - বেছি

590) কম্পিত - অকম্পিত

591) কৰণীয় - অকৰণীয়

592) কৰমুক্ত - কৰযুক্ত

593) কৰযুক্ত - কৰমুক্ত

594) কৰাইচ - খৰছী

595) কৰ্কশ - শুৱলা, মিহি

596) কৰ্কষ - শুৱলা

597) কৰ্তব্য - অকৰ্তব্য

598) কৰ্তৃত্ব - অকৰ্তৃত্ব

599) কৰ্ম - অকৰ্ম

600) কৰ্মী - অকৰ্মী

601) কৰ্মেন্দ্ৰিয় - জ্ঞানেন্দ্ৰিয়

602) ক'লা - বগা

603) ক'লী - বগী

604) ক'লীয়া - শুকুলা

605) কল্পনা - বাস্তৱ

606) কল্পনীয় - অকল্পনীয়

607) কল্যাণ - অকল্যাণ

608) কাজী - অকাজী

609) কান্দোন, কান্দ - হাঁহি, হাঁহ

610) কাপুৰুষ - সাহসী

611) কামিলা - অকামিলা

612) কাৰণ - অকাৰণ

613) কাৰ্যকৰী - অকাৰ্যকৰী

614) কালি - আজি

615) কাল্পনিক - বাস্তৱিক

616) কিঞ্চিত - প্ৰচুৰ

617) কিন - বিক

618) কিশোৰ - কিশোৰী

619) কিশোৰী - কিশোৰ

620) কীৰ্তন - ৰতন

621) কুখ্যাত - সুখ্যাত

622) কুটিল - সৰল

623) কুটীৰ - প্ৰাসাদ

624) কুতচিত - ধুনীয়া

625) কুতসা - প্ৰশংসা

626) কুতসিত - সুন্দৰ

627) কুদৃষ্টি - শুভদৃষ্টি

628) কুনাম - সুনাম

629) কুন্ধচ - শুৱনী

630) কুপথ - সুপথ

631) কুপৰিবাহী - পুপৰিবাহী

632) কুফল - সুফল

633) কু-বাদ - সু-বাদ

634) কুমলীয়া - পূৰঠ

635) কুমাৰ - অকুমাৰ

636) কুমেৰু - সুমেৰু

637) কুৰুছি - সুৰুছি

638) কুৰূপ - সুৰূপ

639) কুলক্ষণ - সুলক্ষণ

640) কুলক্ষণী - সুলক্ষণী

641) কুশ্ৰী - সুশ্ৰী

642) কূতচিট - সুন্দৰৱ

643) কৃতকাৰ্য - অকৃতকাৰ্য

644) কৃতকাৰ্যতা - অকৃতকাৰ্যতা

645) কৃতঘ্ন - অকৃতঘ্ন

646) কৃতঘ্ন, অকৃতজ্ঞ - কৃতজ্ঞ

647) কৃতজ্ঞ - কৃতঘ্ন, অকৃতজ্ঞ

648) কৃতজ্ঞতা - অকৃতজ্ঞতা

649) কৃতি - অকীৰ্তি

650) কৃত্য - অকৃত্য

651) কৃত্ৰিম - অকৃত্ৰিম

652) কৃপণ - খৰছী

653) কৃপণ, গ্ৰহীতা - দাতা

654) কৃপাময় - কৃপাহীন

655) কৃপাহীন - কৃপাময়

656) কৃশ - স্থৃল

657) কৃষিপ্ৰধান - উদ্যোগপ্ৰধান

658) কৃষ্ণ - শুক্ল

659) কৃষ্ণপক্ষ - সুপক্ষ

660) কৃষ্ণাংগ - শ্বেতাংগ

661) কেঁকুৰি - পোন

662) কেঁচা - পকা

663) কোমন - কঠিন

664) কোমল - কঠিন

665) কোলাহলপূৰ্ণ - নিমাওমাও

666) ক্ৰয় - বিক্ৰয়

667) ক্ৰিয়া - প্ৰতিক্ৰিয়া

668) ক্ৰূৰ - অক্ৰূৰ

669) ক্ৰেতা - বিক্ৰেতা

670) ক্লান্ত - অক্লান্ত

671) ক্লেশ - অক্লেশ

672) ক্ষতি - লাভ

673) ক্ষমণীয় - অক্ষমণীয়

674) ক্ষমা - দয়া প্ৰতিশোধ

675) ক্ষমাৰ্হ - দণ্ডনীয়

676) ক্ষয় - বৃদ্ধি

677) ক্ষয়িষ্ণু - বৰ্ধিষ্ণু

678) ক্ষাৰ - অম্ল

679) ক্ষিপ্ৰ - মন্থৰ

680) ক্ষিপ্ৰতা - মন্থৰতা

681) ক্ষীণ - শকত

682) ক্ষীণকায় - স্থলকায়

683) ক্ষুদাতুৰ - ক্ষুধাহীন

684) ক্ষুদ্ৰ - বৃহত

685) ক্ষুদ্ৰ, সৰু - প্ৰকাণ্ড

686) ক্ষুদ্ৰাকাৰ - বৃহদাকাৰ

687) ক্ষুদ্ৰায়তন - বৃহতায়ন

688) ক্ষুধাহীন - ক্ষুদাতুৰ

689) খং - ৰং

690) খঙাল - ৰঙিয়াল

691) খণ্ড - অখণ্ড

692) খণ্ডগ্ৰাস - পূৰ্ণগ্ৰাস

693) খণ্ডনীয় - অখণ্ডনীয়

694) খণ্ডবাক্য - পূৰ্ণবাক্য

695) খণ্ডিত - অখণ্ডিত

696) খৰখেদা - লাহেধীৰে

697) খৰগতি - বীৰগতি

698) খৰচ - জমা

699) খৰচী - মিতব্যয়ী

700) খৰতকীয়া - লেহেমীয়া

701) খৰাংপীড়িত - বানপীড়িত

702) খৰালি - জহকালি, বাৰিষা

703) খলখলীয়া - খোকোজা

704) খলনাময়ক - নায়ক

705) খহটা - মিহী

706) খাঁতি - ভেজাল

707) খাদ্য - অখাদ্য

708) খাৰিফশস্য - ৰবিশস্য

709) খাল - বাম

710) খালী - ভৰ্তি

711) খীণ - শকত

712) খুচুৰা - পাইকাৰী

713) খুৰা - খুৰী

714) খোকোজা - খলখলীয়া

715) খোলা - বন্ধ

716) খোৱা - নোখোৱা

717) খ্যাত - অখ্যাত

718) খ্যাতি - অখ্যাতি

719) গগন - পাতাল

720) গঠন - ভাঙোন

721) গণিকা - সতী

722) গত - অনাগত

723) গতানুগতিক - অগতানুগতিক

724) গতি - স্থিতি

725) গতিশক্তি - স্থিতিশক্তি

726) গতিশীল - স্থিতিশীল

727) গদ্য - পদ্য

728) গধুৰ - পাতল

729) গধুলি - পূৱা

730) গধূলি - পুৱা

731) গভীৰ - তৰাং, অগভীৰ, তৰল

732) গমন - আগমন

733) গম্ভীৰ - চঞ্চল

734) গম্য - অগম্য

735) গৰম - ঠাণ্ডা

736) গৰল - অমৃত

737) গৰিষ্ঠ - লঘিষ্ঠ

738) গৰিহণা - প্ৰশংসা

739) গৰীব - আমিৰ

740) গৰ্ব - বিনয়

741) গৰ্বী - অগৰ্বী

742) গৰ্হিত - প্ৰশংসনীয়

743) গহীন - চঞ্চল

744) গাঁৱলীয়া - চহৰীয়া

745) গাই - বলদ

746) গাইগুটিয়া - উমৈহতিয়া

747) গাওঁ - নগৰ

748) গা-গধুৰ - গা-পাতল

749) গা-পাতল - গা-গধুৰ

750) গাভৰু - ডেকা

751) গাভৰু, বুঢ়া - ডেকা

752) গায়ক - গায়িকা

753) গায়িকা - গায়ক

754) গিৰীয়েক - ঘৈণিয়েক

755) গিৰীহঁত - গিৰীহঁতনী

756) গিৰীহঁতনী - গিৰীহঁত

757) গুচৰীয়া - পদকীয়া

758) গুণ - দোষ

759) গুণফল - ভাগফল

760) গুণী - নিৰ্গুণী

761) গুপ্ত - মুক্ত

762) গুৰু - শিষ্য, লঘু

763) গুৰুত্ব - লঘুত্ব

764) গৃহস্থী - সন্ন্যাসী

765) গোচৰীয়া - পদকীয়া

766) গোটা - চেপেটা

767) গোতোং - মেলাহী

768) গোপণ - প্ৰকাশ

769) গোপণ, অপ্ৰকাশ - প্ৰকাশ

770) গোপন - আকাশ

771) গোপনীয় - অগোপনীয়

772) গোমা - ফৰকাল

773) গোলাম - মালিক

774) গৌণ - মূখ্য

775) গৌৰ - শ্যাম

776) গৌৰৱ - অগৌৰৱ

777) গ্ৰহ - নক্ষত্ৰ

778) গ্ৰহণ - বৰ্জন

779) গ্ৰহণীয় - বৰ্জনীয়

780) গ্ৰহীতা - দাতা

781) গ্ৰামাঞ্চল - নগৰাঞ্চল

782) গ্ৰাহ্য - বৰ্জ্য

783) গ্ৰীষ্ম - শীত

784) গ্ৰীষ্মকাল - শীতকাল

785) গ্ৰেপ্তাৰ - মুক্তি

786) গ্লানি - যশচ্যা

787) ঘন - পাতল, সেৰেঙা

788) ঘৰচীয়া - বনৰীয়া

789) ঘাইপথ - উপপথ

790) ঘাটি - ৰাহি

791) ঘুমটি - নিদ্ৰাহীন

792) ঘৃমা - প্ৰেম

793) ঘৈণিয়েক - গিৰীয়েক

794) ঘোদা - নিজনী

795) ঘোষ - অঘোষ

796) চঞ্চল - ধীৰ

797) চণকা - লিকটীয়া

798) চতুৰ - হোজা

799) চতুৰ, অজলা - টেঙৰ

800) চনকা - লিটকীয়া

801) চন্দ্ৰ - সূৰ্য

802) চফেদ - ক'লা

803) চৰকাৰ - জনসাৰাৰণ

804) চৰকাৰী - বেচৰকাৰী

805) চৰণ - মস্তক

806) চৰম - নৰম

807) চৰিত্ৰৱান - চৰিত্ৰহীন

808) চৰিত্ৰহীন - চৰিত্ৰৱান

809) চৰ্ত - চৰ্তহীন

810) চৰ্তহীন - চৰ্ত

811) চৰ্ব্য - পেয়

812) চল - অচল

813) চহকী - দুখীয়া

814) চহৰীয়া - গাঁৱলীয়া

815) চাকৰ - মালিক

816) চাক্ষুস,দৃষ্টিসম্পন্ন - অন্ধ

817) চাপৰ - ওখ

818) চাপৰ, হটঙা, ওখ - চুটি

819) চাফা - লেতেৰা

820) চামিল - বহিষ্কাৰ

821) চামোন - কথকী

822) চালানী - থলুৱা

823) চাহিদা - যোগান

824) চিজিল - বেচিজিল

825) চিনাকি - অচিনাকি

826) চিনাক্ত - অচিনাক্ত

827) চিন্তনীয় - অচিন্তনীয়

828) চিন্তান্বিত - চিন্তামুক্ত

829) চিন্তামুক্ত - চিন্তান্বিত

830) চিন্তাহীন - চিন্তিত

831) চিন্তিত - চিন্তাহীন

832) চিপচিপিয়া - দোপালপিটা

833) চিৰকুমাৰ - বিবাহিত

834) চিৰবিচ্ছেদ - চিৰলগৰী

835) চিৰলগৰী - চিৰবিচ্ছেদ

836) চুটি - চাপৰ, হটঙা, ওখ

837) চুম্বকীয় - অচুম্বকীয়

838) চেঁচা - তপত

839) চেঙা - মিঠা

840) চেচুকীয়া - ৰ'দঘাই

841) চেতন - জড়

842) চেপেটা - গোটা

843) চৈতন্য - অচৈত্য

844) চৈতন্যাৱস্থা - জড়াবস্থা

845) চোকৰা - চোকৰী

846) চোকৰী - চোকৰা

847) চোকা - ভোটা, বদুৱা

848) ছঁয়াময়া - ফটফটীয়া

849) ছতেক - ততেক

850) ছহিদ - দেশদ্ৰোহী

851) ছিদ্ৰ - নিছিদ্ৰ

852) ছেদ্য - অছেদ্য

853) ছোৱালী - ল'ৰা

854) জটিল - সৰল

855) জড় - জীৱ

856) জড়জগত - জীৱজগত

857) জড়াবস্থা - চৈতন্যাৱস্থা

858) জধলা - পৰিপাটি

859) জনপ্ৰিয় - অজনপ্ৰিয়

860) জনমভূমি - বিদেশ

861) জনশূন্য - জনাকীৰ্ণ

862) জনসাৰাৰণ - চৰকাৰ

863) জনাকীৰ্ণ - জনাশূন্য

864) জনাশূন্য - জনাকীৰ্ণ

865) জন্ম - মৃত্যু

866) জমা - খৰচ

867) জয় - পৰাজয়

868) জল - স্থল

869) জলচৰ - স্থলচৰ

870) জলজ - স্থলজ

871) জলপথ - স্থলপথ

872) জলবতাহ - স্থলবতাহ

873) জহ - জাৰ

874) জহকালি - জাৰকালি

875) জহকালি, বাৰিষা - খৰালি

876) জাঁৱায়েক - জীয়েক

877) জাই - মাইকীমেকুৰী

878) জাগৰণ - শয়ন, নিদ্ৰা

879) জাগ্ৰত - সুপ্ত

880) জাজ্বল্যমান - তমসাচ্ছন্ন

881) জাৰ - জহ

882) জাৰকালি - জহকালি

883) জিক - হাৰ

884) জিকা - হৰা

885) জিত - পৰাজিত

886) জিন্দাবাদ - মুৰ্দাবাদ

887) জী - পো

888) জীয়ৰী, কন্যা - পুত্ৰ

889) জীয়ৰী, পো - বোৱাৰী

890) জীয়া - মৰা

891) জীয়াৰী - পো

892) জীয়েক - পুতেক, জোৱায়েক

893) জীৰ্ণ - অজীৰ্ণ

894) জীৱ - জড়

895) জীৱজগত - জড়জগত

896) জীৱণ, জনম - মৰণ

897) জীৱন্ত - মৃত

898) জীৱাত্মা - পৰমাত্মা

899) জীৱিত - মৃত

900) জৈৱ - অজৈৱ

901) জৈৱিক - অজৈৱিক

902) জোখ - অজোখ

903) জ্ঞাত - অজ্ঞাত

904) জ্ঞান - অজ্ঞান

905) জ্ঞানী - মুৰ্খ

906) জ্ঞানী, জ্ঞানৱন্ত, জ্ঞানৱান - অজ্ঞানী

907) জ্ঞানেন্দ্ৰিয় - কৰ্মেন্দ্ৰিয়

908) জ্ঞেয় - অজ্ঞেয়

909) জ্যেষ্ট - কনিষ্ঠ

910) জ্যেষ্ঠ - কনিষ্ঠ

911) টকটকীয়া - মেহেকা

912) টান - ঢিলা

913) টান, চৰম - নৰম

914) টিমক - হেবাং

915) টেক - বহল

916) টেঙৰ - চতুৰ, অজলা

917) টেটেৰা - নোদাকা

918) ঠাণ্ডা - গৰম

919) ঠিক - বেঠিক

920) ঠেক - বহল

921) ডাঙৰ - সৰু

922) ডাঠ - পাতল

923) ডাঠ, গধুৰ - পাতল

924) ডালদৰিদ্ৰ - আঢ্যৱন্ত

925) ডাৱৰীয়া - ফৰকাল

926) ডিম্বাণু - শুক্ৰাণু

927) ডেকা - গাভৰু, বুঢ়া

928) ডেকেৰী - বুঢ়ী

929) ঢিলা - টান

930) ঢেলঢেলীয়া - সতেজ

931) ততেক - ছতেক

932) তদানীন্তন - ইদানীন্তন

933) তনয় - তনয়া

934) তনয়া - তনয়

935) তপত - চেঁচা

936) তমসাচ্ছন্ন - জাজ্বল্যমান

937) তৰাং - গভীৰ

938) তৰাং, অগভীৰ, তৰল - গভীৰ

939) তৰুণ - তৰুণী

940) তৰুণী - তৰুণ

941) তল - ওপৰ

942) তলত - ওপৰত

943) তলতীয়া - ধৰ্ধ্বতন

944) তাকৰ - সৰহ

945) তাকৰীয়া - সৰহীয়া

946) তাত - ইয়াত

947) তাত্ত্বিক - প্ৰায়োগিক

948) তিতা - শুকান

949) তিমিৰ - প্ৰভা

950) তিৰষ্কাৰ - পুৰষ্কাৰ

951) তিৰস্কাৰ - পুৰস্কাৰ

952) তিৰী - মৰদ

953) তিৰোতা - পূৰুষ

954) তিৰোভাৱ - আৰ্ৱিভাৱ

955) তীখৰ - হেবাং

956) তীব্ৰ - মৃদু

957) তুলনাবিহীন - তুলনীয়

958) তুলনীয় - অতুলনীয়

959) তুষ্ট - বিতুষ্ট

960) তৃণভোজী - মাংসভোজী

961) তৃণাহাৰী - মাংসাহাৰী

962) তৃপ্ত - অতৃপ্ত

963) তৃপ্তি - অতৃপ্তি

964) তেতিয়া - এতিয়া

965) ত্যাগ - গ্ৰহণ

966) থকা - নথকা

967) থলুৱা - চালানী

968) থিয় - পথালি

969) থিয়চকুৱা - পথালিচকুৱা

970) দ - বাম

971) দ' - বাম

972) দ৭ৰৱতী - নিকটৱতী

973) দক্ষিণ - উত্তৰ

974) দক্ষিণায়ন - উত্তৰায়ণ

975) দগ্ধ - অদগ্ধ

976) দণ্ডনীয় - ক্ষমাৰ্হ

977) দমনীয় - অদমনীয়

978) দম্য - অদম্য

979) দয়া - হিংসা

980) দয়া প্ৰতিশোধ - ক্ষমা

981) দয়ালু - নিৰ্দয়, নিষ্ঠুৰ

982) দৰকাৰ - অদৰকাৰ

983) দৰকাৰী - অদৰকাৰী

984) দৰা - কইনা

985) দৰ্বল - সবল

986) দলীয় - একক

987) দাতা - কৃপণ, গ্ৰহীতা

988) দাদা - বৌ

989) দানৱ - মানৱ

990) দানৱীয় - মানৱীয়

991) দাম্ভিক - বিনয়ী

992) দাৰক - দাৰিকা

993) দাৰিকা - দাৰক

994) দাহ্য - অদাহ্য

995) দিটক - সপোন

996) দিন - ৰাতি

997) দিবা - নৈশ

998) দীঘ - বাণি

999) দীঘল - চুটি

1000) দীপ্ত - ম্লান

1001) দীৰ্ঘ - হ্ৰস্ব

1002) দীৰ্ঘম্যাদী - হ্ৰস্বম্যাদী

1003) দীৰ্ঘায়ু - অল্পায়ু

1004) দুঃখবৰ - সুখূবৰ

1005) দুঃশীল - সুশীল

1006) দুঃসংবাদ - সুসংবাদ

1007) দুঃসাধ্য - সুসাধ্য

1008) দুখ - সুখ

1009) দুখানুভূটি - সুখানুভূতি

1010) দুখিয়া - ধনী

1011) দুখী - সুখী

1012) দুখীয়া - ধনী

1013) দুগন্ধ - সুগন্ধ

1014) দুচমন - দোস্ত

1015) দুপৰীয়া - দুভাগনিশা

1016) দুবিনীত - সুবিনীত

1017) দুভাগনিশা - দুপৰীয়া

1018) দুভাগৰাতি - ভৰদুপৰ

1019) দুৰিষশ - সুষশ

1020) দুৰ্গম - সুগম

1021) দুৰ্দন - সজ্জন

1022) দুৰ্নাম - সুনাম

1023) দুৰ্নীতি - সুনীতি

1024) দুৰ্বল - সবল, শক্তিশালী

1025) দুৰ্বল, দুৰ্বলী - বলী

1026) দুৰ্বহ - সুবহ

1027) দুৰ্বাসনা - সুবাসনা

1028) দুৰ্বুদ্ধি - সুবুদ্ধি

1029) দুৰ্বোধ্য - সুবোধ্য

1030) দুৰ্ভগা - সুভগা

1031) দুৰ্ভাগ্য - সৌভাগ্য

1032) দুৰ্ভেদ্য - সুবেদ্য

1033) দুৰ্মতি - সুমতি

1034) দুৰ্যোগ - সুযোগ

1035) দুৰ্লভ - সুলভ

1036) দুষ্কৃতি - সুকৃতি

1037) দূৰ - ওচৰ

1038) দূৰদৰ্ষিতা - অদূৰ্দষিতা

1039) দূৰদশী - অদুৰদৰ্শী

1040) দূৰৱতী - নিকটৱতী

1041) দূৰ্ষণী - অদূৰ্ষণী

1042) দৃঢ় - শিথিল

1043) দৃশ্য - অদৃশ্য

1044) দেওৰ - ননদ

1045) দেখা - নেদেখা

1046) দেনা - পাওন

1047) দেৱ - অদৈৱ

1048) দেৱতা - অসুৰ

1049) দেৱানী - ফৌজদাৰী

1050) দেশদ্ৰোহী - দেশপ্ৰেমিক

1051) দেশপ্ৰেমিক - দেশদ্ৰোহী

1052) দেহী - অদেহী

1053) দৈ - এঁৱা

1054) দৈহিক - মানসিক

1055) দোপালপিটা - চিপচিপিয়া

1056) দোষ - গুণ

1057) দোষী - নিৰ্দোষী

1058) দোস্ত - দুচমন

1059) দ্ৰৱণীয় - অদ্ৰৱণীয়

1060) দ্ৰুত - মন্থৰ

1061) ধনাত্মক - ঋনাত্মক

1062) ধনী - দুখীয়া

1063) ধবংস - সৃষ্টি

1064) ধৰুৱা - নিধৰুৱা

1065) ধৰ্ধ্বতন - তলতীয়া

1066) ধৰ্ম - অধৰ্ম

1067) ধৰ্মী - অধৰ্মী

1068) ধাতু - অধাতু

1069) ধাদুমী - ল-নি

1070) ধাৰ্মিক - অধাৰ্মিক

1071) ধীৰ - চঞ্চল

1072) ধুতি - বিধুতি

1073) ধুনিয়া - কুতসিত

1074) ধুনীয়া - কুতচিত

1075) ধৈৰ্য - অধৈৰ্য

1076) ধোঁৱাখুলীয়া - মিতব্যয়ী

1077) ধ্বংসকাৰী - সৃষ্টিকাৰী

1078) ধ্বংসমুখী - সৃষ্টিমুখী

1079) ধ্বংসাত্মক - সৃজনাত্মক

1080) ন - পূৰণি

1081) নকল - আচল

1082) নক্ষত্ৰ - গ্ৰহ

1083) নগদ - বাকী

1084) নগৰ - গাওঁ

1085) নগৰাঞ্চল - গ্ৰামাঞ্চল

1086) নট - নটী

1087) নটী - নট

1088) নতুণ - পুৰণি

1089) নতুন, আধুনিক, নবীন - প্ৰাচীন

1090) নতুন, প্ৰাচীন, পৌৰাণিক - আধুনিক

1091) নথকা - থকা

1092) ননদ - দেওৰ

1093) নবীন - প্ৰবীন

1094) নমনীয়া,সহজ - অনমনীয়

1095) নৰক - স্বৰ্গ

1096) নৰম - টান, চৰম

1097) নৱীন - প্ৰবীন

1098) নাকচ - মঞ্জুৰ

1099) নামনি - উজনি

1100) নামী - বেনামী

1101) নায়ক - খলনাময়ক

1102) নাৰী - পুৰুষ

1103) নাস্তিক - আস্তিক

1104) নিঃশব্দ - সশব্দ

1105) নিঃসংকোচ - সংকোচ

1106) নিকট - নিলগ

1107) নিকটৱতী - দূৰৱতী

1108) নিকন্টকীয়া - কন্টকাকীৰ্ণ

1109) নিকৃষ্ট - উতকৃষ্ট

1110) নিগ্ৰহ - অনুগ্ৰহ

1111) নিছিদ্ৰ - ছিদ্ৰ

1112) নিজনি - ঘোদা

1113) নিজনী - ঘোদা

1114) নিত্যতা - অনিত্যতা

1115) নিদ্ৰাহীন - ঘুমটি

1116) নিধৰুৱা - ধৰুৱা

1117) নিন্দনীয় - অনবদ্য

1118) নিন্দা - প্ৰশংসাৰ

1119) নিবাক - সবাক

1120) নিবৃত্তি - প্ৰবৃত্তি

1121) নিবোকা - কথাচহকী

1122) নিমন্ত্ৰিত - অনিমন্ত্ৰিত

1123) নিমাওমাও - কোলাহলপূৰ্ণ

1124) নিম্ন - উচ্চ

1125) নিম্নচাপ - ঊৰ্ধ্বচাপ

1126) নিম্নতা - উচ্চতা

1127) নিম্নলিখিত - উল্লিখিত

1128) নিযুক্তি - বৰ্খাস্ত

1129) নিয়ন্ত্ৰণ - অনিয়ন্ত্ৰণ

1130) নিয়ন্ত্ৰিত - অনিয়ন্ত্ৰিত

1131) নিয়ম - অনিয়ম

1132) নিয়মিত - অনিয়মিত

1133) নিৰক্ষৰ - সাক্ষৰ

1134) নিৰভিমানী - অভিমানী

1135) নিৰমৰমিয়াল - মৰমিয়াল

1136) নিৰৰ্থক - সদৰ্থক

1137) নিৰস - ৰসাল

1138) নিৰস্ত্ৰ - সশস্ত্ৰ

1139) নিৰহংকাৰ - অহংকাৰ

1140) নিৰাকাৰ - সাকাৰ

1141) নিৰানন্দ - আনন্দ

1142) নিৰাপদ - বিপদজনক

1143) নিৰামিষ - আমিষ

1144) নিৰামিষহাৰী - আমিষহাৰী

1145) নিৰাশা - আশা

1146) নিৰুংসাহ - প্ৰেৰণা

1147) নিৰুতসাহী - উতসাহী

1148) নিৰুদ্বিগ্ন - উদ্বিগ্ন

1149) নিৰুদ্বেগ - উদগ্ৰীৱ

1150) নিৰোগী - ৰোগী

1151) নিৰ্গুণী - গুণী

1152) নিৰ্জীৱ - সজীৱ

1153) নিৰ্দয় - সদয়

1154) নিৰ্দয়, নিষ্ঠুৰ - দয়ালু

1155) নিৰ্দিষ্ট - অনিৰ্দিষ্ট

1156) নিৰ্দোষী - দোষী

1157) নিৰ্বাণ - অনিৰ্বাণ

1158) নিৰ্ভয়, সাহ - ভয়

1159) নিৰ্মল - মলিন

1160) নিৰ্মিত - অনিৰ্মিত

1161) নিৰ্মেঘ - মেঘাচ্ছন্ন

1162) নিলগ - ওচৰ

1163) নিশাহ - উশাহ

1164) নিশ্চিত - অনিশ্চিত

1165) নিশ্চিদ্ৰ - সছিদ্ৰ

1166) নিশ্চিন্ত - চিন্তিত

1167) নিশ্চেষ্ট - সচেষ্ট

1168) নিশ্বাস - শ্বাস

1169) নিষ্কাম - সকাম

1170) নিষ্ক্ৰিয় - সক্ৰিয়

1171) নিষ্ঠুৰ - মৰমিয়াল

1172) নিষ্ফল - সাম্ফল

1173) নিস্তেজ - সতেজ

1174) নীচ - উচ্চ

1175) নীচ, অনুচ্চ, নিম্ন - উচ্চ

1176) নীচাত্মিকা - উচ্চাত্মিকা

1177) নীতি - অনীতি

1178) নীৰৱ - সৰৱ

1179) নেতিবাচক - ইতিবাচক

1180) নেদেখা - দেখা

1181) নৈতিক - অনৈতিক

1182) নৈশ - দিবা

1183) নৈষ্ঠিক - অনৈষ্ঠিক

1184) নোখোৱা - খোৱা

1185) নোদাকা - টেটেৰা

1186) ন্যায় - অন্যায়

1187) পকা - কেঁচা

1188) পচন্দ - অপচন্দ

1189) পঠন - লিখন

1190) পঠিত - লিখিত, অপঠিত

1191) পণ্ডিত - মূৰ্খ

1192) পতন - উণ্থান

1193) পতি - পত্নী

1194) পত্নী - পতি

1195) পথান - শিতান

1196) পথালি - থিয়

1197) পথালিচকুৱা - থিয়চকুৱা

1198) পথ্য - অপথ্য

1199) পদ - শিৰ

1200) পদগ্ৰহণ - পদত্যাগ

1201) পদত্যাগ - পদগ্ৰহণ

1202) পদ্য - গদ্য

1203) পৰ - আপোন

1204) পৰকাল - ইহকাল

1205) পৰজন্ম - পূৰ্বজন্ম

1206) পৰজীৱী - স্বজীৱী

1207) পৰনিৰ্ভৰশীল - আত্মনিৰ্ভৰশীল

1208) পৰমাত্মা - জীৱাত্মা

1209) পৰলোক - ইহলোক

1210) পৰৱতী - পূৰ্বৱতী

1211) পৰাজয় - জয়

1212) পৰাধীন - স্বাধীন

1213) পৰাধীনতা - স্বাধীনতা

1214) পৰিকল্পিত - অপৰিকল্পিত

1215) পৰিচিত - অপৰিচিত

1216) পৰিত্যক্ত - অপৰিত্যক্ত

1217) পৰিপক্ক - অপৰিপক্ক

1218) পৰিপাটি - অপৰিপাটি

1219) পৰিপুষ্ট - অপৰিপুষ্ট

1220) পৰিবৃত - অনাবৃত

1221) পৰিমিত - অপৰিমিত

1222) পৰিশিষ্ট - ভূমিকা

1223) পৰিশ্ৰমী - অপৰিশ্ৰমী

1224) পৰিশ্ৰমীা - অপৰিশ্ৰমীা

1225) পৰিষ্কাৰ - অপৰিষ্কাৰ, লেতেৰা

1226) পৰিহাৰ্য - অপৰিহাৰ্য

1227) পৰোক্ষ - প্ৰত্যক্ষ

1228) পৱিত্ৰ - অপৱিত্ৰ

1229) পশ্চ - অগ্ৰ

1230) পশ্চাদগামী - অগ্ৰগামী

1231) পশ্চিম - পূব

1232) পাইকাৰী - খুচুৰা

1233) পাওন - দেনা

1234) পাঠক - লেখক, পাঠিকা

1235) পাঠ্য - অপাঠ্য

1236) পাতল - ডাঠ, গধুৰ

1237) পাতল, সেৰেঙা - ঘন

1238) পাতাল - আকাশ

1239) পাত্ৰ - অপাত্ৰ

1240) পাপ - পূণ্য

1241) পাৰলৌকিক - ঐহিক

1242) পাৰ্থক্য - সাদৃশ্য

1243) পাৰ্থিৱ - অপাৰ্থিৱ

1244) পালন - লংঘন

1245) পাশ্চাত্য - প্ৰাচ্য

1246) পাহৰণ - সোঁৱৰণ

1247) পিচোৱা - আগুৱা

1248) পিছ, পাছ, গুৰি - আগ

1249) পিঠি - বুকু

1250) পিতা - মাতা

1251) পিতাই - আই

1252) পিতৃ - মাতৃ

1253) পিতৃত্ব - মাতৃত্ব

1254) পুণ্য - পাপ

1255) পুতেক - জীয়েক

1256) পুতেক, জোৱায়েক - জীয়েক

1257) পুত্ৰ - জীয়ৰী, কন্যা

1258) পুত্ৰক - অপুত্ৰক

1259) পুপৰিবাহী - কুপৰিবাহী

1260) পুৰণি - নতুন

1261) পুৰষ্কাৰ - তিৰষ্কাৰ

1262) পুৰস্কাৰ - শাস্তি, তিৰস্কাৰ

1263) পুৰুষ - নাৰী

1264) পুৱা - গধূলি

1265) পুষ্টি - অপুষ্টি

1266) পূণ্য - পাপ

1267) পূব - পশ্চিম

1268) পূৰণ - হৰণ

1269) পূৰণি - নতুন

1270) পূৰ্ণ - অপূৰ্ণ

1271) পূৰ্ণকালীন - অংশকালীন

1272) পূৰ্ণগ্ৰাস - খণ্ডগ্ৰাস

1273) পূৰ্ণবাক্য - খণ্ডবাক্য

1274) পূৰ্ণিমা - অমাৱশ্যা

1275) পূৰ্বজন্ম - পৰজন্ম

1276) পূৰ্বপূৰুষ - উত্তৰপূৰুষ

1277) পূৰ্বৱতী - পৰৱতী

1278) পূৰ্বাহ্ণ - অপৰাহ্ণ

1279) পূৱা - গধুলি

1280) পৃণ্য - পাপ

1281) পৃষ্ঠ - বক্ষ

1282) পেয় - চৰ্ব্য

1283) পৈণত - অপৈণত

1284) পো - বোৱাৰী, জী

1285) পোথাদেও - এনাইদেও

1286) পোন - বেঁকা

1287) পোনপটীয়া - আওপটীয়া

1288) পোৰ - ভাজ

1289) পোহনীয়া - বনৰীয়া

1290) পোহৰ - আন্ধাৰ

1291) প্ৰকাণ্ড - ক্ষুদ্ৰ, সৰু

1292) প্ৰকাশ - গোপণ, অপ্ৰকাশ

1293) প্ৰকৃত - অপ্ৰকৃত

1294) প্ৰকৃতিস্থ - অপ্ৰকৃতিস্থ

1295) প্ৰকৃষ্ট - নিকৃষ্ট

1296) প্ৰক্ষিক্ষক - প্ৰশিক্ষাৰ্থী

1297) প্ৰখ্যাত - অখ্যাত

1298) প্ৰগতিশীল - ৰক্ষণশীল

1299) প্ৰচণ্ড - মৃদু

1300) প্ৰচলিত - অপ্ৰচলিত

1301) প্ৰচুৰ - অল্প

1302) প্ৰচেষ্টা - অপ্ৰচেষ্টা

1303) প্ৰজা - ৰজা

1304) প্ৰতক্ষ্য - পৰোক্ষ

1305) প্ৰতিকূল, নিৰাশা - অনুকূল

1306) প্ৰতিক্ৰিয়া - ক্ৰিয়া

1307) প্ৰতিফলন - প্ৰতিসৰণ

1308) প্ৰতিবাদ - সমৰ্থন

1309) প্ৰতিযোগী - সহযোগী

1310) প্ৰতিসৰণ - প্ৰতিফলন

1311) প্ৰতিহিংসা - হিংসা

1312) প্ৰত্যক্ষ - পৰোক্ষ

1313) প্ৰত্যাগমন - আগমন

1314) প্ৰত্যাদমণ - আগমণ

1315) প্ৰত্যুক্তি - উক্তি

1316) প্ৰথম - শেষ

1317) প্ৰদান - আদান

1318) প্ৰধান - অপ্ৰধান

1319) প্ৰফুল্ল - বিষণ্ণ

1320) প্ৰবৃত্তি - নিবৃত্তি

1321) প্ৰভা - তিমিৰ

1322) প্ৰভাত - সন্ধ্যা

1323) প্ৰভু - ভূত্য

1324) প্ৰভূ - ভৃত্য

1325) প্ৰমাদ - অপ্ৰমাদ

1326) প্ৰয়োগ - অপ্ৰয়োগ

1327) প্ৰৰোচিত - অপ্ৰৰোচিত

1328) প্ৰলয় - সৃষ্টি

1329) প্ৰৱিত্ৰ - অপৱিত্ৰ

1330) প্ৰৱেশ - প্ৰস্থান

1331) প্ৰশংসনীয় - গৰ্হিত

1332) প্ৰশংসা - নিন্দা

1333) প্ৰশংসাৰ - নিন্দা

1334) প্ৰশংসিত - ভৰ্তসিত

1335) প্ৰশান্ত - অসান্ত

1336) প্ৰশিক্ষাৰ্থী - প্ৰক্ষিক্ষক

1337) প্ৰশ্ন - উত্তৰ

1338) প্ৰশ্বাস - শ্বাস

1339) প্ৰসন্ন - বিষণ্ণ

1340) প্ৰসন্নতা - বিষণ্ণতা

1341) প্ৰসাৰণ - সংকোচন

1342) প্ৰস্থান - প্ৰৱেশ

1343) প্ৰাকৃতিক - অপ্ৰাকৃতিক

1344) প্ৰাচীন - নতুন, আধুনিক, নবীন

1345) প্ৰাচ্য - পাশ্চাত্য

1346) প্ৰাণী - উদ্ভিদ

1347) প্ৰাপক - প্ৰেৰক

1348) প্ৰায়োগিক - তাত্ত্বিক

1349) প্ৰাসংগিক - অপ্ৰাসংগিক

1350) প্ৰাসাদ - কুটীৰ

1351) প্ৰীতি - মিলা

1352) প্ৰেম - ঘৃণা

1353) প্ৰেৰক - প্ৰাপক

1354) প্ৰেৰণ - গ্ৰহণ

1355) প্ৰেৰণা - নিৰুংসাহ

1356) প্ৰেৰমা - নিৰুতসাহ

1357) ফটফটীয়া - ছঁয়াময়া

1358) ফৰকাল - ডাৱৰীয়া

1359) ফৰিয়াদী - আচামী

1360) ফেদেলী - অপেস্বৰী

1361) ফৌজদাৰী - দেৱানী

1362) বক্তা - শ্ৰোতা

1363) বক্ষ - পৃষ্ঠ

1364) বগা - ক'লা

1365) বগী - ক'লী

1366) বতৰ - আবতৰ

1367) বতৰীয়া - আবতৰীয়া

1368) বদ-অভ্যাস - সদ-অভ্যাস

1369) বদগুণ - সদগুণ

1370) বদনাম - সদনাম

1371) বদুৱা - চোকা

1372) বনৰীয়া - ঘৰচীয়া

1373) বন্দী - মুকুতি

1374) বন্ধু - শত্ৰু

1375) বন্ধুত - শক্ৰতী

1376) বন্ধুতা - শত্ৰুতা

1377) বৰ - সৰু, কইনা, অভিশাপ

1378) বৰষুণ - ৰ'দ

1379) বৰ্খাস্ত - নিযুক্তি

1380) বৰ্জন - গ্ৰহণ

1381) বৰ্জনীয় - গ্ৰহণীয়

1382) বৰ্জ্য - গ্ৰাহ্য

1383) বৰ্তমান, ভৱিষ্যত - অতীত

1384) বৰ্ধক - হ্ৰাসক

1385) বৰ্ধন - হ্ৰসন

1386) বৰ্ধিষ্ণু - ক্ষয়িষ্ণু

1387) বৰ্হিগত - অন্তৰ্গত

1388) বলদ - গাই

1389) বলৱত, বাহাল - বাতিল

1390) বলী - দুৰ্বল, দুৰ্বলী

1391) বস্তুনিষ্ঠ - ব্যক্তিনিষ্ঠ

1392) বহল - ঠেক

1393) বহিঃ - অন্ত

1394) বহিৰ্ভাগ - অন্তৰ্ভাগ

1395) বহিৰ্ভুক্ত - অন্তৰ্ভুক্ত

1396) বহিৰ্মুখী - অন্তৰ্মুখী

1397) বহিষ্কাৰ - চামিল

1398) বহুকোষী - এককোষী

1399) বহুত্ব - একত্ব

1400) বহুবল্কী - মিতভাষী

1401) বহুমুখী - একমুখী

1402) বাও - সোঁ

1403) বাওঁ - সো

1404) বাকী - নগদ

1405) বাজ - ভিতৰ

1406) বাঞ্ছিত - অবাঞ্ছিত

1407) বাণি - দীঘ

1408) বাতিল - বাহাল

1409) বাদী - বিবাদী

1410) বাধ্য - অবাধ্য

1411) বানপীড়িত - খৰাংপীড়িত

1412) বাৰবনিতা - সতী

1413) বাৰিষা - খৰালি

1414) বালক - বালিকা, বৃদ্ধ

1415) বালিকা, বৃদ্ধ - বালক

1416) বাস্তৱিক - কাল্পনিক

1417) বাহ্যিক - আভ্যন্তৰিণ

1418) বিক - কিন

1419) বিকৰ্ষণ - আকৰ্ষণ

1420) বিক্ৰয় - ক্ৰয়

1421) বিক্ৰেতা - ক্ৰেতা

1422) বিখ্যাত - অখ্যাত

1423) বিগত - অনাগত

1424) বিগ্ৰহ - সন্ধি

1425) বিচলিত - অবিচলিত

1426) বিচ্ছেদ্য - অবিচ্ছেদ্য

1427) বিজ্ঞ - অজ্ঞ

1428) বিতৰণ - সংগ্ৰহ

1429) বিতুষ্ট - সন্তুষ্ট

1430) বিতোপন - বীভতস

1431) বিদায় - আদৰণি

1432) বিদেশ - জনমভূমি

1433) বিদেশী - স্বদেশী

1434) বিদ্যমান - অবিদ্যমান

1435) বিদ্যা - অবিদ্যা

1436) বিধৰ্ম - সধৰ্ম

1437) বিধৱা - সধৱা

1438) বিধি - অবিধি

1439) বিধুতি - ধুতি

1440) বিনয় - গৰ্ব

1441) বিনয়ী - দাম্ভিক

1442) বিনাশ - স্ৰজন

1443) বিনাশ্ৰম - সশ্ৰম

1444) বিনীত - উদ্ধত

1445) বিপক্ষ - সপক্ষ

1446) বিপদ - সম্পদ

1447) বিপদজনক - নিৰাপদ

1448) বিফল - সফল

1449) বিফলতা - সফলতা

1450) বিবাদী - বাদী

1451) বিবেচক - অবিবেচক

1452) বিভক্ত - অবিভক্ত

1453) বিভাজক - সংযোজক

1454) বিভাজন - সংযোজন

1455) বিমূৰ্ত - মূৰ্ত

1456) বিযুক্ত - সংযুক্ত

1457) বিযুৰীয়া - যুৰীয়া

1458) বিয়নী - বিয়ৈ

1459) বিয়ৈ - বিয়নী

1460) বিয়োগ - যোগ

1461) বিয়োগান্ত - মিলকান্ত

1462) বিয়োজিত - সংযোগিত

1463) বিৰহ, বিচ্ছেদ - মিলন

1464) বিৰূপ - অনুৰূপ

1465) বিশৃংখল - সুশৃংখল

1466) বিশৃংশল - আটোম-টোকাৰী

1467) বিশ্বাস - অবিশ্বাস

1468) বিশ্বাসঘাটক - বিশ্বাসভাজক

1469) বিশ্বাসভাজক - বিশ্বাসঘাটক

1470) বিশ্বাসী - অবিশ্বাসী, বিশ্বাসঘাতক

1471) বিশ্ৰান্ত - অবিশ্ৰান্ত

1472) বিষণ্ণতা - প্ৰসন্নতা

1473) বিষম - সম

1474) বিষমতা - সমতা

1475) বিষমবাহু - সমবাহু

1476) বিষয়ী - বৈৰাগী

1477) বিষাদ,নিবানন্দ, বেজাৰ - আনন্দ

1478) বিসংগতি - সংগতি

1479) বিসদৃশ - সদৃশ

1480) বিসম্বাসী - অবিসম্বাসী

1481) বিসৰ্জন - আৱাহণ

1482) বিস্তৃত - সংক্ষিপ্ত

1483) বিস্মৃত - স্মৃত

1484) বিস্মৃতি - স্মৃতি

1485) বীভতস - বিতোপন

1486) বীৰগতি - খৰগতি

1487) বুকু - পিঠি

1488) বুঢ়া - ডেকা

1489) বুঢ়ী - ডেকেৰী

1490) বুধিয়ক - অজলা

1491) বুৰ - ওপঙ

1492) বৃদ্ধি - হ্ৰাস

1493) বৃহত - ক্ষুদ্ৰ

1494) বৃহতায়ন - ক্ষুদ্ৰায়তন

1495) বৃহদাকাৰ - ক্ষুদ্ৰাকাৰ

1496) বেঁকা - পোন

1497) বেচৰকাৰী - চৰকাৰী

1498) বেচিজিল - চিজিল

1499) বেঠিক - ঠিক

1500) বেনামী - নামী

1501) বেয়া - ভাল

1502) বেৰসিক - ৰসিক

1503) বৈতনিক - অবৈতনিক

1504) বৈদিক - অবৈদিক

1505) বৈধ - অবৈধ

1506) বৈৰাগী - বিষয়ী

1507) বৈৰী - মিত্ৰ

1508) বৈষ্ণৱ - শাক্ত

1509) বৈসাদৃশ্য - সাদূশ্য

1510) বোধ - অজ্ঞান

1511) বোৱাৰী - জীয়ৰী, পো

1512) বোৱাৰী, জী - পো

1513) বৌ - দাদা

1514) ব্যক্তিগত - ৰাজহুৱা

1515) ব্যক্তিনিষ্ঠ - বস্তুনিষ্ঠ

1516) ব্যভিচাৰী - অব্যভিচাৰী

1517) ব্যয় - আয়

1518) ব্যৰ্থ - অব্যৰ্থ

1519) ব্যষ্টি - সমষ্টি

1520) ব্যাহত - অব্যাহত

1521) ভক্তি - ঘৃণা

1522) ভদ্ৰ - অভদ্ৰ

1523) ভনী - ভাই

1524) ভব্য - অভব্য

1525) ভয় - নিৰ্ভয়, সাহ

1526) ভয়াতুৰ - সাহসী

1527) ভৰদুপৰ - দুভাগৰাতি

1528) ভৰ্তসিত - প্ৰশংসিত

1529) ভৰ্তি - খালী

1530) ভাই - ভনী

1531) ভাগফল - গুণফল

1532) ভাগ্য - দুৰ্ভাগ্য

1533) ভাঙোন - গঠন

1534) ভাজ - পোৰ

1535) ভাজক - ভাজ্য

1536) ভাজ্য - ভাজক

1537) ভাবানুবাদ - শব্দানুবাদ

1538) ভাল - বেয়া

1539) ভিতৰ - বাহিৰ

1540) ভিন্ন - অভিন্ন

1541) ভীৰু - সাহসী, নিৰ্ভীক

1542) ভূগালী - কঙালী

1543) ভূত - ভৱিষ্যত

1544) ভূত্য - প্ৰভু

1545) ভূমিকা - পৰিশিষ্ট

1546) ভূল - শুদ্ধ

1547) ভৃত্য - প্ৰভূ

1548) ভেজাল - খাঁতি

1549) ভেদ্য - অভেদ্য১৫২৮

1550) ভোঁটা - মেধাবী

1551) ভোগালী - কঙালী

1552) ভোটা, বদুৱা - চোকা

1553) ভৌতিক - ৰাখায়নিক

1554) ভ্ৰষ্ট - অভ্ৰষ্ট

1555) মংগল - অমংগল

1556) মঞ্জুৰ - নাকচ

1557) মত - অমত

1558) মতদ্বৈধ - ঐকমত্য

1559) মনতুন - পূৰণি

1560) মন্থৰ - দ্ৰুত

1561) মন্থৰতা - ক্ষিপ্ৰতা

1562) মৰণ - জীৱণ, জনম

1563) মৰদ - তিৰী

1564) মৰা - জীয়া

1565) মলিন - নিৰ্মল

1566) মস্তক - চৰণ

1567) মহিলা - পূৰুষ

1568) মাংসভোজী - তৃণভোজী

1569) মাংসাহাৰী - তৃণাহাৰী

1570) মাইকীমেকুৰী - জাই

1571) মাউৰা - মাউৰী

1572) মাউৰী - মাউৰা

1573) মাতা - পিতা

1574) মাতৃ - পিতৃ

1575) মাতৃত্ব - পিতৃত্ব

1576) মান - অপমান

1577) মানৱীয় - দানৱীয়

1578) মানসিক - দৈহিক

1579) মানুহ, মানৱ - দানৱ

1580) মান্য - অমান্য

1581) মাৰ্জিত - অমাৰ্জিত

1582) মিছা - সঁচা

1583) মিঠা - তিতা

1584) মিতব্যয়ী - অমিতব্যয়ী

1585) মিতব্য়যী - ধোঁৱাখুলীয়া

1586) মিতভাষী - বহুবল্কী

1587) মিতিৰালি - শতুৰালি

1588) মিত্ৰতা - শত্ৰুতা

1589) মিথ্যাবাদী - সত্যবাদী

1590) মিল - অমিল

1591) মিলকান্ত - বিয়োগান্ত

1592) মিলন - বিৰহ, বিচ্ছেদ

1593) মিলা - প্ৰীতি

1594) মিহি - খহটা

1595) মুকলি - আবুৰ

1596) মুকুতি - বন্দী

1597) মুক্ত - বন্ধ

1598) মুক্তি - গ্ৰেপ্তাৰ

1599) মুখৰ - মৌন

1600) মুখ্য - গৌণ

1601) মুনিহ - তিৰোতা

1602) মুৰ্খ - জ্ঞানী, পণ্ডিত

1603) মুৰ্দাবাদ - জিন্দাবাদ

1604) মূৰ্ত - বিমূৰ্ত, জীৱিত

1605) মৃত্যু - জন্ম

1606) মৃত্যুশীল - অজৰ-অমৰ

1607) মেঘাচ্ছন্ন - নিৰ্মেঘ

1608) মেধাবী - ভোঁটা

1609) মেধ্য - অমেধ্য

1610) মেৰুদণ্ডী - অমেৰুদণ্ডী

1611) মেলাহী - গোতোং

1612) মেহেকা - টকটকীয়া

1613) মৌখিক - লিখিত

1614) মৌন - মুখৰ

1615) মৌল - যৌগ

1616) মৌলিক - যৌগিগ

1617) ম্লান - অম্লান

1618) যত্ন - আওকাণ

1619) যশ - অপযশ

1620) যশচ্যা - গ্লানি

1621) যুক্তি - অযুক্তি

1622) যুক্তিযুক্ত - যুক্তিহীন

1623) যুক্তিহীন - যুক্তিযুক্ত

1624) যুগুত - অযুগুত

1625) যুগ্ম - অযুগ্ম

1626) যুৰীয়া - বিযুৰীয়া

1627) যুৱক - যুৱতী

1628) যুৱতী - যুৱক

1629) যোগ - বিযোগ

1630) যোগান - চাহিদা

1631) যোগ্য - অযোগ্য

1632) যৌগ - মৌল

1633) যৌগিক - মৌলিক

1634) যৌথ - একক

1635) ৰং - খং

1636) ৰক্ষণশীল - প্ৰগতিশীল

1637) ৰঙিয়াল - খঙাল

1638) ৰজক - ৰজকী

1639) ৰজকী - ৰজক

1640) ৰজা - প্ৰজা

1641) ৰট - ৰঠান

1642) ৰঠান - ৰট

1643) ৰতন - কীৰ্তন

1644) ৰ'দ - বৰষুণ

1645) ৰ'দঘাই - চেচুকীয়া

1646) ৰপতানি - আমদানি

1647) ৰপ্তানি - আমদানী

1648) ৰবিশস্য - খাৰিফশস্য

1649) ৰসাল - নিৰস

1650) ৰসিক - বেৰসিক

1651) ৰাখায়নিক - ভৌতিক

1652) ৰাগ - বিৰাগ

1653) ৰাজকন্যা - ৰাজপুত্ৰ

1654) ৰাজনৈতিক - অৰাজনৈতিক

1655) ৰাজপুত্ৰ - ৰাজকন্যা

1656) ৰাজহুৱা - ব্যক্তিগত

1657) ৰাতি - দিন

1658) ৰাহি - ঘাটি

1659) ৰুগ্ন - সুস্থ

1660) ৰুচি - অৰুচি

1661) ৰোগী - নিৰোগী

1662) লংঘন - পালন

1663) লংঘনীয় - অলংঘনীয়

1664) লগ - অকল

1665) লঘিষ্ঠ - গৰিষ্ঠ

1666) লঘু - গুৰু

1667) লঘুত্ব - গুৰুত্ব

1668) লটৰা - ছোৱালী

1669) লদদাই - খুৰী

1670) ল-নি - ধাদুমী

1671) লব - হৰ

1672) ল'ৰা - বুঢ়া

1673) লাওমূৰা - শিয়াল

1674) লাগী - এলাগী

1675) লাভ - লোকচান

1676) লাহেধীৰে, হেমাহী - খৰখেদা

1677) লিকটীয়া - চণকা

1678) লিখন - পঠন

1679) লিখিত - মৌখিক

1680) লিখিত, অপঠিত - পঠিত

1681) লিটকীয়া - চনকা

1682) লুধুমী - লু-নী

1683) লু-নী - লুধুমী

1684) লেখক, পাঠিকা - পাঠক

1685) লেতেৰা - চাফা

1686) লেহেমীয়া - খৰতকীয়া

1687) লোকচান - লাভ

1688) লৌকিক - অলৌকিক

1689) শকত - ক্ষীণ

1690) শক্ত - অশক্ত

1691) শক্ৰতী - বন্ধুত

1692) শতুৰালি - মিতিৰালি

1693) শত্ৰু - মিত্ৰ

1694) শত্ৰুতা - মিত্ৰতা

1695) শব্দানুবাদ - ভাবানুবাদ

1696) শয়ন, নিদ্ৰা - জাগৰণ

1697) শৰীৰী - অশৰীৰী

1698) শহুৰ - শাহু

1699) শাও - আশীৰ্বাদ

1700) শাক্ত - বৈষ্ণৱ

1701) শান্ত - অশান্ত

1702) শান্তি - অশান্তি

1703) শাপ - বৰ

1704) শায়িত - উণ্থিত

1705) শালীন - অশালীন

1706) শাসক - শাসিত

1707) শাসিত - শাসক

1708) শাস্তি, তিৰস্কাৰ - পুৰস্কাৰ

1709) শাহু - শহুৰ

1710) শিক্ষক - শিক্ষাৰ্থী, শিক্ষয়ত্ৰী

1711) শিক্ষাৰ্থী, শিক্ষয়ত্ৰী - শিক্ষক

1712) শিতান - পথান

1713) শিথিল - দৃঢ়

1714) শিয়াল - লাওমূৰা

1715) শিৰ - পদ

1716) শিষ্ট - অশিষ্ট

1717) শিষ্য, লঘু - গুৰু

1718) শীত - গ্ৰীষ্ম

1719) শীতকাল - গ্ৰীষ্মকাল

1720) শীতল - উষ্ণ

1721) শীতলতা - উষ্ণতা

1722) শুকান - তিতা

1723) শুকুলা - ক'লীয়া

1724) শুক্ৰাণু - ডিম্বাণু

1725) শুক্ল - কৃষ্ণ

1726) শুক্লপক্ষ - কৃষ্ণপক্ষ

1727) শুচি - অশুচি

1728) শুদ্ধ - ভূল

1729) শুভ - অশুভ

1730) শুভদৃষ্টি - কুদৃষ্টি

1731) শুৱনি - অশুৱনি

1732) শুৱনী - কুন্ধচ

1733) শুৱলা - কৰ্কষ

1734) শুৱলা, মিহি - কৰ্কশ

1735) শুষ্ক - আৰ্দ্ৰ

1736) শূণ্য - পূৰ্ণ

1737) শেষ - আৰম্ভ

1738) শ্বেতাংগ - কৃষ্ণাংগ

1739) শ্যাম - গৌৰ

1740) শ্ৰদ্ধা - অশ্ৰদ্ধা

1741) শ্ৰাব্য - অশ্ৰাব্য

1742) শ্ৰুটিমধুৰ - শ্ৰুতিকট

1743) শ্ৰুতিকট - শ্ৰুটিমধুৰ

1744) শ্ৰোতা - বক্তা

1745) শ্লীল - অশ্লীল

1746) শ্লীলতা - অশ্লীলতা

1747) ষত্ন - অয়ত্ন

1748) সংকীৰ্ণ - উদাৰ

1749) সংকুচিত - প্ৰসাৰিত

1750) সংকোচ - নিঃসংকোচ

1751) সংকোচন - প্ৰসাৰণ

1752) সংক্ষিপ্ত - বিস্তৃত

1753) সংগতি - বিসংগতি

1754) সংগ্ৰহ - বিতৰণ

1755) সংযত - অসংযত

1756) সংযম - অসংযম

1757) সংযুক্ত - বিযুক্ত

1758) সংযোগ - বিয়োগ

1759) সংযোগিত - বিয়োজিত

1760) সংযোজক - বিভাজক

1761) সংযোজন - বিভাজন

1762) সংৰক্ষিত - অসংৰক্ষিত

1763) সংলগ্ন - অসংলগ্ন

1764) সকৰ্মক - অকৰ্মক

1765) সকাম - নিষ্কাম

1766) সক্ৰিয় - নিষ্ক্ৰিয়

1767) সক্ষম - অক্ষম

1768) সচল - অচল

1769) সচাঁ - মিছা

1770) সচেতন - অচেতন

1771) সচেষ্ট - নিশ্চেষ্ট

1772) সছিদ্ৰ - নিশ্চিদ্ৰ

1773) সজ - অসজ

1774) সজীৱ - নিৰ্জীৱ

1775) সজ্জন - দুৰ্দন

1776) সঞ্চয় - অপচয়

1777) সতেজ - নিস্তেজ

1778) সত্য - অসত্য

1779) সত্যবাদী - মিথ্যাবাদী

1780) সদ-অভ্যাস - বদ-অভ্যাস

1781) সদগুণ - বদগুণ

1782) সদনাম - বদনাম

1783) সদয় - নিৰ্দয়

1784) সদৰ্থক - নঞৰ্থক

1785) সদাচাৰ - কদাচাৰ

1786) সদাচাৰী - কদাচাৰী

1787) সদৃশ - বিসদৃশ

1788) সধবা - বিধৱা

1789) সধৰ্ম - বিধৰ্ম

1790) সন্তুষ্ট - বিতুষ্ট

1791) সন্তোষ - অসন্তোষ

1792) সন্ধি - বিগ্ৰহ

1793) সন্ধ্যা - প্ৰভাত

1794) সন্ন্যাসী - গৃহস্থী

1795) সন্মান - অপমান

1796) সপক্ষ - বিপক্ষ

1797) সপুষ্পক - অপুষ্পক

1798) সপোন - দিটক

1799) সফল - বিফল

1800) সফলতা - বিফলতা

1801) সবল - দৰ্বল

1802) সবল, শক্তিশালী - দুৰ্বল

1803) সবাক - নিবাক

1804) সভল - নিষ্ফল

1805) সভ্য, সব্য - অসভ্য

1806) সম - বিষম

1807) সমতা - বিষমতা

1808) সমবাহু - বিষমবাহু

1809) সমৰ্থ - অসমৰ্থ

1810) সমৰ্থন - প্ৰতিবাদ

1811) সমষ্টি - ব্যষ্টি

1812) সমাপ্ত - আৰম্ভ

1813) সমাপ্তি - আৰম্ভনি

1814) সম্পদ - বিপদ

1815) সম্ভব - অসম্ভৱ

1816) সৰল - জটিল

1817) সৰৱ - নীৰৱ

1818) সৰহ - তাকৰ

1819) সৰহীয়া - তাকৰীয়া

1820) সৰু - ডাঙৰ

1821) সৰু, কইনা, অভিশাপ - বৰ

1822) সশব্দ - নিঃশব্দ

1823) সশস্ত্ৰ - নিৰস্ত্ৰ

1824) সশ্ৰম - বিনাশ্ৰম

1825) সহজ - টান

1826) সহযোগী - প্ৰতিযোগী

1827) সহায় - অসহায়

1828) সহিষ্ণু - অসহিষ্ণু

1829) সাকাৰ - নিৰাকাৰ

1830) সাক্ষৰ - নিৰক্ষৰ

1831) সাদূশ্য - বৈসাদৃশ্য

1832) সাদৃশ্য - পাৰ্থক্য

1833) সাধু - অসাধু

1834) সান্তি - অসান্তি

1835) সামৰিক - অসামৰিক

1836) সামান্য - অসামান্য

1837) সাম্ফল - নিষ্ফল

1838) সাম্য - অসাম্য

1839) সাৰুৱা - অসাৰুৱা

1840) সাৰ্থক - অসাৰ্থক

1841) সাহসী - ভয়াতুৰ

1842) সাহসী, নিৰ্ভীক - ভীৰু

1843) সিপাৰ - ইপাৰ

1844) সীমিত - অতীৱ

1845) সুকৰ্ম - অপকৰ্ম

1846) সুকাঠী - আওকাঠী

1847) সুকৃতি - দুষ্কৃতি

1848) সুখ - দুখ

1849) সুখানুভূতি - দুখানুভূটি

1850) সুখী - দুখী

1851) সুখূবৰ - দুঃখবৰ

1852) সুখ্যাত - কুখ্যাত

1853) সুখ্যাতি - অখ্যাতি

1854) সুগঢ়ী - আগঢ়ী

1855) সুগন্ধ - দুগন্ধ

1856) সুগভীৰ - অগভীৰ

1857) সুগম - দুৰ্গম

1858) সুচল - অচল

1859) সুদক্ষ - অদক্ষ

1860) সুনীতি - দুৰ্নীতি

1861) সুন্দৰ - কুংসিত

1862) সুন্দৰৱ - কূতচিট

1863) সুন্দৰী - কুতচিত

1864) সুপক্ষ - কৃষ্ণপক্ষ

1865) সুপথ - কুপথ

1866) সুপুষ্পক - অপুষ্পক

1867) সুপ্ত - জাগ্ৰত

1868) সুফল - কুফল

1869) সুবহ - দুৰ্বহ

1870) সু-বাদ - কু-বাদ

1871) সুবাসনা - দুৰ্বাসনা

1872) সুবিধা - অসুবিধা

1873) সুবিনীত - দুবিনীত

1874) সুবিন্যন্ত - অবিন্যন্ত

1875) সুবুদ্ধি - দুৰ্বুদ্ধি

1876) সুবেদ্য - দুৰ্ভেদ্য

1877) সুবোধ্য - দুৰ্বোধ্য

1878) সুভগা - দুৰ্ভগা

1879) সুভেদ্য - দুৰ্ভেদ্য

1880) সুমতি - দুৰ্মতি

1881) সুমেৰু - কুমেৰু

1882) সুযোগ - দুৰ্যোগ

1883) সুযোগ্য - অযোগ্য

1884) সুৰ - অসুৰ

1885) সুৰুছি - কুৰুছি

1886) সুৰূপ - কুৰূপ

1887) সুলক্ষণ - কুলক্ষণ

1888) সুলক্ষণী - কুলক্ষণী

1889) সুলভ - দুৰ্লভ

1890) সুৱিধা - অস্বিধা

1891) সুশীল - দুঃশীল

1892) সুশৃংশল, শৃংখল - বিশৃংখল

1893) সুশ্ৰী - কুশ্ৰী

1894) সুষশ - দুৰিষশ

1895) সুসংবাদ - দুঃসংবাদ

1896) সুসাধ্য - দুঃসাধ্য

1897) সুস্থ - অসুস্থ

1898) সূৰ্য - চন্দ্ৰ

1899) সূৰ্যাস্ত - সূৰ্যাস্ত

1900) সূলভ - অনাটন

1901) সূষ্টি - ধ্বংস

1902) সৃজনাত্মক - ধ্বংসাত্মক

1903) সৃষ্টি - প্ৰলয়

1904) সৃষ্টিকাৰী - ধ্বংসকাৰী

1905) সৃষ্টিমুখী - ধ্বংসমুখী

1906) সো - বাওঁ

1907) সোঁ - বাও

1908) সোঁৱৰণ - পাহৰণ

1909) সোমোৱা - ওলোৱা

1910) সোলোক-ঢোলোক - আটিল

1911) সৌভাগ্য - দুৰ্ভাগ্য

1912) স্থল - জল

1913) স্থলকায় - ক্ষীণকায়

1914) স্থলচৰ - জলচৰ

1915) স্থলজ - জলজ

1916) স্থলপথ - জলপথ

1917) স্থলবতাহ - জলবতাহ

1918) স্থায়ী - অস্থায়ী

1919) স্থাৱৰ - অস্থাৱৰ, জংগম

1920) স্থিতি - গতি

1921) স্থিতিশক্তি - গতিশক্তি

1922) স্থিতিশীল - গতিশীল

1923) স্থিৰ - অস্থিৰ, অস্পষ্ট

1924) স্থৃল - কৃশ

1925) স্পৃহা - অনীহা

1926) স্বজীৱী - পৰজীৱী

1927) স্বদেশী - বিদেশী

1928) স্বৰ্গ - নৰক

1929) স্বাধীন - পৰাধীন

1930) স্বাধীনতা - পৰাধীনতা

1931) স্বাভাৱিক - অস্বাভাৱিক

1932) স্বাস্থ্যকৰ - অস্বাস্থ্যকৰ

1933) স্মৃত - বিস্মৃত

1934) স্মৃতি - বিস্মৃতি

1935) স্ৰজন - বিনাশ

1936) হঁহা, হাঁহ, হাঁহি - কন্দা, কান্দ, কান্দোন

1937) হৰ - লব

1938) হৰণ - পূৰণ

1939) হৰা - জিকা

1940) হৰ্য - বিষাদ

1941) হাৰ - জিক

1942) হিংসা - অহিংসা, প্ৰেম

1943) হিত - অহিত

1944) হেবাং - টিমক

1945) হোজা - চতুৰ

1946) হ্ৰসন - বৰ্ধন

1947) হ্ৰস্ব - দীৰ্ঘ

1948) হ্ৰস্বম্যাদী - দীৰ্ঘম্যাদী

1949) হ্ৰাস - বৃদ্ধি

1950) হ্ৰাসক - বৰ্ধক

 

 1900+ অসমীয়া বিপৰীত শব্দ তালিকা - Antonyms in Assamese -Opposite Word in Assamese

Buy a Cup of Tea
Read more:

Conclusion

💖 I this post i have made a post 1900+ অসমীয়া বিপৰীত শব্দ তালিকা - Antonyms in Assamese -Opposite Word in Assamese. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

Post a Comment

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.