কাক কি বুলি জানাে (ব্যক্তি/ঠাই) - What does the crow say - [Person / Place]

কাক কি বুলি জানাে (ব্যক্তি/ঠাই) - What does the crow say - [Person / Place]
কাক কি বুলি জানাে (ব্যক্তি/ঠাই) - What does the crow say - [Person / Place]
কাক কি বুলি জানাে (ব্যক্তি/ঠাই) - What does the crow say - [Person / Place]


কাক কি বুলি জানাে (ব্যক্তি)

অগ্নিকবি - কমলাকান্ত ভট্টাচার্য
অতীন্দ্রিয়বাদী কবি - নলিনীবালা দেৱী
অভিনয়াচার্য - ব্রজনাথ শর্মা
অসম কেশৰী - অম্বিকাগিৰী ৰায়চৌধুৰী
অসম গৌৰৱ - হেম বৰুৱা
অসমৰ ব্যাস - ৰাম সৰস্বতী
অসম হিতৈষী - মাণিক চন্দ্ৰ বৰুৱা
অসমৰ মীনা কুমাৰী - অনুপমা ভট্টাচার্য
ইতিহাস ৰত্ন - বেণুধৰ শৰ্মা
ইন্দ্রধনুৰ কবি - ডিম্বেশ্বৰ নেওগ
উপন্যাস সম্রাট - ৰজনীকান্ত বৰদলৈ
এণ্ডি খুৰা - ডাঃ নগেন দত্ত
কবিতা কোৱৰ - অম্বেশ্বৰ চেতিয়া ফুকন
কর্মবীৰ - নবীন চন্দ্র বৰদলৈ
কর্মযােগী - ভবেন্দ্ৰ নাথ শইকীয়া
কলংপৰীয়া কবি - দেৱকান্ত বৰুৱা
কলাগুৰু - বিষ্ণুপ্ৰসাদ ৰাভা
কাব্যভানু - হেম বৰুৱা
কাব্যভাৰতী - ধমেশ্বৰী দেৱী বৰুৱানী
খৰিকাজাইৰ কবি - ভৱানন্দ ৰাজখােৱা
গণ শিল্পী - বিক্রম সিং য়েইন
গল্প সম্রাট, কথা শিল্পী - চৈয়দ আব্দুল মালিক
গীতিকবি - পার্বতিপ্ৰসাদ বৰুৱা
গােলাপী জামুৰ কবি - নীলমণি ফুকন
জগতগুৰু - শ্ৰীমন্ত শংকৰদেৱ
জননায়ক - দেৱেশ্বৰ শৰ্মা
জীৱন শিল্পী - জ্যোতিপ্ৰসাদ আগৰৱালা
জেংৰাইৰ কবি - অজিৎ বৰুৱা
জ্ঞান মালিনীৰ কবি - মফিজুদ্দিন আহমদ হাজৰিকা 
তত্ত্ব-ভূষণ - ৰাজমােহন নাথ
তপােবনৰ কবি - অতুল চন্দ্ৰ হাজৰিকা
ত্যাগবীৰ - হেমচন্দ্ৰ বৰুৱা
দানবীৰ - ৰাধানাথ সন্দিকৈ
দেশভক্ত - তৰুণৰাম ফুকন
দেশপ্রাণ - লক্ষ্মীধৰ শৰ্মা
দেশ হিতৈষী -nবিমলা প্রসাদ চলিহা
ধিং এক্সপ্ৰেছ - হিমা দাস
ধ্বনি কবি - বিনন্দ চন্দ্ৰ বৰুৱা
নটসূর্য - ফণী শৰ্মা
নাট্য প্রভাকৰ - সত্যপ্ৰসাদ বৰুৱা
নাট্যাচার্য - ইন্দ্ৰেশ্বৰ বৰঠাকুৰ
নিজৰাৰ কবি - শৈলধৰ ৰাজখােৱা
নৃত্যাচার্য - যতীন গােস্বামী
পণ্ডিত প্ৰবৰ - কৃষ্ণকান্ত সন্দিকৈ
পথাৰৰ কবি - ৰাম গগৈ
পাপৰিৰ কবি - গণেশ চন্দ্র গগৈ
প্রকৃতি কবি - ৰঘুনাথ চৌধাৰী
প্রতিমাৰ খনিকৰ - চন্দ্ৰকুমাৰ আগৰৱালা
প্রাচ্য বিদ্যার্ণৱ - কৃষ্ণকান্ত সন্দিকৈ
প্রেম আৰু ৰ'দালিৰ কবি - হীৰেন ভট্টাচার্য
ফুলনিৰ কবি - পদ্মধৰ চলিহা
বকুলবনৰ কবি - আনন্দ চন্দ্র বৰুৱা
বনকোৱৰ - আনন্দিৰাম দাস
বনফুলৰ কবি - যতীন্দ্রনাথ দুৱৰা
বৰদৈচিলা - জুনুমণি শইকীয়া
বডােফা - উপেন্দ্রনাথ ব্রহ্ম
বঢ়াৰ পাে - মাধৱদেৱ
বাউলী কবি - কমলানন্দ ভট্টাচার্য
বাগ্মীবৰ/ককা - নীলমণি ফুকন
বিদ্রোহী কবি - প্রসন্নলাল চৌধুৰী
বিপ্লবী বীৰ - শংকৰ বৰুৱা
বিহগী কবি - ৰঘুনাথ চৌধাৰী
বীবালা - কনকলতা বৰুৱা
বুৰঞ্জী প্রভাকৰ - ভূবন চন্দ্র সন্দিকৈ
বেদান্ত বাচস্পতি - ৰাধানাথ ফুকন
ভাঙনি কোৱৰ - আনন্দ চন্দ্ৰ আগৰৱালা
ভাষাতত্ত্ববিদ - ডঃ বাণীকান্ত কাকতি
মঞ্চ কোঁৱৰ - চন্দ্ৰধৰ গােস্বামী
মঞ্চ সূর্য - ধৰণী বর্মন
মন্বন্তৰৰ কবি - বীৰেন বৰকটকী
মৌচাক মামা - প্রমােদ তামুলী (শান্তনু তামূলী)
যাদু সম্রাট - এম হুছেইন
ৰতনপুৰৰ ৰত্ন - ভৱানন্দ ৰাজখােৱা
ৰসৰাজ/সাহিত্যৰথী - লক্ষ্মীনাথ বেজবৰুৱা
ৰূপকোঁৱৰ - জ্যোতিপ্ৰসাদ আগৰৱালা
ৰূপালী কুঁৱৰী - আইদেউ সন্দিকৈ
লুইত কোঁৱৰ - ৰুদ্ৰ বৰুৱা
লােকনায়ক - অমিয় কুমাৰ দাস
লােকপ্রাণ - মতিৰাম বৰা
লােকপ্রিয় - গােপীনাথ বৰদলৈ
লােকবন্ধু - ডাঃ ভুৱনেশ্বৰ বৰুৱা
লৌহ মানৱ - বিষ্ণুৰাম মেধি
শেৱালি কবি - ৰত্নকান্ত বৰকাকতী
শােণিত কোৱৰ - গজেন বৰুৱা
সৰস্বতী - নিৰ্মলপ্ৰভা বৰদলৈ
সংগীতাচার্য - লক্ষ্মীৰাম বৰুৱা
সাহিত্য ৰত্ন - চন্দ্ৰধৰ বৰুৱা, হৰিনাৰায়ণ দত্ত বৰুৱা
সিংহপুৰুষ - ৰাধাগােবিন্দ বৰুৱা
সুধাকণ্ঠ, সংগীত সূর্য - ডঃ ভূপেন হাজৰিকা
সেউজ কোঁৱৰ - পৰাগধৰ চলিহা
সুগন্ধি পখিলাৰ কবি - হীৰেন ভট্টাচার্য
হস্তীকন্যা - প্রতিমা পাণ্ডে বৰুৱা
হস্তীৰাণী - পাৱতি বৰুৱা
 

কাক কি বুলি জানাে (ঠাই)

অৰুণ উদয়ৰ দেশ (The Land of Dawnlit Mountains): অৰুণাচল প্রদেশ
অসমৰ খাজুৰাহাে (Khajuraho of Assam): মদন কামদেৱ
অসমৰ চাহ ৰাজধানী (Tea Capial of Assam): যােৰহাট
অসমৰ তৈলনগৰী (Oil City of Assam): ডিগবৈ
অসমৰ নৱদ্বীপ (Navadweep of Assam): নলবাৰী
অসমৰ পিৰামিড (Pyramids of Assam): চৰাইদেউৰ মৈদাম
অসমৰ প্ৰৱেশদ্বাৰ (Gateway of Assam): নর্থ ব্রুক গেট, গুৱাহাটী
অসমৰ সাংস্কৃতিক ৰাজধানী (Cultural Capital of Assam): যােৰহাট
অসমৰ স্কটলেণ্ড (Scotland of Assam): হাফলং
উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ (Gateway of North-East India): গুৱাহাটী
পঞ্চ তীর্থ (Pancha Tirtha): হাজো
পূবৰ আমাজন (Amazon of the East): দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান
পূবৰ ছুইজাৰলেণ্ড (Switzerland of the East): নাগালেণ্ড
পূবৰ মানচেষ্টাৰ (Manchester of East) শুৱালকুছি
পূবৰ স্কটলেণ্ড (Scotland of the East) মেঘালয়
ভাৰতৰ ৰত্নালংকাৰ (Jewel of India): মণিপুৰ
যাউতিযুগীয়া প্ৰেমৰ চহৰ (City of Eternal Romance): তেজপুৰ
ৰঙানদী আৰু নীলা পাহাৰৰ দেশ (The Land of Red River and Blue):অসম
শান্তি আৰু প্ৰগতিৰ দেশ (The Land of Peace and Progress): মিজোৰাম
শ্যামলী উপত্যকাৰ দেশ (Call of Verdant Valley): ত্ৰিপুৰা
সপ্ত তীর্থ (Sapta Tirtha): তেজপুৰ

Read more:

Conclusion

💖 I this post i have made a post কাক কি বুলি জানাে (ব্যক্তি/ঠাই) - What does the crow say - [Person / Place]. I hope you have liked it and Please do share with your friends and follow our blog for more

if you have any questions please feel free to ask in comments section

Labels : Info ,

Rate this Article

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

إرسال تعليق

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.