Q. শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয়?
বাখ্যা: এই দিনটোতে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু হৈছিল। 1953 চনৰ 17 জানুৱাৰী ত ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ চেষ্টাত ভাৰতীয় গণ নাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ নবীন চন্দ্ৰ হলত আৰু বৰপেটাত প্ৰথমবাৰৰ বাবে সাংগঠনিক প্ৰচেষ্টাত জ্যোতি প্ৰসাদ আগৰৱালা ৰ মৃত্যু দিৱস শিল্পী দিৱস ৰূপে (জ্যোতি দিৱস) পালন কৰা হয়।
NB: জ্যোতি দিৱস আগতে আছিলে, বৰ্তমান জ্যোতি দিৱসৰ সলনি শিল্পী দিৱস নাম দিয়া হৈছে।
Conclusion
💖 I this post i have made a post শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয়?. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section