Q. অনশন ধৰ্মঘট কৰা ভাৰতৰ প্ৰথম গৰাকী ব্যক্তিৰ নাম কি?
A. অনশন ধৰ্মঘট কৰা ভাৰতৰ প্ৰথম গৰাকী ব্যক্তিৰ নাম হল: বংগৰ যতীন্দ্ৰনাথ দাস।
তেওঁ 1920 চনত আৰম্ভ হোৱা অসহযোগ আন্দোলনত 16 বছৰ বয়সতে যোগদান কৰিছিল। 1924 চনত 20 বছৰ বয়সত তেওঁক গ্ৰেপ্তাৰ কৰে।
Conclusion
💖 I this post i have made a post অনশন ধৰ্মঘট কৰা ভাৰতৰ প্ৰথম গৰাকী ব্যক্তিৰ নাম কি?. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
History Quiz ,