Q. অনশন ধৰ্মঘট প্ৰথম কেতিয়া হৈছিল?
A. অনশন ধৰ্মঘট 1989 চনত ৰাছিয়াত হৈছিল।
বাখ্যা: ধৰ্মীয় আচাৰ হিচাপে অনশন পালনৰ ৰীতি বহুদিনীয়া। পৃথিৱীৰ প্ৰায় প্ৰতিটো গোষ্টী বা ধৰ্মীয় সম্প্ৰদায়ৰ মাজত বিভিন্ন উপলক্ষত অনশন পালনৰ পৰম্পৰা আছে।
কিন্তু অনশনক ৰাজনৈতিক আহিলা বা দাবী আদায়ৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰথম ঘটনাটো সংগঠিত হৈছিল ৰাছিয়াত। 1889 চনত ৰাছিয়াৰ কাৰাগাৰত থকা মহিলা বন্দীসকলে তেওঁলোকৰ দাবী পূৰণৰ অর্থে অনশন কৰে।
Conclusion
💖 I this post i have made a post অনশন ধৰ্মঘট প্ৰথম কেতিয়া হৈছিল?. I hope you have liked it and Please do share with your friends and follow our blog for more
if you have any questions please feel free to ask in comments section
Labels :
History Quiz ,