People often use abbreviations

People often use abbreviations MP on chat and WhatsApp. Although, they are not proper English words, people often use them as it makes typing faster. Here are the full forms of these common abbreviations 


WhatsApp ত বা Chatত বাৰ্তালাপ কৰা সময়ত মানুহে প্ৰায় সংক্ষিপ্ত শব্দ (abbreviations) ব্যবহাৰ কৰে. এইবোৰ বিশিষ্টৰূপে ইংৰাজী শব্দ নহয়, কিন্তু, সোনকালে লিখিবলৈ মানুহে এইবোৰ শব্দ ব্যবহাৰ কৰে.


কেইটামান সংক্ষিপ্ত শব্দ আৰু তাৰ অৰ্থ:


1. LOL: Laugh Out Loud = ডাঙৰকে হাঁহি দিয়া


2. BRB: Be right back = মই এতিয়াই ঘূৰি আহিম


3. TTYL: Talk to you later = পিছত কথা পাতিম


4. BTW: by the way =প্ৰসংগক্ৰমে/ইয়াৰ উপৰিও ; Example: By the way, you were looking good today! (ইয়াৰ উপৰিও, আজি তোমাক ধুনীয়া লাগিছিল)


5. BFF: Best friend(s) forever = সকলোতকৈ ঘনিষ্ট বন্ধু/বান্ধৱী চিৰকালীন; Example: She is my BFF. (তাই মোৰ চিৰকালীন ঘনিষ্ট বন্ধু)


6. DM: Direct Message = চিধাই বাৰ্তা পঠিওৱা; Example: If you have something important, just DM me. Don't message anything publically. (যদি আপোনাৰ মোৰ লগত কিবা দৰকাৰী কাম থাকে তেনেহলে চিধা মোলৈ বাৰ্তা পঠিয়াব, সকলোৰ সমক্ষে নিলিখিব)


7. IDK: I don't know = মই নাজানো

 

8. IMHO: in my humble opinion = মোৰ মতে


9. ROFL: rolling on the floor laughing = হাঁহি হাঁহি মাটিত পৰা)


10. w/o: without

= অবিহনে; Example: I will be going to the mall w/o my friend. (মই মোৰ বন্ধুৰ অবিহনে মললৈ যাম)


11. XO: hugs and kisses = আলিঙ্গন আৰু চুম্বন; Example: I will see you later, XO! = মই পাছত তোমাক লগ পাম, আলিঙ্গন আৰু চুম্বন!


Getting Info...

About the Author

Hi there, this is Admin. Who loves to write about Blogs, Poetry, Quizs related topic.

Post a Comment

অনুগ্ৰহ কৰি কমেন্ট কৰা আগত নিজৰ নাম উল্লেখ কৰিব, নতুবা গুগল একাউন্ট সৈতে লগইন হৈ লব তাৰ পিছক আপোনাৰ বহুমুলীয়া পৰামৰ্শ, যোগাযোগৰ লগতে লেখনি প্ৰকাশ সম্পৰ্কীয় কমেণ্ট দিব পাৰিব । ধন্যবাদ।
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.